Sunday, December 29, 2019

আছুৰ কাৰ্যসূচী ঘোষণা

আছুৰ কাৰ্যসূচী ঘোষণা

৩১ ডিচেম্বৰৰ কৰ্মচাৰী পৰিষদৰ আন্দোলনক সমৰ্থন আছুৰ
   আৰু 
  ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰী:-  ঘৰে ঘৰে C(A)A  বিৰোধী সংকল্প লবলৈ আছুৰ আহ্বান, পৰিয়ালৰ লোকে we oppose C(A)A, আমি CAA নামানো বুলি একেলগে সংকল্প লবলৈ আছুৰ আহ্বান আৰু BJP উৎখাটৰ বাবে নিজৰ মনত আৰাধনা কৰিবলৈ আছুৰ আহ্বান।

১ জানুৱাৰী :- ৬  ছহিদলৈ শ্রদ্ধাঞ্জলি জনাই বিশেষ কাৰ্যসূচী
পদূলি মুখত আৰু অঞ্চলে অঞ্চলে বন্তি জ্বলাই শ্রদ্ধাঞ্জলি  জনাব ছহিদক।

৩ জানুৱাৰী:- ৰাজ্যজুৰি আছুৰ জোঁৰ লৈ প্ৰতিবাদ (জিলা,মহকুমা আৰু সদৰ)

৯ জানুৱাৰী:- ‘আছু’ৰ উদ্যোগত ৰণশিঙা কাৰ্যসূচী
থলুৱা বাদ্যযন্ত্র বজাই প্রতিবাদ কৰিব আছুৱে

১০ জানুৱাৰীত:- খেলো ইণ্ডিয়াৰ মাজতো প্রতিবাদ চলি থাকিব
প্রধানমন্ত্রী আহিলেও ‘আছু’ৰ প্রতিবাদৰ সন্মুখীন হ’ব

১১ জানুৱাৰী:- আঞ্চলিকসমূহত জোঁৰ লৈ প্রতিবাদ

১৩-১৪ জানুৱাৰী:- উৰুকা, বিহুৰ মেজিত দাহ হ’ব C(A)A

শিল্পী দিৱস পালনৰ মাজতো অব্যাহত থাকিব প্রতিবাদ।
Share:

Related Posts:

0 comments:

Post a Comment

If you have any doubt, please let me know

Popular Posts