Sunday, February 2, 2020

আপুনি ST, SC বা OBC নেকি? কেন্দ্ৰীয় বাজেটত আপোনাৰ কাৰণে আছে এই সমূহ উপহাৰ!

আজি দাখিল কৰা হ’ল মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পুৰ্ণাংগ বিত্তীয় বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে বাজেট। এইবাৰৰ বাজেটত বহু কেইটা দিশত গুৰুত্বপূৰ্ণ ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ।

এইবাৰৰ বাজেটত অনুসূচিত জাতি, অনুসূচিত  জনগোষ্ঠী আৰু  অন্যান্য পিছপৰা শ্ৰণীৰ বাবে আছে বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা। SC আৰু OBCৰ কল্যানৰ বাবে এইবাৰ বাজেটত ধাৰ্য কৰা হৈছে ৮৫ হাজাৰ কোটি  টকা। সেইদৰে ৫৩,৭০০ কোটি টকা ধাৰ্য কৰা হৈছে অনুসূচিত জনজাতিৰ বাবে।

Share:

0 comments:

Post a Comment

If you have any doubt, please let me know

Popular Posts