Tuesday, February 27, 2024

**SOME IMPORTANT MCQ FOR ALL COMPETITIVE EXAM**

**SOME IMPORTANT MCQ FOR ALL COMPETITIVE EXAM** #ADRE #Assampolice #Apsc 



১/ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি ?
What is the name of the first Assamese children’s film?
(ক) অবুজ বেদনা
(খ) জীৱন সুৰভি
(গ) পূবেৰুণ
(ঘ) চিকমিক বিজুলী

উত্তৰ :- (ক) অবুজ বেদনা







২/ চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?
What is the name of the first Assamese novel to be made into a film?
(ক) মিৰি জীয়ৰী
(খ) পিতাপুত্ৰ
(গ) পৃথিৱীৰ হাঁহি
(ঘ) মনোমতি

উত্তৰ :- (ঘ) মনোমতি








৩/ ভবেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ?
For which book did Bhabendra Nath Shaikia win the Sahitya Akademi Award?
(ক) শৃংখল
(খ) ৰাতি ফুলা ফুল
(গ) ৰংমিলিৰ হাঁহি
(ঘ) সেন্দুৰ

উত্তৰ :- (ক) শৃংখল









৪/ নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় ?
Which poet is known as the poet of the stream?
(ক) ৰত্নকান্ত বৰকাকতি
(খ) অমূল্য বৰুৱা
(গ) শৈলধৰ ৰাজখোৱা
(ঘ) বিনন্দ চন্দ্ৰ বৰুৱা

উত্তৰ :- (গ) শৈলধৰ ৰাজখোৱা









৫/ অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?
When did tea cultivation start in Assam?
(ক) ১৮৫০ চনত
(খ) ১৮৪২ চনত
(গ) ১৮২২ চনত
(ঘ) ১৮৪৫ চনত

উত্তৰ :- (ক) ১৮৫০ চনত










৬/ অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত ?
In which district of Assam is the Sainik School located?
(ক) বঙাইগাঁও
(খ) গোৱালপাৰা
(গ) শিৱসাগৰ
(ঘ) তিনিচুকীয়া

উত্তৰ :- (খ) গোৱালপাৰা










৭/ অসমৰ ক’ত গৰম পানীৰ উহ আছে ?
Where is the hot spring in Assam?
(ক) গোলাঘাট
(খ) দুলীয়াজান
(গ) নলবাৰী
(ঘ) নগাওঁ

উত্তৰ :- (ক) গোলাঘাট












৮/ অসমৰ জাপি শিল্প কোনখন জিলাত আছে ?
In which district of Assam is the japi industry located?
(ক) নলবাৰী
(খ) বৰপেটা
(গ) বঙাইগাঁও
(ঘ) শিলচৰ

উত্তৰ :- (ক) নলবাৰী











৯/ অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক’ত অনুষ্ঠিত হৈছিল ?
Where was the first session of the Assam Sahitya Sabha held?
(ক) শিৱসাগৰ
(খ) তেজপুৰ
(গ) নগাওঁ
(ঘ) বৰপেটা

উত্তৰ :- (ক) শিৱসাগৰ








১০/ উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায় ?
Who is the emperor of novels?
(ক) ৰজনীকান্ত বৰদলৈ
(খ) চৈয়দ আব্দুল মালিক
(গ) অতুল চন্দ্ৰ হাজৰিকা
(ঘ) বেণুধৰ শৰ্মা

উত্তৰ :- (ক) ৰজনীকান্ত বৰদলৈ





              ---------------------X--------------------




এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇



Share:

0 comments:

Post a Comment

Popular Posts