Showing posts with label temple history. Show all posts
Showing posts with label temple history. Show all posts

Thursday, January 31, 2019

শ্ৰীশ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ চমু বিৱৰণ

শ্ৰীশ্ৰীদীৰ্ঘেশ্বৰী দেৱালয় আমিনগাঁও উত্তৰ গুৱাহাটী মান্দাকাটা পথেৰে গৈ নাজিৰাখাট এৰি কিছুদূৰ গৈ এখন ওখ পাহাৰৰ দাঁতিয়েদি এটা সৰু পথ পোৱা যায়। এই পথটো লেঙা হৈ কুৰুৱাত মিলি গৈছে। এই পাহাৰখনক কোৱা হয় সীতাপৰ্বত। এই পৰ্বতৰ ওপৰতেই বিৰাজমান দীৰ্ঘেশ্বৰী মন্দিৰ। যোগিনীতন্ত্ৰৰ মতে বৰবংশৰ মৌজাৰ দীৰ্ঘেশ্বৰী পৰ্বতক সীতাপৰ্বত বোলে। এই সীতাপৰ্বত বা দীৰ্ঘেশ্বৰী...
Share:

Popular Posts