কৰ'ণা ভাইৰাচ আৰু সাধাৰন চৰ্দি জ্বৰ( Common Colds) কেনেকৈ ধৰিব...
Common Colds বা চৰ্দি জ্বৰত বেমাৰীৰ জ্বৰ, চৰদি , কফৰ লগত খেকাৰ আৰু নাকেদি পানী ওলাই থাকে( running nose)
কিন্তু কৰ'ণা আক্ৰান্ত হলে নাকেৰে পানী নবয় , শুকান কাহঁ (dry cough), খেকাৰ নাথাকে, গলটো চেৰ চেৰায়(sore throat), নিম'নিয়া আৰু উশাহ বন্ধ হোৱাৰ ভাৱ হয়।
ইয়াৰ লগতে যদি মানুহজনে বিদেশ ভ্ৰমন কৰি আহে তেতিয়া সন্দেহ অধিক ঘনীভূত হয় আৰু তেওঁৰ তেজ COVID- 19 ৰ কাৰণে লেবৰেটৰীত পৰীক্ষা কৰি ৰোগটো ধৰা হয়।
মনত ৰাখিব Common Colds বা চৰ্দি কৰা ভাইৰাচটোও Corona virus কিন্তু ই n COVID-19 virus নহয়, যিটো এটা noble নতুন জেনেৰেশন ভাইৰাচ।
গতিকে বন্ধু সকল কৰ'ণা ভাইৰাচ গাত ধৰা পৰিলেও আমি ভয় খোৱা বিধ নহবও পাৰে। কাৰণ চাৰি প্ৰকাৰৰ কৰ'ণা ভাইৰাচ আছে।
আটাইতকৈ ভাল কথা কি জানেনে..
এই ভাইৰাচটোৰ ওজন বেছি, গতিকে ই বতাহত বেছি সময় উপঙি থাকিব নোৱাৰে। ই তললৈ নামি আহি হাত বা যিকোনো surfaceত অৱস্হান কৰে। হাতত মাত্ৰ 10/16 মিনিট টিকি থাকিব পাৰে। সেই কাৰণে ঘনে ঘনে হাত ধুব লাগে। metal surfaceত ন ঘন্টা আৰু fabric surfaceত 6 ঘন্টা জীয়াই থাকিব পাৰে। ৰদত বেচি সময় ই টিকি থাকিব নোৱাৰে। মাত্ৰ 27 ডিগ্ৰি চেন্টিগ্ৰেডত ভাইৰাচটো মৰি যায়।
গতিকে বন্ধু সকল ভয় খাব নালাগে। কেৱল অলপ সাৱধান হলেই হল।
কাৰণ ..
সাৱধানতাই এই বেমাৰৰ উত্তম প্ৰতিষেধক।
ধন্যবাদ।