Showing posts with label General Knowledge. Show all posts
Showing posts with label General Knowledge. Show all posts

Sunday, September 8, 2019

কিদৰে পেন কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰিব? ৩০ ছেপ্তেম্বৰ শেষ সীমা:

কিদৰে পেন কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰিব? ৩০ ছেপ্তেম্বৰ শেষ সীমা: অহা ৩০ ছেপ্তেম্বৰক পেনৰ সৈতে আধাৰ সংযোগৰ অন্তিম দিনৰূপে ধাৰ্য্য কৰা হৈছে। এই সময়সীমাৰ ভিতৰত আধাৰৰ সৈতে সংযোগ নকৰা পেন কাৰ্ডসমূহ ‘অবৈধ’ (invalid) হৈ পৰিব। কিন্তু আপুনি আপোনাৰ পেনৰ সৈতে আধাৰ সংযোগ কিদৰে কৰিব? এছ এম এছৰ জৰিয়তে ঢাপ ১. আপোনাৰ ম’বাইলৰ টেক্সট মেছেজত গৈ লিখক UIDPAN<12টা অংকৰ...
Share:

Saturday, August 17, 2019

দেওবাৰ বা ৰবিবাৰক কোনে বন্ধৰ দিন হিচাপে ব্যৱহাৰ কৰিছিল ?

■দেওবাৰ মানেই বন্ধৰ দিন। সমগ্র বিশ্বৰ প্ৰতিখন দেশৰ চৰকাৰ তথা ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানসমূহে দেওবাৰৰ দিনটোক বন্ধৰ দিন হিচাপে পালন কৰি আহিছে। দেওবাৰৰ দিনটো বাৰু প্রথমে কোনে বন্ধৰ দিন হিচাপে ঘােষণা কৰিছিল? এই প্রশ্নৰ উত্তৰ পাবলৈ আমি উভতি যাব লাগিব কেইবাশ বছৰ আগলৈ। ■৩১২ খ্রীষ্টাব্দত তেতিয়াৰ ৰােম সাম্রাজ্যৰ সম্রাট কনষ্টানটাইনে এই কথা মন কৰিছিল যে তেওঁৰ...
Share:

Saturday, August 3, 2019

কুইজ ( বিজ্ঞান )

১) প্ৰশ্ন : মানুহৰ শৰীৰ কি কি উপাদানেৰে গঠিত? উত্তৰ : লো, কেলচিয়াম, ছ’ডিয়াম, মেগনেচিয়াম, কাৰ্বন, ফছ্‌ফৰাছ্‌, নাইট্ৰ’জেন, অক্সিজেন, গন্ধক আৰু ফ্ল’ৰিণৰ দ্বাৰা গঠিত। ২) প্ৰশ্ন : মানুহৰ শৰীৰত থকা হাড়ৰ সংখ্যা কিমান? উত্তৰ : ২০৬ ডাল। ৩) প্ৰশ্ন : সুস্থ প্ৰাপ্তবয়স্ক মানুহ এজনৰ দাঁতৰ সংখ্যা কিমান? উত্তৰ : ৩২ টা। ৪) প্ৰশ্ন : সুস্থ মানুহৰ প্ৰতি মিনিটত নাড়ীৰ স্পন্দন...
Share:

Tuesday, July 23, 2019

আপুনি FaceApp ব্যৱহাৰ কৰে নিকি ? আপুনি নিজেই বিচাৰ কৰক FaceApp ব্যৱহাৰ কৰা উচিত নে অনুচিত ...

আপুনি FaceApp ব্যৱহাৰ কৰে নিকি ? আপুনি নিজেই বিচাৰ কৰক FaceApp ব্যৱহাৰ কৰা উচিত নে অনুচিত ... এই FaceApp টো এটা ৰাচিয়ান এপ। ইয়াক ২০১৭ চনত লঞ্চ কৰা হৈছিল যদিও ভাইৰেল হ'ল এই দুদিনত। কাৰণ দুজনমান চেলিব্ৰিটিয়ে FaceApp ৰ ফটো শ্বেয়াৰ কৰি #FaceAppChallenge ৰাখিলে। চেলিব্ৰিটিয়ে চেলেঞ্জ ৰাখিলে যেতিয়া আমি জানো চেলেঞ্জ নকৰাকৈ থাকিব পাৰো। আদাক দেখি উঠিল গা,...
Share:

Friday, May 31, 2019

নতুন কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত কোনে কি মন্ত্ৰী পালে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত থাকিব ব্যক্তিগত, ৰাজহুৱা ওজৰ–আপত্তি আৰু পেঞ্চন, আনৱিক শক্তিকে ধৰি কেইবাটাও বিভাগ। কোন মন্ত্ৰীয়ে কি বিভাগ পালে? ৰাজনাথ সিঙক : প্ৰতিৰক্ষা মন্ত্ৰণালয় অমিত শ্বাহ : গৃহ বিভাগ নীতিন গাডকাৰী : পথ পৰিবহণ, ঘাইপথ আৰু MSME মন্ত্ৰণালয় ডি ভি সদানন্দ গৌড়া : খনি আৰু সাৰ মন্ত্ৰণালয়নিৰ্মলা সীতাৰমন : বিত্ত, কৰ্প’ৰেট পৰিক্ৰমা দপ্তৰ ৰামবিলাস...
Share:

Saturday, March 23, 2019

অসমীয়া কাব্য সাহিত্যত অতিন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে জনাজাত কবি নলিনীবালা দেৱীৰ চমু জীৱনী

এগৰাকী অসমীয়া কবি, লেখিকা "অসম সাহিত্য সভা"ৰ প্ৰথম মহিলা সভাপতি, কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দিয়া,  অসমীয়া কাব্য সাহিত্যত অতিন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে জনাজাত কবি নলিনীবালা দেৱীৰ চমু জীৱনী জন্মঃ নলিনীবালা দেৱীৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৩ মাৰ্চত অসমৰ বৰপেটাত৷ পিতৃ আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ...
Share:

Sunday, March 10, 2019

ভাৰতৰ_প্রথম_মহিলা

ভাৰতৰ_প্রথম_মহিলা ১) ভাৰতৰ প্রথম মহিলা ৰাষ্ট্রপতি — প্রতিভা পাটিল। ২) ভাৰতৰ প্রথম মহিলা প্রধানমন্ত্রী — ইন্দিৰা গান্ধী। ৩) ভাৰতৰ প্রথম মহিলা ৰাজ্যপাল — সৰোজিনী নাইডু। ৪) ভাৰতৰ প্রথম মহিলা মুখ্যমন্ত্রী — সুচেতা কৃপালিনী। ৫) ভাৰতৰ প্রথম মিছ ওয়ার্ল্ড — ৰীতা ফাৰিয়া। ৬) ভাৰতৰ প্রথম মিছ ইউনিভাৰ্চ— সুস্মিতা সেন। ৭) ভাৰতৰ প্রথম মিছ এছিয়া পেচিফিক — জিনাত...
Share:

Friday, March 8, 2019

বিশ্ব নাৰী দিৱস , উৎপত্তি আৰু তাৎপৰ্য্য

আজি বিশ্ব নাৰী দিৱস প্ৰত্যেক বছৰৰ ৮ মাৰ্চ তাৰিখটো " বিশ্ব নাৰী দিৱস" হিচাপে পালন কৰা হয়। এই  বিশ্ব নাৰী দিৱস দিনটো কেনেকৈ আৰম্ভ   হ'ল তাৰে এটি চমু বিৱৰণ নজনা সকলক জনাব বিচাৰিছো।      ১৮ শ শতিকাৰ আৰম্ভণিতে ইউৰোপৰ চহৰ বিলাকত নাৰী আন্দোলনে গা কৰি উঠিছিল। ইউৰোপৰ বিভিন্ন উদ্যোগত নাৰী সকলক শোষণ কৰা হৈছিল। পুৰুষতকৈ কম বেতন...
Share:

Popular Posts

Categories