Tuesday, March 5, 2024

বিজ্ঞান বিষয়ৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ/Some important questions and answers in science

বিজ্ঞান বিষয়ৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ/Some important questions and answers in science

#ADRE #GK #CTET #Assampolice #Apsc



1. প্ৰশ্ন:সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়?
উত্তৰ:- ভিটামিন D।






2. প্ৰশ্ন:কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়?
উত্তৰ:- ধমনীৰ মাধ্যমত।






3.প্ৰশ্ন:মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান?
উত্তৰ:- প্ৰায় ৪০০০ নিযুত।







4.প্ৰশ্ন:ভিটামিন 'C' ৰ আন এটা নাম কি?
উত্তৰ:- এচকাৰবিক্ এচিড।







5.প্ৰশ্ন:ঘোঁৰাৰ দাঁত কেইটা?
উত্তৰ:- মাইকী ঘোঁৰাৰ ৩৬ টা আৰু মতা ঘোঁৰাৰ ৪০ টা।






6.প্ৰশ্ন:আটাইতকৈ দীৰ্ঘজীৱি প্ৰাণী কি?
উত্তৰ:- কাছ (প্ৰায় ৫০০ বছৰ জীয়াই থাকে)।






7.প্ৰশ্ন:অধিক শিৰা থকা প্ৰাণী কি?
উত্তৰ:- সাপ।    






8.প্ৰশ্ন:বংশগতিৰ একক কি?
উত্তৰ:- জিন ।







9.প্ৰশ্ন:ৰাডাৰ (RADAR) ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ:- Radio Detection and Ranging.







10.প্ৰশ্ন:পানীৰ গভীৰতা জোখৰ একক কি?
উত্তৰ:- ফেডাম।







11.প্ৰশ্ন:অক্সিজেনৰ গ্ৰাম আনৱিক ভৰ কিমান?
উত্তৰ:- ৩২ গ্ৰাম।





12.প্ৰশ্ন:সুস্থ  মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান?
উত্তৰ:- ৩৭ ° চেলছিয়াচ। ( ৯৮.২° ফাৰেনহাইট )









13.প্ৰশ্ন:মানৱদেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়?
উত্তৰ:- যকৃত।








14.প্ৰশ্ন:সূৰ্য্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়?
উত্তৰ:- প্ৰায় ৮ মিনিট।









15.প্ৰশ্ন:চিমেন্টৰ অত্যাৱশ্যকীয় উপাদানটো কি?
উত্তৰ:- চূণশিল।









16.প্ৰশ্ন:মানুহৰ বৈজ্ঞানিক নাম কি?
উত্তৰ:- হোমোচেপিয়ান।







17.প্ৰশ্ন:প্ৰাণী দেহত হৰ'মন সৃষ্টিকাৰী গ্ৰন্থিক কি বোলে?
উত্তৰ:- এডোক্ৰাইন।







18.প্ৰশ্ন:উদ্ভিদৰ উচ্চতামাপক যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- আৰ্কইণ্ডিকেটৰ।






19.প্ৰশ্ন:মানৱদেহত থকা ক্ৰম'জমৰ সংখ্যা কিমান?
উত্তৰ:- ২৪ যোৰ।










20.প্ৰশ্ন:মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে?
উত্তৰ:- AB গ্ৰুপ।








21.প্ৰশ্ন:আটাইতকৈ সৰল প্ৰ'টিন কি?
উত্তৰ:- গ্ৰাইচিন।









22.প্ৰশ্ন:যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি?
উত্তৰ:- টিউবাৰ কুলেচিচ্ বেক্টেৰিয়া।










23.প্ৰশ্ন:কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায়?
উত্তৰ:- ফচফৰাচ্।









24.প্ৰশ্ন:মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে?
উত্তৰ:- ১৩ বিধ।







25.প্ৰশ্ন:পোহৰৰ গতিবেগ কিমান?
উত্তৰ:- ৩০০০০০ কিঃমিঃ/ছেকেণ্ড।








এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇




Share:

Monday, March 4, 2024

চিপাহী বিদ্ৰোহৰ লগত জড়িত মণিৰাম দেৱানৰ বিষয়ে কিছু তথ্য/Some information about Maniram Dewan involved in the sepoy mutiny #adre #apsc ##Assampolice #GK

চিপাহী বিদ্ৰোহৰ লগত জড়িত মণিৰাম দেৱানৰ বিষয়ে কিছু তথ্য



- জন্ম : ১৮০৬ চনৰ ১৭ এপ্ৰিল




- জন্মস্থান :  শিৱসাগৰ জিলাৰ চাৰিঙ




- পিতৃৰ নাম : মুক্তিয়াৰ ৰাম দত্ত দোলাকাষৰীয়া বৰুৱা




- মাকৰ নাম : কৌশল্যা




- অন্য নাম : মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা





- মৃত্যু : ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী






* ১৮২৪ চনৰ পৰা ১৮২৬ চনলৈকে হোৱা প্ৰথম ইঙ্গ–বাৰ্মা যুদ্ধৰ সময়ত অসমলৈ অহা ব্ৰিটিছ কমিছনাৰ ডেভিড স্কটৰ পথ প্ৰদৰ্শক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা।





* ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে ব্ৰিটিছৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল। 






* ১৮৩৯ চনত ব্ৰিটিছৰ আচাম টি কোম্পানীত দেৱান পদ গ্ৰহণ কৰিছিল। 







* অসমৰ চাহৰ আৱিষ্কাৰক বুলি কোৱা ৰবাৰ্ট ব্ৰুচক পৰোক্ষভাৱে চাহ গছ আৱিষ্কাৰ কৰাত সহায় কৰা ব্যক্তিজন আছিল মণিৰাম দেৱান। 






* Tea in Assam’ গ্ৰন্থৰ লেখক চেমুৱেল ৱেইল্ডন মণিৰাম দেৱানকহে অসমৰ চাহৰ আচল আৱিষ্কাৰক বুলি অভিহিত কৰিছে।






* ১৮৪৫ চনত যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে। 






* এওঁৱে আছিল প্ৰথম অসমীয়া চাহ খেতিয়ক।






* মণিৰাম দেৱানে ফাৰ্চী-বঙালী মিশ্ৰিত অসমীয়া ভাষাত "বুৰঞ্জী বিবেক ৰত্ন" নামৰ এখন পুথি ৰচনা কৰিছিল। 






* সাধাৰণ মানুহে তেখেতক "কলিতা-ৰজা" নাম দিছিল।





* লণ্ডনৰ ইংৰাজী কাকতত প্ৰৱন্ধ লিখা প্ৰথম অসমীয়া হ’ল মণিৰাম দেৱান (Maniram Dewan)। এই ইংৰাজী ভাষাত এই প্ৰৱন্ধটো লিখিছিল অসমৰ চাহ উদ্যোগ তথা চাহ খেতিক কেন্দ্ৰ কৰি।






* ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰত তেওঁক ইংৰাজ চৰকাৰে ফাঁচী দি হত্যা কৰে।






* দেশ স্বাধীনৰ বাবে বিদ্ৰোহৰ অগ্নি জ্বলাই চিপাহী বিদ্রোহত অসমৰ প্ৰথম শ্বহীদ ৰূপে পৰিগণিত হৈছিল মণিৰাম দেৱান।





এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇


Share:

Sunday, March 3, 2024

**SOME IMPORTANT MCQ FOR ALL COMPETITIVE EXAM**

**SOME IMPORTANT MCQ FOR ALL COMPETITIVE EXAM** #ADRE #Assampolice #Apsc 







1.ৰাওলাট আইন‌ কেতিয়া‌ গৃহীত কৰা হৈছিল?
উত্তৰ:-১৯১৯।








2.সংবিধান খচৰা সমিতিৰ মুঠ সদস্য সংখ্যা কিমান আছিল?
উত্তৰ:-৭ জন।








3.শেহতীয়াকৈ ১০০ ড্ৰামৰ উৎসৱ কোনখন ৰাজ্যই পালন কৰিছিল?
উত্তৰ:-মেঘালয়।










4.অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ:-ৰাজীৱ গান্ধী।











5.ভাৰত শক্তি সপ্তাহ 2024 কোনখন‌ ৰাজ্যত আয়োজিত কৰা হৈছে?
উত্তৰ:-গোৱা।











6.অসমৰ আটাইতকৈ উচ্চতম শৃংগটোৰ নাম কি?
উত্তৰ:- লাইকে।










7.প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি?
উত্তৰ:-অবুজ বেদনা।











8.অসমৰ প্ৰথম গৰাকী স্নাতক কোন‌ আছিল?
উত্তৰ:-আনন্দৰাম বৰুৱা।










9.জোঙাল‌ বলহু কোন সম্প্ৰদায়ৰ ৰজা আছিল?
উত্তৰ:-তিৱা ।







10.ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মহিলা চুবেদাৰ গৰাকীৰ নাম কি?
উত্তৰ:-প্ৰীতি ৰজক।







এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇


Share:

Saturday, March 2, 2024

♦️...Important Quiz on Rivers of India...♦️

*♦️...ভাৰতৰ নদী সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কুইজ...♦️*





 ১.  ভাৰতৰ আটাইতকৈ বহল নদী কোনখন?
 উত্তৰ – ব্ৰহ্মপুত্ৰ







 ২.  ভাৰতত বদ্বীপ গঠন কৰা নদীবোৰ কোনবোৰ?
 উত্তৰ – কাবেৰী, গংগা, মহানদী







 ৩.  ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন?
 উত্তৰ – গোদাবৰী







 ৪.  বিহাৰত বৈ যোৱা নদীৰ ভিতৰত কোনখন নদীৰ উৎপত্তি অমৰকান্তকত?
 উত্তৰ – পুত্ৰ







 ৫.  ভাগীৰথী আৰু অলকনন্দই গংগাক ক'ত লগ পায়?
 উত্তৰ – দেৱ প্ৰয়াগ







 ৬.  কাৰ উপনৈ টাৱা?
 উত্তৰ – নৰ্মদা







 ৭.  কোনখন নদীক 'বিহাৰৰ দুখ' বুলি কোৱা হয়?
 উত্তৰ – কোছি







 ৮.  কোনখন নদীক 'বংগৰ দুখ' বুলি কোৱা হয়?
 উত্তৰ – দামোদৰ নদী







 ৯.  ৰিফ্ট বেচিনৰ মাজেৰে কোনখন নদী বৈ যায়?
 উত্তৰ – নৰ্মদা









 ১০.  উপদ্বীপীয় ভাৰতৰ আটাইতকৈ ডাঙৰ নদী কোনখন?
 উত্তৰ – গোদাবৰী










 ১১.  ভাৰতৰ পবিত্ৰ নদী কোনখন?
 উত্তৰ – গংগা








 ১২.  বাংলাদেশত গংগাক কি নামেৰে জনা যায়?
 উত্তৰ – পদ্ম








 ১৩.  গংগা আৰু ব্ৰহ্মপুত্ৰৰ সংযুক্ত জলধাৰা কি নামেৰে জনা যায়?
 উত্তৰ – মেঘনা








 ১৪.  কোনখন ৰাজ্যৰ মাজেৰে ছাংপো নদী ভাৰতত প্ৰৱেশ কৰে?
 উত্তৰ – অৰুণাচল প্ৰদেশ








 ১৫.  ভাৰতৰ কোনখন নদীয়ে সুন্দৰবন বদ্বীপ গঠন কৰে?
 উত্তৰ-গংগা আৰু ব্ৰহ্মপুত্ৰ




এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇

Share:

Friday, March 1, 2024

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)





1) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?

উত্তৰ : ১৯০১ চনৰ পৰা।








2) প্ৰশ্ন : অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?

উত্তৰ : ১৮৪৭ চনত।








3) প্ৰশ্ন : ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?

উত্তৰ : ১৮৬৬ চনৰ পৰা।








4) প্ৰশ্ন : অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?

উত্তৰ : ১৯৭৯ চনৰ পৰা।








5) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?

উত্তৰ : ১৯১৭ চনত।









6) প্ৰশ্ন : অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?

উত্তৰ : ১৮৮৬ চনৰ পৰা।










7) প্ৰশ্ন : জয়দ’ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।








8) প্ৰশ্ন : অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?

উত্তৰ : শিৱসাগৰ।









9) প্ৰশ্ন : আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?

উত্তৰ : বশিষ্ঠাশ্ৰমত।








10) প্ৰশ্ন : ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?

উত্তৰ : ডিগবৈ।









11) প্ৰশ্ন :  অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়?

উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।








12) প্ৰশ্ন : স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল?

উত্তৰ : গৌৰীশংকৰ ভট্টাচাৰ্য।










13) প্ৰশ্ন : অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?

উত্তৰ : শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই।










14) প্ৰশ্ন : স্বাধীনতাৰ পাছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : হৰেশ্বৰ গোস্বামী।










15) প্ৰশ্ন : অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ : আকবৰ হাইদৰী।










16) প্ৰশ্ন : অসমৰ ‘কুমাৰ ৰজা’ বুলি পৰিচিত ব্যক্তি গৰাকী কোন?

উত্তৰ : ভাস্কৰ বৰ্মন।










17) প্ৰশ্ন : অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?

উত্তৰ : কলোনেল কীটিং।









18) প্ৰশ্ন : ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয়?

উত্তৰ : ১৮৭৩ চনত।










19) প্ৰশ্ন : প্ৰাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?

উত্তৰ : ৰাজকুমাৰী অমৃত প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।






এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇


Share:

Thursday, February 29, 2024

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)






১) প্ৰশ্ন : ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?

উত্তৰ : চাওলুং চুকাফা।








২) প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।










৩) প্ৰশ্ন : অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?

উত্তৰ : তৰুণ ৰাম ফুকন।









৪) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?

উত্তৰ : পুৰন্দৰ সিংহ।










৫) প্ৰশ্ন : কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?

উত্তৰ : ১৯৬১ চনত।










৬) প্ৰশ্ন : কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ : ১৮৮২ চনত।










৭) প্ৰশ্ন : কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?

উত্তৰ : ১৯২১ চনত।









৮) প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : বসন্ত দাস।









৯) প্ৰশ্ন : অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?

উত্তৰ : ১৯০৩ চনত।











১০) প্ৰশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?

উত্তৰ : ১৮২৩ চনত।











১১) প্ৰশ্ন : অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চুকাফা।









১২) প্ৰশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১২০৬ চনত।









১৩) প্ৰশ্ন : ১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।










১৪) প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বীৰপাল।









১৫) প্ৰশ্ন : অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটী।










১৬) প্ৰশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : গোপীনাথ বৰদলৈ।









১৭) প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ : ৰেণুকা দেৱী বৰকটকী।











১৮) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১২৫৩ চনত।








১৯) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?

উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।








২০) প্ৰশ্ন : আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?

উত্তৰ : ১৬৮১ চনত।










২১) প্ৰশ্ন : অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?

উত্তৰ : ১৫৪৮ চনত।









২২) প্ৰশ্ন : অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৯২০ চনত।









২৩) প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।









২৪) প্ৰশ্ন : কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১৬৭১ চনত।










২৫) প্ৰশ্ন : অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৬৯৪ চন।






এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇


Share:

Tuesday, February 27, 2024

**SOME IMPORTANT MCQ FOR ALL COMPETITIVE EXAM**

**SOME IMPORTANT MCQ FOR ALL COMPETITIVE EXAM** #ADRE #Assampolice #Apsc 



১/ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি ?
What is the name of the first Assamese children’s film?
(ক) অবুজ বেদনা
(খ) জীৱন সুৰভি
(গ) পূবেৰুণ
(ঘ) চিকমিক বিজুলী

উত্তৰ :- (ক) অবুজ বেদনা







২/ চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?
What is the name of the first Assamese novel to be made into a film?
(ক) মিৰি জীয়ৰী
(খ) পিতাপুত্ৰ
(গ) পৃথিৱীৰ হাঁহি
(ঘ) মনোমতি

উত্তৰ :- (ঘ) মনোমতি








৩/ ভবেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ?
For which book did Bhabendra Nath Shaikia win the Sahitya Akademi Award?
(ক) শৃংখল
(খ) ৰাতি ফুলা ফুল
(গ) ৰংমিলিৰ হাঁহি
(ঘ) সেন্দুৰ

উত্তৰ :- (ক) শৃংখল









৪/ নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় ?
Which poet is known as the poet of the stream?
(ক) ৰত্নকান্ত বৰকাকতি
(খ) অমূল্য বৰুৱা
(গ) শৈলধৰ ৰাজখোৱা
(ঘ) বিনন্দ চন্দ্ৰ বৰুৱা

উত্তৰ :- (গ) শৈলধৰ ৰাজখোৱা









৫/ অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?
When did tea cultivation start in Assam?
(ক) ১৮৫০ চনত
(খ) ১৮৪২ চনত
(গ) ১৮২২ চনত
(ঘ) ১৮৪৫ চনত

উত্তৰ :- (ক) ১৮৫০ চনত










৬/ অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত ?
In which district of Assam is the Sainik School located?
(ক) বঙাইগাঁও
(খ) গোৱালপাৰা
(গ) শিৱসাগৰ
(ঘ) তিনিচুকীয়া

উত্তৰ :- (খ) গোৱালপাৰা










৭/ অসমৰ ক’ত গৰম পানীৰ উহ আছে ?
Where is the hot spring in Assam?
(ক) গোলাঘাট
(খ) দুলীয়াজান
(গ) নলবাৰী
(ঘ) নগাওঁ

উত্তৰ :- (ক) গোলাঘাট












৮/ অসমৰ জাপি শিল্প কোনখন জিলাত আছে ?
In which district of Assam is the japi industry located?
(ক) নলবাৰী
(খ) বৰপেটা
(গ) বঙাইগাঁও
(ঘ) শিলচৰ

উত্তৰ :- (ক) নলবাৰী











৯/ অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক’ত অনুষ্ঠিত হৈছিল ?
Where was the first session of the Assam Sahitya Sabha held?
(ক) শিৱসাগৰ
(খ) তেজপুৰ
(গ) নগাওঁ
(ঘ) বৰপেটা

উত্তৰ :- (ক) শিৱসাগৰ








১০/ উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায় ?
Who is the emperor of novels?
(ক) ৰজনীকান্ত বৰদলৈ
(খ) চৈয়দ আব্দুল মালিক
(গ) অতুল চন্দ্ৰ হাজৰিকা
(ঘ) বেণুধৰ শৰ্মা

উত্তৰ :- (ক) ৰজনীকান্ত বৰদলৈ





              ---------------------X--------------------




এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇



Share:

Popular Posts