Sunday, February 2, 2020

বাজেটত কৃষকৰ বাবে কি কি আছে?

বাজেটত কৃষকৰ বাবে কি কি আছে?
কৃষিখণ্ডৰ বাবে ২.৮৩ লাখ কোটি টকা

২০২২ৰ ভিতৰত কৃষকৰ আয় দূগুণৰ লক্ষ্য

৬.১১কোটি কৃষকৰ বাবে কৃষি বীমা ব্যৱস্থা

কৃষিক্ষেত্ৰত সংযোজন ঘটিব মাৰ্কেটিং ব্যৱস্থাৰ
পশুপালন, মীনপালনত অধিক গুৰুত্ব দিয়া হৈছে

প্ৰধানমন্ত্ৰীৰ কৃষক যোজনাত লাভান্বিত হৈছে
কৃষিক্ষেত্ৰত ১৬তৰপীয়া এক্সনপ্লেন লোৱা হৈছে

২০লাখ কৃষকৰ বাবে ছ’লাৰ পানী পাস্পৰ ব্যৱস্থা
কৃষকৰ বাবে থাকিব কিষাণ ৰে’ল
মাছ-মাংস-গাখীৰৰ বাবে কিষাণ ৰে’ল

COLD STORAGE থাকিব এই ৰে’লত
কুসুম আঁচনিৰ জৰিয়তে কৃষকলৈ সৌৰশক্তিৰ পাম্প

২০২০-২১লৈ ১৫লাখ কোটি কৃষি ঋণৰ লক্ষ্য
‘সাগৰ মিত্ৰ’ যোজনাৰ দ্বাৰা মীন পালনত  গুৰুত্ব

২০২২লৈ ২০০লাখ টন মাছ উৎপাদনৰ লক্ষ্য
২০২৫লৈ গাখীৰৰ উৎপাদন দুগুণ কৰাৰ লক্ষ্য

Share:

0 comments:

Post a Comment

Popular Posts