প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত থাকিব ব্যক্তিগত, ৰাজহুৱা ওজৰ–আপত্তি আৰু পেঞ্চন, আনৱিক শক্তিকে ধৰি কেইবাটাও বিভাগ।
কোন মন্ত্ৰীয়ে কি বিভাগ পালে?
ৰাজনাথ সিঙক : প্ৰতিৰক্ষা মন্ত্ৰণালয়
অমিত শ্বাহ : গৃহ বিভাগ
নীতিন গাডকাৰী : পথ পৰিবহণ, ঘাইপথ আৰু MSME মন্ত্ৰণালয়
ডি ভি সদানন্দ গৌড়া : খনি আৰু সাৰ মন্ত্ৰণালয়নিৰ্মলা সীতাৰমন : বিত্ত, কৰ্প’ৰেট পৰিক্ৰমা দপ্তৰ
ৰামবিলাস পাছোৱান : উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ
নৰেন্দ্ৰ সিং টোমৰ : কৃষি আৰু কৃষক কল্যাণ, গ্ৰামীণ বিকাশ আৰু পঞ্চাতীৰাজ মন্ত্ৰণালয়
ৰবিশংকৰ প্ৰসাদ : আইন, যোগাযোগ মন্ত্ৰণালয়
হৰছিমৰত কৌৰ বাদল : খাদ্য সংশাধন বিভাগ
থাৱৰ চান্দ গেহলট : সামাজিক ন্যায়
ড০ এছ জয়শংকৰক : বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়
ৰমেশ পোখৰিয়াল নিশাংক : মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়
অৰ্জুন মুণ্ডা : জনজাতি পৰিক্ৰমা বিভাগ
স্মৃতি ইৰাণী : মহিলা আৰু শিশু কল্যাণ মন্ত্ৰণালয়
ড০ হৰ্ষবৰ্ধন : স্বাস্থ্য–পৰিয়াল কল্যাণ, বিজ্ঞান–প্ৰযুক্তি আৰু ভূ–বিজ্ঞান বিভাগ
প্ৰকাশ জাৱড়েকাৰ : পৰিৱেশ, বন, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়
পীয়ুষ গোৱেল : ৰে’ল, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়
ধৰ্মেন্দ্ৰ প্ৰধান : পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ
প্ৰহ্লাদ যোশী : সংসদীয় পৰিক্ৰমা, কয়লা আৰু খনি
মহেন্দ্ৰ নাথ পাণ্ডে : দক্ষতা বিকাশ আৰু উদ্যমিতা
মুখতাৰ আব্বাছ নাকভি : সংখ্যালঘু পৰিক্ৰমা দপ্তৰ
ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী :
ৰামেশ্বৰ তেলী : খাদ্য সংশাধন
সন্তোষ কুমাৰ গংগোৱাৰ : শ্ৰম আৰু নিয়োগ মন্ত্ৰী
ৰাও ইন্দ্ৰজিৎ সিং : পৰিকল্পনা মন্ত্ৰী, পৰিসংখ্যা-কাৰ্যসূচী ৰূপায়ণ
শ্ৰীপদ য়েছ’ নাইক : আয়ুৰ্বেদ, প্ৰাকৃতিক চিকিৎসা, হোমিঅ’পেথিক, ৰাজ্যিক প্ৰতিৰক্ষা
জিতেন্দ্ৰ সিং : ড’নাৰ
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী
ৰামেশ্বৰ তেলী : খাদ্য সংশাধন
কিৰেণ ৰিজিজু : যুৱ পৰিক্ৰমা, ক্ৰীড়া, সংখ্যালঘু পৰিক্ৰমা
প্ৰহ্লাদ সিং পেটেল : সাংস্কৃতিক, পৰ্যটন দপ্তৰ
ৰাজকুমাৰ সিং : শক্তি, নবীকৰণযোগ্য শক্তি, বিকাশ আৰু উদ্যমিতা দপ্তৰ
হৰদ্বীপ সিং পুৰী : গৃহ নিৰ্মাণ-নগৰ পৰিক্ৰমা, অসামৰিক বিমান পৰিবহণ, বাণিজ্য আৰু উদ্যোগ
মনসুখ লাল মান্দাবিয়া : ৰাসায়নিক, সাৰ, জাহাজ দপ্তৰ
ফগনসিং কুলাস্তে : তীখা দপ্তৰৰ ৰাজ্য মন্ত্ৰী
অশ্বিনী চৌবে : স্বাস্থ্য-পৰিয়াল কল্যাণৰ ৰাজ্য মন্ত্ৰী
অৰ্জুন ৰাম মেঘৱাল : সংসদীয় পৰিক্ৰমা, গুৰু উদ্যোগ-ৰাজহুৱা প্ৰতিষ্ঠান ।
0 comments:
Post a Comment