Sunday, March 10, 2019

ভাৰতৰ_প্রথম_মহিলা

ভাৰতৰ_প্রথম_মহিলা

১) ভাৰতৰ প্রথম মহিলা ৰাষ্ট্রপতি — প্রতিভা পাটিল।
২) ভাৰতৰ প্রথম মহিলা প্রধানমন্ত্রী — ইন্দিৰা গান্ধী।
৩) ভাৰতৰ প্রথম মহিলা ৰাজ্যপাল — সৰোজিনী নাইডু।
৪) ভাৰতৰ প্রথম মহিলা মুখ্যমন্ত্রী — সুচেতা কৃপালিনী।
৫) ভাৰতৰ প্রথম মিছ ওয়ার্ল্ড — ৰীতা ফাৰিয়া।
৬) ভাৰতৰ প্রথম মিছ ইউনিভাৰ্চ— সুস্মিতা সেন।
৭) ভাৰতৰ প্রথম মিছ এছিয়া পেচিফিক — জিনাত আমন।
৮) ভাৰতৰ প্রথম মিছ ইন্টাৰকন্টিনেন্টাল — লাৰা দত্ত।
৯) ভাৰতৰ প্রথম মহিলা মিচেছ ওয়ার্ল্ড — অদিতি গোয়িত্রিকাৰ।
১০) ভাৰতৰ প্রথম মিছ আর্থ — নিকোলে ফাৰিয়া।
১১) ভাৰতৰ প্রথম মহিলা নোবেল বিজয়ী — মাদাৰ টেৰেছা ।
১২) ভাৰতৰ প্রথম মহিলা স্নাতক —  চন্দ্রমুখী বসু।
১৩) ভাৰতৰ প্রথম মহিলা স্নাতক (অনার্স) — কামিনী ৰায়।
১৪) ভাৰতৰ প্রথম মহিলা ট্রেন চালক — সুৰেখা যাদব।
১৫) ভাৰতৰ প্রথম মহিলা আইনজীবী — কর্নেলিয়া সোৰাবজী।
১৬) ভাৰতৰ প্রথম মহিলা প্রধান বিচাৰপতি (হাইকোর্ট) — লেয়লা চেঠ।
১৭) ভাৰতৰ প্রথম মহিলা বিচাৰপতি (সুপ্রিম কোর্ট) — এম. ফতিমা বিবি।
১৮) ভাৰতৰ প্রথম ইংলিছ চেনেল জয়ী মহিলা  — আৰতি সাহা।
১৯) ভাৰতৰ প্রথম মহিলা কেবিনেট মন্ত্রী — ৰাজকুমাৰী অমৃতা কৌৰ ।
২০) ভাৰতৰ প্রথম মহিলা স্পিকাৰ (লোকসভা) — মীৰা কুমাৰ ।
২১) ভাৰতৰ প্রথম এভাৰেষ্ট বিজয়ী মহিলা — বাচেন্দ্রী পাল।
২২) ভাৰতৰ প্রথম মহিলা গ্র্যান্ডমাস্টাৰ (দাবা) — কোনেৰু হাম্পি।
২৩) ভাৰতৰ প্রথম মহিলা IAS অফিচাৰ — ঈশা বসন্ত যোশী।
২৪) ভাৰতৰ প্রথম মহিলা IPS অফিচাৰ — কিৰন বেদী।
২৫) ভাৰতৰ প্রথম মহিলা অলিম্পিক ইভেন্ট ফাইনালিস্ট — পি. টি. উষা।
২৬) ভাৰতৰ প্রথম মহিলা ৰেলমন্ত্রী — মমতা বেনার্জী।
২৭) ভাৰতৰ প্রথম মহিলা পাইলট (এয়াৰ ফোর্স) — হকিতা কৌৰ দেওল।
২৮) ভাৰতৰ প্রথম এছিয়ান গেমছ স্বৰ্ণ পদক বিজয়ী মহিলা — কমলজিৎ সাঁধু।

Share:

0 comments:

Post a Comment

Popular Posts