Showing posts with label GK. Show all posts
Showing posts with label GK. Show all posts

Monday, March 11, 2024

বিজ্ঞান বিষয়ৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ/Some important questions and answers in science

বিজ্ঞান বিষয়ৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ/Some important questions and answers in science



1.প্ৰশ্ন:আপেক্ষিকবাদ মতবাদৰ জনক কোন?
উত্তৰ:- এলবাৰ্ট আইনষ্টাইন।








2.প্ৰশ্ন:গাড়ীত কি দাপোণ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- উত্তল দাপোণ।








3.প্ৰশ্ন:পটাচিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ হয়?
উত্তৰ:- বাৰুদ বনোৱাৰ বাবে।







4.প্ৰশ্ন:লুমেন কিহৰ একক?
উত্তৰ:- জ্যোতি তীব্ৰতা।








5.প্ৰশ্ন:কেচুৰ চকু কেইটা?
উত্তৰ:- কেচুৰ চকু নাই।







6.প্ৰশ্ন:'ব্লেক হল' সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল?
উত্তৰ:- এছ. চন্দ্ৰশেখৰ।






7.প্ৰশ্ন:মৰিচিকা হোৱাৰ কাৰণ কি?
উত্তৰ:- আভ্যন্তৰিণ পূৰ্ণ প্ৰতিফলন বাবে।







8.প্ৰশ্ন:সকলোতকৈ দহনশিল গেছ কি?
উত্তৰ:- হাইড্ৰ'জেন।







9.প্ৰশ্ন:কি ধাতু তৰল অৱস্হাত থাকে?
উত্তৰ:- পাৰা।








10.প্ৰশ্ন:ইলেকট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানী জনৰ নাম কি?
উত্তৰ:- জে. জে. থমচন।







11.প্ৰশ্ন:আটাইতকৈ কোমল ধাতু বিধৰ নাম কি?
উত্তৰ:- লিথিয়াম।







12.প্ৰশ্ন:ভাৰতৰ প্ৰথম পাৰমাণবিক চুলাটোৰ নাম কি?
উত্তৰ:- ‍অপ্সাৰা।







13.প্ৰশ্ন:আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন?
উত্তৰ:- এণ্টানি লেভয়চিয়াৰ।







14.প্ৰশ্ন:পায়ৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে?
উত্তৰ:- দাঁত।







15.প্ৰশ্ন:সৰ্বাধিক ব্যৱহাৰ কৰা ধাতু বিধ কি?
উত্তৰ:- লো।







16.প্ৰশ্ন:কেন্সাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয়?
উত্তৰ:- কোবাল্ট।






17.প্ৰশ্ন:কেঁচাফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- কাৰ্বাইড।






18.প্ৰশ্ন:প্ৰৱাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- টেকোমিটাৰ।






19.প্ৰশ্ন:নিউটন কিহৰ একক?
উত্তৰ:- MKS পদ্ধতিত বলৰ একক।






20.প্ৰশ্ন:ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- এচিটিলিন।







21.প্ৰশ্ন:AC আৰু DC কাৰেন্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- ৰেক্টিফায়াৰ।







22.প্ৰশ্ন:কি পদ্ধতিত সুৰ্য্যৰ তাপ পৃথিৱীলৈ আহে?
উত্তৰ:- বিকিৰণ পদ্ধতি।






23.প্ৰশ্ন:বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- এনিম'মিটাৰ।







24.প্ৰশ্ন:CGS পদ্ধতিত শক্তিৰ একক কি?
উত্তৰ:- আৰ্গ।






25.প্ৰশ্ন:পিতলত কি কি ধাতু থাকে?
উত্তৰ:- তাম আৰু দস্তা।






26.প্ৰশ্ন: আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি ?
উঃ পুটোনিয়াম।







27.প্ৰশ্ন: পৰীক্ষামূলকভাৱে প্রথম ভূ-গর্ভত পৰমাণু বােমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি ?
উঃ বৃটেইন ।







28.প্ৰশ্ন: আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি ?
উঃ ৰেডন।








29.প্ৰশ্ন: বর্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎক্ষৰণে মাটিৰ বুকুত কি এৰি দিয়ে ?
উঃ নাইট্ৰজেন অক্সাইড।








30.প্ৰশ্ন: "বেঘনীসেহাসুৰ" - কি?
উ: বগা পােহৰত থকা সাতটা ৰঙৰ সমষ্টি । যেনে - বেঙুনীয়া, ঘননীলা,নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।





এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇





Share:

Friday, March 8, 2024

আন্তৰ্জাতিক নাৰী দিৱস International Women's Day

আন্তৰ্জাতিক নাৰী দিৱস  International Women's Day 



প্ৰতি বছৰে ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। এই দিৱস উদযাপনৰ আঁৰত আছে মহিলা শ্ৰমিকৰ অধিকাৰৰ বাবে সংগ্ৰামৰ ইতিহাস।

১৮৫৭ চনত আমেৰিকাৰ নিউয়ৰ্কৰ ৰাজপথলৈ ওলাই আহি মজুৰিৰ বৈষম্য, নিৰ্দিষ্ট কৰ্মৰ সময় আৰু অমানৱীয় কৰ্ম পৰিস্থিতিৰ বিৰুদ্ধে সূতা কাৰাখানাৰ নাৰী শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই শোভাযাত্ৰাত চৰকাৰে প্ৰতিবাদী বাহিনীৰ ওপৰত দমন-নিপীড়ন চলাইছিল।

১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত জাৰ্মান সমাজবাদী নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত নিউয়ৰ্কত ছ’চিয়েল ডেম’ক্ৰেটিক উইমেন অৰ্গেনাইজেশ্যনে আয়োজন কৰা মহিলা সভাত প্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হয়।

ক্লাৰা আছিল এগৰাকী জাৰ্মান ৰাজনীতিবিদ; জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক। তাৰ পিছত ১৯১০ চনত ডেনমাৰ্কৰ কোপেনহেগেনত দ্বিতীয় আন্তৰ্জাতিক মহিলা সন্মিলন অনুষ্ঠিত হয়। ইয়াত ১৭খন দেশৰ ১০০ গৰাকী মহিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই সন্মিলনত ক্লাৰাই প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। এই দিনটো ১৯১১ খ্ৰীষ্টাব্দৰ পৰা নাৰী সমতা দিৱস হিচাপে পালন কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হয়।

বিভিন্ন দেশৰ সমাজবাদীসকলে এই দিনটো পালন কৰিবলৈ আগবাঢ়ি আহে। ১৯১৪ চনৰ পৰা কেইবাখনো দেশত ৮ মাৰ্চ উদযাপন কৰা হয়। তাৰ পিছত ১৯৭৫ চনত ৮ মাৰ্চত ইয়াক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি দিয়া হয়।
Share:

Tuesday, March 5, 2024

বিজ্ঞান বিষয়ৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ/Some important questions and answers in science

বিজ্ঞান বিষয়ৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ/Some important questions and answers in science

#ADRE #GK #CTET #Assampolice #Apsc



1. প্ৰশ্ন:সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়?
উত্তৰ:- ভিটামিন D।






2. প্ৰশ্ন:কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়?
উত্তৰ:- ধমনীৰ মাধ্যমত।






3.প্ৰশ্ন:মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান?
উত্তৰ:- প্ৰায় ৪০০০ নিযুত।







4.প্ৰশ্ন:ভিটামিন 'C' ৰ আন এটা নাম কি?
উত্তৰ:- এচকাৰবিক্ এচিড।







5.প্ৰশ্ন:ঘোঁৰাৰ দাঁত কেইটা?
উত্তৰ:- মাইকী ঘোঁৰাৰ ৩৬ টা আৰু মতা ঘোঁৰাৰ ৪০ টা।






6.প্ৰশ্ন:আটাইতকৈ দীৰ্ঘজীৱি প্ৰাণী কি?
উত্তৰ:- কাছ (প্ৰায় ৫০০ বছৰ জীয়াই থাকে)।






7.প্ৰশ্ন:অধিক শিৰা থকা প্ৰাণী কি?
উত্তৰ:- সাপ।    






8.প্ৰশ্ন:বংশগতিৰ একক কি?
উত্তৰ:- জিন ।







9.প্ৰশ্ন:ৰাডাৰ (RADAR) ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ:- Radio Detection and Ranging.







10.প্ৰশ্ন:পানীৰ গভীৰতা জোখৰ একক কি?
উত্তৰ:- ফেডাম।







11.প্ৰশ্ন:অক্সিজেনৰ গ্ৰাম আনৱিক ভৰ কিমান?
উত্তৰ:- ৩২ গ্ৰাম।





12.প্ৰশ্ন:সুস্থ  মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান?
উত্তৰ:- ৩৭ ° চেলছিয়াচ। ( ৯৮.২° ফাৰেনহাইট )









13.প্ৰশ্ন:মানৱদেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়?
উত্তৰ:- যকৃত।








14.প্ৰশ্ন:সূৰ্য্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়?
উত্তৰ:- প্ৰায় ৮ মিনিট।









15.প্ৰশ্ন:চিমেন্টৰ অত্যাৱশ্যকীয় উপাদানটো কি?
উত্তৰ:- চূণশিল।









16.প্ৰশ্ন:মানুহৰ বৈজ্ঞানিক নাম কি?
উত্তৰ:- হোমোচেপিয়ান।







17.প্ৰশ্ন:প্ৰাণী দেহত হৰ'মন সৃষ্টিকাৰী গ্ৰন্থিক কি বোলে?
উত্তৰ:- এডোক্ৰাইন।







18.প্ৰশ্ন:উদ্ভিদৰ উচ্চতামাপক যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- আৰ্কইণ্ডিকেটৰ।






19.প্ৰশ্ন:মানৱদেহত থকা ক্ৰম'জমৰ সংখ্যা কিমান?
উত্তৰ:- ২৪ যোৰ।










20.প্ৰশ্ন:মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে?
উত্তৰ:- AB গ্ৰুপ।








21.প্ৰশ্ন:আটাইতকৈ সৰল প্ৰ'টিন কি?
উত্তৰ:- গ্ৰাইচিন।









22.প্ৰশ্ন:যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি?
উত্তৰ:- টিউবাৰ কুলেচিচ্ বেক্টেৰিয়া।










23.প্ৰশ্ন:কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায়?
উত্তৰ:- ফচফৰাচ্।









24.প্ৰশ্ন:মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে?
উত্তৰ:- ১৩ বিধ।







25.প্ৰশ্ন:পোহৰৰ গতিবেগ কিমান?
উত্তৰ:- ৩০০০০০ কিঃমিঃ/ছেকেণ্ড।








এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇




Share:

Monday, March 4, 2024

চিপাহী বিদ্ৰোহৰ লগত জড়িত মণিৰাম দেৱানৰ বিষয়ে কিছু তথ্য/Some information about Maniram Dewan involved in the sepoy mutiny #adre #apsc ##Assampolice #GK

চিপাহী বিদ্ৰোহৰ লগত জড়িত মণিৰাম দেৱানৰ বিষয়ে কিছু তথ্য



- জন্ম : ১৮০৬ চনৰ ১৭ এপ্ৰিল




- জন্মস্থান :  শিৱসাগৰ জিলাৰ চাৰিঙ




- পিতৃৰ নাম : মুক্তিয়াৰ ৰাম দত্ত দোলাকাষৰীয়া বৰুৱা




- মাকৰ নাম : কৌশল্যা




- অন্য নাম : মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা





- মৃত্যু : ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী






* ১৮২৪ চনৰ পৰা ১৮২৬ চনলৈকে হোৱা প্ৰথম ইঙ্গ–বাৰ্মা যুদ্ধৰ সময়ত অসমলৈ অহা ব্ৰিটিছ কমিছনাৰ ডেভিড স্কটৰ পথ প্ৰদৰ্শক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা।





* ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে ব্ৰিটিছৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল। 






* ১৮৩৯ চনত ব্ৰিটিছৰ আচাম টি কোম্পানীত দেৱান পদ গ্ৰহণ কৰিছিল। 







* অসমৰ চাহৰ আৱিষ্কাৰক বুলি কোৱা ৰবাৰ্ট ব্ৰুচক পৰোক্ষভাৱে চাহ গছ আৱিষ্কাৰ কৰাত সহায় কৰা ব্যক্তিজন আছিল মণিৰাম দেৱান। 






* Tea in Assam’ গ্ৰন্থৰ লেখক চেমুৱেল ৱেইল্ডন মণিৰাম দেৱানকহে অসমৰ চাহৰ আচল আৱিষ্কাৰক বুলি অভিহিত কৰিছে।






* ১৮৪৫ চনত যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে। 






* এওঁৱে আছিল প্ৰথম অসমীয়া চাহ খেতিয়ক।






* মণিৰাম দেৱানে ফাৰ্চী-বঙালী মিশ্ৰিত অসমীয়া ভাষাত "বুৰঞ্জী বিবেক ৰত্ন" নামৰ এখন পুথি ৰচনা কৰিছিল। 






* সাধাৰণ মানুহে তেখেতক "কলিতা-ৰজা" নাম দিছিল।





* লণ্ডনৰ ইংৰাজী কাকতত প্ৰৱন্ধ লিখা প্ৰথম অসমীয়া হ’ল মণিৰাম দেৱান (Maniram Dewan)। এই ইংৰাজী ভাষাত এই প্ৰৱন্ধটো লিখিছিল অসমৰ চাহ উদ্যোগ তথা চাহ খেতিক কেন্দ্ৰ কৰি।






* ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰত তেওঁক ইংৰাজ চৰকাৰে ফাঁচী দি হত্যা কৰে।






* দেশ স্বাধীনৰ বাবে বিদ্ৰোহৰ অগ্নি জ্বলাই চিপাহী বিদ্রোহত অসমৰ প্ৰথম শ্বহীদ ৰূপে পৰিগণিত হৈছিল মণিৰাম দেৱান।





এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇


Share:

Sunday, March 3, 2024

**SOME IMPORTANT MCQ FOR ALL COMPETITIVE EXAM**

**SOME IMPORTANT MCQ FOR ALL COMPETITIVE EXAM** #ADRE #Assampolice #Apsc 







1.ৰাওলাট আইন‌ কেতিয়া‌ গৃহীত কৰা হৈছিল?
উত্তৰ:-১৯১৯।








2.সংবিধান খচৰা সমিতিৰ মুঠ সদস্য সংখ্যা কিমান আছিল?
উত্তৰ:-৭ জন।








3.শেহতীয়াকৈ ১০০ ড্ৰামৰ উৎসৱ কোনখন ৰাজ্যই পালন কৰিছিল?
উত্তৰ:-মেঘালয়।










4.অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ:-ৰাজীৱ গান্ধী।











5.ভাৰত শক্তি সপ্তাহ 2024 কোনখন‌ ৰাজ্যত আয়োজিত কৰা হৈছে?
উত্তৰ:-গোৱা।











6.অসমৰ আটাইতকৈ উচ্চতম শৃংগটোৰ নাম কি?
উত্তৰ:- লাইকে।










7.প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি?
উত্তৰ:-অবুজ বেদনা।











8.অসমৰ প্ৰথম গৰাকী স্নাতক কোন‌ আছিল?
উত্তৰ:-আনন্দৰাম বৰুৱা।










9.জোঙাল‌ বলহু কোন সম্প্ৰদায়ৰ ৰজা আছিল?
উত্তৰ:-তিৱা ।







10.ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মহিলা চুবেদাৰ গৰাকীৰ নাম কি?
উত্তৰ:-প্ৰীতি ৰজক।







এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇


Share:

Saturday, March 2, 2024

♦️...Important Quiz on Rivers of India...♦️

*♦️...ভাৰতৰ নদী সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কুইজ...♦️*





 ১.  ভাৰতৰ আটাইতকৈ বহল নদী কোনখন?
 উত্তৰ – ব্ৰহ্মপুত্ৰ







 ২.  ভাৰতত বদ্বীপ গঠন কৰা নদীবোৰ কোনবোৰ?
 উত্তৰ – কাবেৰী, গংগা, মহানদী







 ৩.  ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন?
 উত্তৰ – গোদাবৰী







 ৪.  বিহাৰত বৈ যোৱা নদীৰ ভিতৰত কোনখন নদীৰ উৎপত্তি অমৰকান্তকত?
 উত্তৰ – পুত্ৰ







 ৫.  ভাগীৰথী আৰু অলকনন্দই গংগাক ক'ত লগ পায়?
 উত্তৰ – দেৱ প্ৰয়াগ







 ৬.  কাৰ উপনৈ টাৱা?
 উত্তৰ – নৰ্মদা







 ৭.  কোনখন নদীক 'বিহাৰৰ দুখ' বুলি কোৱা হয়?
 উত্তৰ – কোছি







 ৮.  কোনখন নদীক 'বংগৰ দুখ' বুলি কোৱা হয়?
 উত্তৰ – দামোদৰ নদী







 ৯.  ৰিফ্ট বেচিনৰ মাজেৰে কোনখন নদী বৈ যায়?
 উত্তৰ – নৰ্মদা









 ১০.  উপদ্বীপীয় ভাৰতৰ আটাইতকৈ ডাঙৰ নদী কোনখন?
 উত্তৰ – গোদাবৰী










 ১১.  ভাৰতৰ পবিত্ৰ নদী কোনখন?
 উত্তৰ – গংগা








 ১২.  বাংলাদেশত গংগাক কি নামেৰে জনা যায়?
 উত্তৰ – পদ্ম








 ১৩.  গংগা আৰু ব্ৰহ্মপুত্ৰৰ সংযুক্ত জলধাৰা কি নামেৰে জনা যায়?
 উত্তৰ – মেঘনা








 ১৪.  কোনখন ৰাজ্যৰ মাজেৰে ছাংপো নদী ভাৰতত প্ৰৱেশ কৰে?
 উত্তৰ – অৰুণাচল প্ৰদেশ








 ১৫.  ভাৰতৰ কোনখন নদীয়ে সুন্দৰবন বদ্বীপ গঠন কৰে?
 উত্তৰ-গংগা আৰু ব্ৰহ্মপুত্ৰ




এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇

Share:

Friday, March 1, 2024

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)





1) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?

উত্তৰ : ১৯০১ চনৰ পৰা।








2) প্ৰশ্ন : অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?

উত্তৰ : ১৮৪৭ চনত।








3) প্ৰশ্ন : ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?

উত্তৰ : ১৮৬৬ চনৰ পৰা।








4) প্ৰশ্ন : অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?

উত্তৰ : ১৯৭৯ চনৰ পৰা।








5) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?

উত্তৰ : ১৯১৭ চনত।









6) প্ৰশ্ন : অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?

উত্তৰ : ১৮৮৬ চনৰ পৰা।










7) প্ৰশ্ন : জয়দ’ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।








8) প্ৰশ্ন : অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?

উত্তৰ : শিৱসাগৰ।









9) প্ৰশ্ন : আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?

উত্তৰ : বশিষ্ঠাশ্ৰমত।








10) প্ৰশ্ন : ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?

উত্তৰ : ডিগবৈ।









11) প্ৰশ্ন :  অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়?

উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।








12) প্ৰশ্ন : স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল?

উত্তৰ : গৌৰীশংকৰ ভট্টাচাৰ্য।










13) প্ৰশ্ন : অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?

উত্তৰ : শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই।










14) প্ৰশ্ন : স্বাধীনতাৰ পাছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : হৰেশ্বৰ গোস্বামী।










15) প্ৰশ্ন : অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ : আকবৰ হাইদৰী।










16) প্ৰশ্ন : অসমৰ ‘কুমাৰ ৰজা’ বুলি পৰিচিত ব্যক্তি গৰাকী কোন?

উত্তৰ : ভাস্কৰ বৰ্মন।










17) প্ৰশ্ন : অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?

উত্তৰ : কলোনেল কীটিং।









18) প্ৰশ্ন : ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয়?

উত্তৰ : ১৮৭৩ চনত।










19) প্ৰশ্ন : প্ৰাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?

উত্তৰ : ৰাজকুমাৰী অমৃত প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।






এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇


Share:

Thursday, February 29, 2024

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)






১) প্ৰশ্ন : ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?

উত্তৰ : চাওলুং চুকাফা।








২) প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।










৩) প্ৰশ্ন : অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?

উত্তৰ : তৰুণ ৰাম ফুকন।









৪) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?

উত্তৰ : পুৰন্দৰ সিংহ।










৫) প্ৰশ্ন : কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?

উত্তৰ : ১৯৬১ চনত।










৬) প্ৰশ্ন : কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ : ১৮৮২ চনত।










৭) প্ৰশ্ন : কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?

উত্তৰ : ১৯২১ চনত।









৮) প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : বসন্ত দাস।









৯) প্ৰশ্ন : অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?

উত্তৰ : ১৯০৩ চনত।











১০) প্ৰশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?

উত্তৰ : ১৮২৩ চনত।











১১) প্ৰশ্ন : অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চুকাফা।









১২) প্ৰশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১২০৬ চনত।









১৩) প্ৰশ্ন : ১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।










১৪) প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বীৰপাল।









১৫) প্ৰশ্ন : অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটী।










১৬) প্ৰশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : গোপীনাথ বৰদলৈ।









১৭) প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ : ৰেণুকা দেৱী বৰকটকী।











১৮) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১২৫৩ চনত।








১৯) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?

উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।








২০) প্ৰশ্ন : আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?

উত্তৰ : ১৬৮১ চনত।










২১) প্ৰশ্ন : অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?

উত্তৰ : ১৫৪৮ চনত।









২২) প্ৰশ্ন : অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৯২০ চনত।









২৩) প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।









২৪) প্ৰশ্ন : কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১৬৭১ চনত।










২৫) প্ৰশ্ন : অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৬৯৪ চন।






এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇


Share:

Tuesday, February 27, 2024

**SOME IMPORTANT MCQ FOR ALL COMPETITIVE EXAM**

**SOME IMPORTANT MCQ FOR ALL COMPETITIVE EXAM** #ADRE #Assampolice #Apsc 



১/ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি ?
What is the name of the first Assamese children’s film?
(ক) অবুজ বেদনা
(খ) জীৱন সুৰভি
(গ) পূবেৰুণ
(ঘ) চিকমিক বিজুলী

উত্তৰ :- (ক) অবুজ বেদনা







২/ চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?
What is the name of the first Assamese novel to be made into a film?
(ক) মিৰি জীয়ৰী
(খ) পিতাপুত্ৰ
(গ) পৃথিৱীৰ হাঁহি
(ঘ) মনোমতি

উত্তৰ :- (ঘ) মনোমতি








৩/ ভবেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ?
For which book did Bhabendra Nath Shaikia win the Sahitya Akademi Award?
(ক) শৃংখল
(খ) ৰাতি ফুলা ফুল
(গ) ৰংমিলিৰ হাঁহি
(ঘ) সেন্দুৰ

উত্তৰ :- (ক) শৃংখল









৪/ নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় ?
Which poet is known as the poet of the stream?
(ক) ৰত্নকান্ত বৰকাকতি
(খ) অমূল্য বৰুৱা
(গ) শৈলধৰ ৰাজখোৱা
(ঘ) বিনন্দ চন্দ্ৰ বৰুৱা

উত্তৰ :- (গ) শৈলধৰ ৰাজখোৱা









৫/ অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?
When did tea cultivation start in Assam?
(ক) ১৮৫০ চনত
(খ) ১৮৪২ চনত
(গ) ১৮২২ চনত
(ঘ) ১৮৪৫ চনত

উত্তৰ :- (ক) ১৮৫০ চনত










৬/ অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত ?
In which district of Assam is the Sainik School located?
(ক) বঙাইগাঁও
(খ) গোৱালপাৰা
(গ) শিৱসাগৰ
(ঘ) তিনিচুকীয়া

উত্তৰ :- (খ) গোৱালপাৰা










৭/ অসমৰ ক’ত গৰম পানীৰ উহ আছে ?
Where is the hot spring in Assam?
(ক) গোলাঘাট
(খ) দুলীয়াজান
(গ) নলবাৰী
(ঘ) নগাওঁ

উত্তৰ :- (ক) গোলাঘাট












৮/ অসমৰ জাপি শিল্প কোনখন জিলাত আছে ?
In which district of Assam is the japi industry located?
(ক) নলবাৰী
(খ) বৰপেটা
(গ) বঙাইগাঁও
(ঘ) শিলচৰ

উত্তৰ :- (ক) নলবাৰী











৯/ অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক’ত অনুষ্ঠিত হৈছিল ?
Where was the first session of the Assam Sahitya Sabha held?
(ক) শিৱসাগৰ
(খ) তেজপুৰ
(গ) নগাওঁ
(ঘ) বৰপেটা

উত্তৰ :- (ক) শিৱসাগৰ








১০/ উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায় ?
Who is the emperor of novels?
(ক) ৰজনীকান্ত বৰদলৈ
(খ) চৈয়দ আব্দুল মালিক
(গ) অতুল চন্দ্ৰ হাজৰিকা
(ঘ) বেণুধৰ শৰ্মা

উত্তৰ :- (ক) ৰজনীকান্ত বৰদলৈ





              ---------------------X--------------------




এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇



Share:

Sunday, February 25, 2024

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)

⭕️ADRE 2.0 বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন সমূহ⭕️







1.  কোনগৰাকী ভাৰতীয়ই Raman Magsaysay বঁটা 2023 লাভ কৰে?

Ans :  ডা. ৰবি কান্নান আৰ।










2.  Miss Earth India title 2023 খিতাপ কোনে লাভ কৰে?

Ans : ৰাজস্থানৰ প্ৰিয়া সেন











3.  ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমখন AI School মুকলি কৰে?

Ans : কেৰালা











4.  What is the new name of Khelo India women's league?

Ans : Asmita Women's League









5.  শেহতীয়াকৈ কোনখন ঠাইত বহুদেশীয় যুদ্ধ অভ্যাস BRIGHT STAR 2023 আয়োজন কৰা হৈছে?

Ans : Cairo, Egypt









6.  শেহতীয়াকৈ চৰ্চাত থকা VYOMMITRA নামৰ ৰবটটো কোনে নিৰ্মাণ কৰিছে?

Ans : ISRO








7.  শেহতীয়াকৈ জিম্বাবুৱেৰ নতুন ৰাষ্ট্ৰপতি কোন হৈছে?

Ans : Emmerson Mnangagwa









8.  শেহতীয়াকৈ Press Information Bureau (PIB) ৰ নতুন Director general কোন হৈছে?

Ans : মনীশ দেশাই।











9.  শেহতীয়াকৈ ছিংগাপুৰৰ নতুন ৰাষ্ট্ৰপতি কোন হৈছে?

Ans : ভাৰতীয় মূলৰ Tharman Shanmugaratnam.










10.  শেহতীয়াকৈ কোনখন ৰাজ্যত Griha Laxmi Yojana মুকলি কৰা হয়?

Ans : কৰ্ণাটক।












11.  অলপতে বিশ্ব সংস্কৃত দিৱস কেতিয়া পালন কৰা হয়?

Ans : 31 আগষ্ট।











12.  শেহতীয়াকৈ কোনখন দেশে Women's 5s হকী এছিয়া কাপৰ খিতাপ দখল কৰে?

Ans : ভাৰত।











13.  শেহতীয়াকৈ কোনখন দেশে Men's 5s হকী এছিয়া কাপৰ খিতাপ লাভ কৰে?

Ans : ভাৰত।










14.  শেহতীয়াকৈ অসম চৰকাৰে উদ্বোধন কৰা অসমৰ আটাইতকৈ দীঘল উৰণীয়া সেঁতুখনৰ নাম কি?

Ans : নীলাচল উৰণ সেঁতু।











15.  G20 ৰ 21 সংখ্যক স্থায়ী সদস্য হিচাপে কাক চামিল কৰা হৈছে?

Ans : আফ্ৰিকান ইউনিয়ন।










16.  শেহতীয়াকৈ কোনটো দলে 132 সংখ্যক দুৰাণ্ড কাপৰ ট্ৰফী জয় কৰে?

Ans : মোহন বাগান।









17.  শেহতীয়াকৈ কোনখন দেশে 'Moon sniper ' নামৰ চন্দ্ৰ মিছন মুকলি কৰে?

Ans : জাপান।







18.  কোনখন ঠাই ভাৰতৰ প্ৰথম solar City হিচাপে মুকলি কৰা হৈছে?

Ans : মধ্যপ্ৰদেশৰ সাঁচি।










19.  কোনখন দেশত ASEAN summit 2023 আয়োজন কৰা হৈছে?

Ans : ইন্দোনেছিয়া।











20.  কাৰ অধ্যক্ষতাত One nation, one election ব্যৱস্থাৰ কাৰণে এখন কমিটি গঠন কৰা হৈছে?

Ans : প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।








21.  2023 চনৰ G20 সন্মিলনৰ মূল বিষয়বস্তু (theme) কি আছিল?

Ans : One Earth, one family, one future.










22.  অলপতে মুকলি কৰা ভাৰতৰ প্ৰথমটো AI সঞ্চালিত anti drone system টোৰ কি নাম ৰখা হৈছে?

Ans : ইন্দ্ৰজাল।











23.  2023 চনৰ G20 বৈঠক ভাৰতৰ ক'ত আয়োজন কৰা হৈছে?

Ans : নতুন দিল্লীৰ প্ৰগতি মৈদানত।












24.  2024 চনত কোনখন দেশে 19 সংখ্যক G20 সন্মিলন আয়োজন কৰিব?

Ans : ব্ৰাজিল।













25.  2025 চনত কোনখন দেশে 20 সংখ্যক G20 সন্মিলন আয়োজন কৰিব?

Ans : দক্ষিণ আফ্ৰিকা।











26.আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়?

Ans : 8 ছেপ্টেম্বৰ।











27. অসমত অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়?

Ans : 3 ছেপ্টেম্বৰ।







28.  অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিন উপলক্ষ্যে পালন কৰা হয়?


Ans : ভোগেশ্বৰ বৰুৱা









29. শেহতীয়াকৈ Statue of Oneness কোনখন ৰাজ্যত নিৰ্মাণ কৰা হৈছে?

Ans : মধ্যপ্ৰদেশ।










30. এছিয়ান গেমছ 2022 ত ভাৰতৰ ধ্বজাবাহক কোন?

Ans : হৰমনপ্ৰীত সিং আৰু লভলিনা বৰগোহাঁই।











31. ভাৰতৰ 41 সংখ্যক UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কিহে স্বীকৃতি পাইছে?

Ans : পশ্চিমবঙ্গৰ শান্তিনিকেতনে।










32. ভাৰতৰ 42 সংখ্যক UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কিহে স্বীকৃতি পায়?

Ans : কৰ্ণাটকৰ হয়চলা মন্দিৰ।











33. ভাৰতীয় সংবিধানৰ 128 নং সংশোধনী বিধেয়ক কোনটো ক্ষেত্ৰৰ লগত জড়িত?

Ans : মহিলা সংৰক্ষণ বিল (Women's Reservation Bill)







34. অলপতে কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰা নাৰী সংৰক্ষণ বিলখনৰ আনুষ্ঠানিক নাম কি?

Ans : নাৰী শক্তি বন্দন অধিনিয়ম।










35. শেহতীয়াকৈ অনুষ্ঠিত হোৱা Diamond League ত নীৰজ চোপ্ৰাই কি পদক লাভ কৰে?

Ans : ৰূপৰ পদক 











36. শেহতীয়াকৈ প্ৰতিষ্ঠিত নৰ্মান ই বৰলাউগ বঁটা 2023 কোনে লাভ কৰে?

Ans : Dr. Swati Nayak












37. শেহতীয়াকৈ চৰ্চাত থকা WESTERN LANE নামৰ উপন্যাসখন কোনে লিখিছে?

Ans : Chetna Maroo










38. Simbex 23 যুদ্ধ অভ্যাস কোন দুখন দেশৰ মাজত আয়োজন কৰা হয়?

Ans : ভাৰত আৰু ছিংগাপুৰ।












39. কোনখন ঠাই ভাৰতৰ প্ৰথম ট্ৰেফিক লাইট মুক্ত চহৰ হৈছে?

Ans : Kota, Rajasthan











40. 2026 চনত কোনখন দেশত এছিয়ান গেমছ আয়োজন কৰা হ'ব?

Ans : জাপান





এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇


Share:

Friday, February 23, 2024

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)



1)ভাৰতৰ প্ৰথম দুখলপীয়া নদী দলং হিচাপে কোনখনক জনা যায়?

উত্তৰ: শৰাইঘাট দলং












2)অসমৰ মাজেদি পাৰ হৈ যোৱা এছিয়ান হাইৱে' কেইটা আৰু কি কি?

উত্তৰ: দুটা। এছিয়ান হাইৱে' ১ আৰু এছিয়ান হাইৱে' ২











3)বৰ্তমান অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা কেইটা?

উত্তৰ: ২০টা ।









4) কোনখন ঠাইক চাহ ৰাজধানী বুলি জনাজাত?

উত্তৰ: যোৰহাট










5)কোন চনত অসমত বনৰীয়া  চাহ  গছ আৱিষ্কৃত হৈছিল?

উত্তৰ: ১৮২৩ চনত












6)বৰ্তমান অসমৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী কোন?

উত্তৰ: অজন্তা নেওগ










7)প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম ?

উত্তৰ: প্ৰহ্লাদ চৰিত্ৰ










8)‘কানাই বৰশী বোৱা' শিলালিপিখন কিমান শতিকাত খোদিত কৰা হৈছিল?

উত্তৰ: ত্ৰয়োদশ শতিকাত










9)অসমীয়া ভাষাৰ মুঠ বৰ্ণ বা আখৰ কেইটা?

উত্তৰ: ৫২টা বৰ্ণ আছে; ইয়াৰে ১১ টা স্বৰবৰ্ণ আৰু ৪১টা ব্যঞ্জনবৰ্ণ।










10)প্ৰথম অসমীয়া যাক ব্ৰিটিছে ‘ছাৰ’ উপাধিৰে সন্মানিত কৰিছিল?

উত্তৰ: ছৈয়দ ছাদুল্লা











11)প্ৰথম অসমীয়া যিয়ে অলিম্পিক খেলত প্ৰতিনিধিত্ব কৰিছিল?

উত্তৰ: ডা: টালিৰাম আও।



         ডা: টালিৰাম আও ১৯৪৮ চনত লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ ফুটবল দলটোৰ অধিনায়ক আছিল। অবিভক্ত অসমৰ নাগা পাহাৰত তেখেতৰ জন্ম হৈছিল।












12)অসমীয়া বোলছবিখনৰ নাম কি?

উত্তৰ: জয়মতী – ১৯৩৫











13)‘অসমৰ সৰোজিনী' বুলি গান্ধীজীয়ে কোনজনী অসমীয়া মহিলাক অভিহিত কৰিছিল?

উত্তৰ: ভানুমতী তালুকদাৰ













14)গৰখীয়া মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ: শিৱ সিংহ







15)অসমত প্ৰায় কেইখন সত্ৰ আছে?

উত্তৰ: ৯০০খন (প্ৰায়)












16)অসমীয়া ভাষাত প্ৰথম সাধুকথাৰ পুথি কোনে ৰচনা কৰিছিল?

উত্তৰ: এলিজা ব্ৰাউনে











17)বৰ্তমান অসমত কেইখন হস্তী সংৰক্ষিত বা হাতীৰ বাবে সংৰক্ষিত অঞ্চল আছে? 

উত্তৰ: ৫খন ।







এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇



Share:

বিশ্বৰ প্ৰধান ১০ খন নদী

➜🏞️ 🏔️ বিশ্বৰ প্ৰধান ১০ খন নদী




১.নীল নদী ➜


ভিক্টোৰিয়া হ্ৰদৰ পৰা নীল নদীৰ উৎপত্তি হৈছে। ই পৃথিৱীৰ আটাইতকৈ দীঘল নদী, আছোৱান বান্ধ আৰু নাছেৰ হ্ৰদ নীল নদীৰ ওপৰত অৱস্থিত। এই নদীখন আফ্ৰিকা মহাদেশত বৈ যায়।













২/ আমাজন নদী

আমাজন নদী পানীৰ পৰিমাণৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ নদী, ই দক্ষিণ আমেৰিকাত বৈ যায়। দৈৰ্ঘ্যৰ ফালৰ পৰা আমাজন নদী নীল নদীৰ পিছতে দ্বিতীয় স্থানত আছে।














৩/ মিচিচিপি-মিছৌৰী নদী

মিচিচিপি আৰু মিছৌৰী দুখন পৃথক নদী যদিও ইহঁতে মিলি বিশ্বৰ আটাইতকৈ ডাঙৰ নদী ব্যৱস্থা গঠন কৰে। এই নদীৰ বদ্বীপটোৰ আকৃতি ‘চৰাইৰ পাখি’ৰ দৰে। উত্তৰ আমেৰিকাত ই বৈ যায়।














৪/ ৰিঅ’ গ্ৰেণ্ডে নদী

এই নদীয়ে আমেৰিকা আৰু মেক্সিকোৰ মাজৰ সীমা গঠন কৰে। উত্তৰ আমেৰিকা মহাদেশৰ এখন নদী।
















৫/ চেণ্ট লৰেন্স নদী

চেণ্ট লৰেন্স নদী উত্তৰ আমেৰিকা মহাদেশলৈ বৈ গৈছে। এই নদীখনৰ বিশেষ কথাটো হ’ল ই বিশ্বৰ আটাইতকৈ ব্যস্ত আভ্যন্তৰীণ জল পৰিবহণ পথ গঠন কৰে। বিশ্ববিখ্যাত ‘নায়াগ্ৰা জলপ্ৰপাত’ চেণ্ট লৰেন্স নদীৰ ওপৰত অৱস্থিত।















৬/ ক’লৰাডো নদী

উত্তৰ আমেৰিকা মহাদেশৰ পশ্চিম অংশত ক’লৰাডো নদী বৈ যায়। বিশ্ববিখ্যাত ‘গ্ৰেণ্ড কেনিয়ন’ আৰু ‘হুবাৰ ডেম’ কেৱল ক’লৰাডো নদীৰ ওপৰত অৱস্থিত।
















৭) ৰাইন নদী

ৰাইন নদী ইউৰোপৰ মাজেৰে বৈ গৈছে, যাৰ বাবে ই ইউৰোপৰ আটাইতকৈ ব্যস্ত অভ্যন্তৰীণ জল পৰিবহণ পথ। এই নদীখনক ‘কয়লা নদী’ বুলিও কোৱা হয়। ইউৰোপৰ বিখ্যাত বন্দৰ ‘ৰটাৰডেম’ ৰাইন নদীৰ ওপৰত অৱস্থিত।

















৮) ডানুবে নদী

ডানুবে নদীৰ উৎপত্তি জাৰ্মানীৰ কৃষ্ণ অৰণ্য পৰ্বতমালাত, ইউৰোপৰ কেইবাখনো দেশৰ ৰাজধানীৰ মাজেৰে পাৰ হৈ ক’লা সাগৰত পৰে। তলত ডানুবে নদীৰ পাৰত অৱস্থিত ইউৰোপীয় দেশসমূহ আৰু ইয়াৰ ৰাজধানীসমূহ উল্লেখ কৰা হ’ল।

যুগোস্লাভিয়াৰ ৰাজধানী বেলগ্ৰেড, স্লোভেনিয়াৰ ৰাজধানী ব্ৰাটিস্লাভা, ৰোমানিয়াৰ ৰাজধানী বুখাৰেষ্ট, হাংগেৰীৰ ৰাজধানী বুডাপেষ্ট আৰু অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনা ডানুবে নদীৰ পাৰত অৱস্থিত।


















৯/ ভলগা নদী

এই নদীখন ইউৰোপৰ আটাইতকৈ দীঘল নদী। ভলগা নদী ভালদাই পাহাৰত উঠি কেছপিয়ান সাগৰলৈ বৈ যায়।














১০) নাইজাৰ নদী

নাইজাৰ নদী আফ্ৰিকাত বৈ যায়। এই নদীখন গিনি উপসাগৰত পৰে, আৰু ইয়াক ‘তেল নদী’ বুলি জনা যায়।

══════◄••❀••►══════






এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇




Share:

Popular Posts