কিছুমান বৈজ্ঞানিক যন্ত্ৰৰ নাম আৰু কামসমূহ
১) বেৰোস্কোপ - বায়ুৰ প্লাবিতা নিৰ্ণয় কৰা যন্ত্ৰ।
২) বেৰোমিটাৰ - বায়ুৰ চাপ জোখা যন্ত্ৰ।
৩) এনিম’মিটাৰ - বায়ুৰ গতি পৰিমাপক যন্ত্ৰ।
৪) ক্ৰেস্কোগ্ৰাফ - উদ্ভিদৰ জীৱনী শক্তিৰ জ্ঞান পাব পৰা যন্ত্ৰ।
৫) থাৰ্ম’মিটাৰ - শৰীৰৰ তাপ জোখা যন্ত্ৰ।
৬) লেক্টোমিটাৰ - গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰ।
৭) ওডোমিটাৰ - শব্দৰ তীব্ৰতা জোখা যন্ত্ৰ।
৮) ইডিঅ’মিটাৰ - গেছীয় পদাৰ্থৰ আয়তন জুখিব পৰা যন্ত্ৰ।
৯) স্পিৰ’স্কোপ - নোট জাল নে আচল বুজিব পৰা যন্ত্ৰ।
১০) ফেদম - পানীৰ গভীৰতা জোখা স্কেল।
১১) ডায়নামো - যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰুপান্তৰ কৰিব পৰা যন্ত্ৰ।
১২) কম্পাছ - দিশ নিৰ্ণয় কৰা যন্ত্ৰ।
১৩) অল্টিমিটাৰ - কোনো ঠাইৰ উষ্ণতা মাপক যন্ত্ৰ।
১৪) চিচ্মোমিটাৰ - ভূমিকম্পৰ উৎপত্তি আৰু গতি নিৰ্ণয় কৰা যন্ত্ৰ।
১৫) এমিটাৰ - বৈদ্যুতিক প্ৰবাহ জোখা যন্ত্ৰ।
১৬) স্ক্ৰু-গজ - সৰু তাঁৰৰ ব্যাসাৰ্ধ জোখা যন্ত্ৰ।
১৭) স্পিৰিট-লেভেল - কোনো ঠাইৰ সমলতা পৰীক্ষা কৰিব পৰা যন্ত্ৰ।
১৮) ম্যান’মিটাৰ - গেছীয় পদাৰ্থৰ চাপ নিৰ্দ্ধাৰণ কৰা যন্ত্ৰ।
১৯) ফেদ’মিটাৰ - সাগৰৰ গভীৰতা জোখা যন্ত্ৰ।
২০) অক্সেন’মিটাৰ - বৃষ্টিপাতৰ পৰিমাণ নিৰ্দেশক যন্ত্ৰ।
২১) ষ্টেথিস্কোপ - হাওঁফাওঁ, হৃদপিণ্ড আদিৰ ক্ৰিয়াৰ পৰীক্ষাৰ বাবে চিকিৎসক
সকলে ব্যৱহাৰ কৰা যন্ত্ৰ।
২২) কেথেটোমিটাৰ - দূৰত্বত থকা দুটা চিহ্নৰ মাজৰ ব্যৱধান নিৰ্ণয় কৰা যন্ত্ৰ।
২৩) কেল’ৰিমিটাৰ - কোনো বস্তুৰ তাপৰ পৰিমাণ জোখা যন্ত্ৰ।
২৪) চন’মিটাৰ - তাঁৰৰ কম্পনাংক উলিওৱা যন্ত্ৰ।
২৫) চলানুবীক্ষণ - তৰল পদাৰ্থৰ প্ৰতিসৰণাংক উলিওৱা যন্ত্ৰ।
0 comments:
Post a Comment