Sunday, February 25, 2024

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)

⭕️ADRE 2.0 বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন সমূহ⭕️







1.  কোনগৰাকী ভাৰতীয়ই Raman Magsaysay বঁটা 2023 লাভ কৰে?

Ans :  ডা. ৰবি কান্নান আৰ।










2.  Miss Earth India title 2023 খিতাপ কোনে লাভ কৰে?

Ans : ৰাজস্থানৰ প্ৰিয়া সেন











3.  ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমখন AI School মুকলি কৰে?

Ans : কেৰালা











4.  What is the new name of Khelo India women's league?

Ans : Asmita Women's League









5.  শেহতীয়াকৈ কোনখন ঠাইত বহুদেশীয় যুদ্ধ অভ্যাস BRIGHT STAR 2023 আয়োজন কৰা হৈছে?

Ans : Cairo, Egypt









6.  শেহতীয়াকৈ চৰ্চাত থকা VYOMMITRA নামৰ ৰবটটো কোনে নিৰ্মাণ কৰিছে?

Ans : ISRO








7.  শেহতীয়াকৈ জিম্বাবুৱেৰ নতুন ৰাষ্ট্ৰপতি কোন হৈছে?

Ans : Emmerson Mnangagwa









8.  শেহতীয়াকৈ Press Information Bureau (PIB) ৰ নতুন Director general কোন হৈছে?

Ans : মনীশ দেশাই।











9.  শেহতীয়াকৈ ছিংগাপুৰৰ নতুন ৰাষ্ট্ৰপতি কোন হৈছে?

Ans : ভাৰতীয় মূলৰ Tharman Shanmugaratnam.










10.  শেহতীয়াকৈ কোনখন ৰাজ্যত Griha Laxmi Yojana মুকলি কৰা হয়?

Ans : কৰ্ণাটক।












11.  অলপতে বিশ্ব সংস্কৃত দিৱস কেতিয়া পালন কৰা হয়?

Ans : 31 আগষ্ট।











12.  শেহতীয়াকৈ কোনখন দেশে Women's 5s হকী এছিয়া কাপৰ খিতাপ দখল কৰে?

Ans : ভাৰত।











13.  শেহতীয়াকৈ কোনখন দেশে Men's 5s হকী এছিয়া কাপৰ খিতাপ লাভ কৰে?

Ans : ভাৰত।










14.  শেহতীয়াকৈ অসম চৰকাৰে উদ্বোধন কৰা অসমৰ আটাইতকৈ দীঘল উৰণীয়া সেঁতুখনৰ নাম কি?

Ans : নীলাচল উৰণ সেঁতু।











15.  G20 ৰ 21 সংখ্যক স্থায়ী সদস্য হিচাপে কাক চামিল কৰা হৈছে?

Ans : আফ্ৰিকান ইউনিয়ন।










16.  শেহতীয়াকৈ কোনটো দলে 132 সংখ্যক দুৰাণ্ড কাপৰ ট্ৰফী জয় কৰে?

Ans : মোহন বাগান।









17.  শেহতীয়াকৈ কোনখন দেশে 'Moon sniper ' নামৰ চন্দ্ৰ মিছন মুকলি কৰে?

Ans : জাপান।







18.  কোনখন ঠাই ভাৰতৰ প্ৰথম solar City হিচাপে মুকলি কৰা হৈছে?

Ans : মধ্যপ্ৰদেশৰ সাঁচি।










19.  কোনখন দেশত ASEAN summit 2023 আয়োজন কৰা হৈছে?

Ans : ইন্দোনেছিয়া।











20.  কাৰ অধ্যক্ষতাত One nation, one election ব্যৱস্থাৰ কাৰণে এখন কমিটি গঠন কৰা হৈছে?

Ans : প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।








21.  2023 চনৰ G20 সন্মিলনৰ মূল বিষয়বস্তু (theme) কি আছিল?

Ans : One Earth, one family, one future.










22.  অলপতে মুকলি কৰা ভাৰতৰ প্ৰথমটো AI সঞ্চালিত anti drone system টোৰ কি নাম ৰখা হৈছে?

Ans : ইন্দ্ৰজাল।











23.  2023 চনৰ G20 বৈঠক ভাৰতৰ ক'ত আয়োজন কৰা হৈছে?

Ans : নতুন দিল্লীৰ প্ৰগতি মৈদানত।












24.  2024 চনত কোনখন দেশে 19 সংখ্যক G20 সন্মিলন আয়োজন কৰিব?

Ans : ব্ৰাজিল।













25.  2025 চনত কোনখন দেশে 20 সংখ্যক G20 সন্মিলন আয়োজন কৰিব?

Ans : দক্ষিণ আফ্ৰিকা।











26.আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়?

Ans : 8 ছেপ্টেম্বৰ।











27. অসমত অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়?

Ans : 3 ছেপ্টেম্বৰ।







28.  অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিন উপলক্ষ্যে পালন কৰা হয়?


Ans : ভোগেশ্বৰ বৰুৱা









29. শেহতীয়াকৈ Statue of Oneness কোনখন ৰাজ্যত নিৰ্মাণ কৰা হৈছে?

Ans : মধ্যপ্ৰদেশ।










30. এছিয়ান গেমছ 2022 ত ভাৰতৰ ধ্বজাবাহক কোন?

Ans : হৰমনপ্ৰীত সিং আৰু লভলিনা বৰগোহাঁই।











31. ভাৰতৰ 41 সংখ্যক UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কিহে স্বীকৃতি পাইছে?

Ans : পশ্চিমবঙ্গৰ শান্তিনিকেতনে।










32. ভাৰতৰ 42 সংখ্যক UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কিহে স্বীকৃতি পায়?

Ans : কৰ্ণাটকৰ হয়চলা মন্দিৰ।











33. ভাৰতীয় সংবিধানৰ 128 নং সংশোধনী বিধেয়ক কোনটো ক্ষেত্ৰৰ লগত জড়িত?

Ans : মহিলা সংৰক্ষণ বিল (Women's Reservation Bill)







34. অলপতে কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰা নাৰী সংৰক্ষণ বিলখনৰ আনুষ্ঠানিক নাম কি?

Ans : নাৰী শক্তি বন্দন অধিনিয়ম।










35. শেহতীয়াকৈ অনুষ্ঠিত হোৱা Diamond League ত নীৰজ চোপ্ৰাই কি পদক লাভ কৰে?

Ans : ৰূপৰ পদক 











36. শেহতীয়াকৈ প্ৰতিষ্ঠিত নৰ্মান ই বৰলাউগ বঁটা 2023 কোনে লাভ কৰে?

Ans : Dr. Swati Nayak












37. শেহতীয়াকৈ চৰ্চাত থকা WESTERN LANE নামৰ উপন্যাসখন কোনে লিখিছে?

Ans : Chetna Maroo










38. Simbex 23 যুদ্ধ অভ্যাস কোন দুখন দেশৰ মাজত আয়োজন কৰা হয়?

Ans : ভাৰত আৰু ছিংগাপুৰ।












39. কোনখন ঠাই ভাৰতৰ প্ৰথম ট্ৰেফিক লাইট মুক্ত চহৰ হৈছে?

Ans : Kota, Rajasthan











40. 2026 চনত কোনখন দেশত এছিয়ান গেমছ আয়োজন কৰা হ'ব?

Ans : জাপান





এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇


Share:

0 comments:

Post a Comment

Popular Posts