Saturday, December 28, 2019

TET 2019 বাতিল হোৱাৰ সম্ভৱনা !! শিক্ষাবিভাগক হাইকৰ্টে দিলে জাননী । হাইকৰ্টৰ যুক্তি……

TET 2019 বাতিল হোৱাৰ সম্ভৱনা !! শিক্ষাবিভাগক হাইকৰ্টে দিলে জাননী । হাইকৰ্টৰ যুক্তি……

১)  NCTE ৰ নিয়ম মনা নাছিল

২) প্ৰশ্নকাকতত ভূলৰ সমাহাৰ

৩)পৰীক্ষাৰ পূৰ্বেই প্ৰশ্নকাকত ফাদিল

৪) উকা প্ৰশ্নত্তোৰ বহী জমা 

                 হাইকৰ্টে শিক্ষাবিভাগক অহা ১৭ ফেব্ৰুৱাৰীৰ ভিতৰত টেট কিয় বাতিল কৰিব নালাগে সেই সম্পৰ্কে ওপৰৰ যুক্তিসমুহৰ যুক্তিসংহতে উত্তৰ দিব লাগিব । শিক্ষাবিভাগে গ্ৰহনযোগ্য উত্তৰ দিব নোৱাৰিলে  TET 2019 বাতিল হোৱাটো নিশ্চিত ।
Share:

Related Posts:

0 comments:

Post a Comment

If you have any doubt, please let me know

Popular Posts