
কৰ'ণা ভাইৰাচ আৰু সাধাৰন চৰ্দি জ্বৰ( Common Colds) কেনেকৈ ধৰিব...Common Colds বা চৰ্দি জ্বৰত বেমাৰীৰ জ্বৰ, চৰদি , কফৰ লগত খেকাৰ আৰু নাকেদি পানী ওলাই থাকে( running nose) কিন্তু কৰ'ণা আক্ৰান্ত হলে নাকেৰে পানী নবয় , শুকান কাহঁ (dry cough), খেকাৰ নাথাকে, গলটো চেৰ চেৰায়(sore throat),...