⭕️ADRE 2.0 বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন সমূহ⭕️
1. কোনগৰাকী ভাৰতীয়ই Raman Magsaysay বঁটা 2023 লাভ কৰে?
Ans : ডা. ৰবি কান্নান আৰ।
2. Miss Earth India title 2023 খিতাপ কোনে লাভ কৰে?
Ans : ৰাজস্থানৰ প্ৰিয়া সেন
3. ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমখন AI School মুকলি কৰে?
Ans : কেৰালা
4. What is the new name of Khelo India women's league?
Ans : Asmita Women's League
5. শেহতীয়াকৈ কোনখন ঠাইত বহুদেশীয় যুদ্ধ অভ্যাস BRIGHT STAR 2023 আয়োজন কৰা হৈছে?
Ans : Cairo, Egypt
6. শেহতীয়াকৈ চৰ্চাত থকা VYOMMITRA নামৰ ৰবটটো কোনে নিৰ্মাণ কৰিছে?
Ans : ISRO
7. শেহতীয়াকৈ জিম্বাবুৱেৰ নতুন ৰাষ্ট্ৰপতি কোন হৈছে?
Ans : Emmerson Mnangagwa
8. শেহতীয়াকৈ Press Information Bureau (PIB) ৰ নতুন Director general কোন হৈছে?
Ans : মনীশ দেশাই।
9. শেহতীয়াকৈ ছিংগাপুৰৰ নতুন ৰাষ্ট্ৰপতি কোন হৈছে?
Ans : ভাৰতীয় মূলৰ Tharman Shanmugaratnam.
10. শেহতীয়াকৈ কোনখন ৰাজ্যত Griha Laxmi Yojana মুকলি কৰা হয়?
Ans : কৰ্ণাটক।
11. অলপতে বিশ্ব সংস্কৃত দিৱস কেতিয়া পালন কৰা হয়?
Ans : 31 আগষ্ট।
12. শেহতীয়াকৈ কোনখন দেশে Women's 5s হকী এছিয়া কাপৰ খিতাপ দখল কৰে?
Ans : ভাৰত।
13. শেহতীয়াকৈ কোনখন দেশে Men's 5s হকী এছিয়া কাপৰ খিতাপ লাভ কৰে?
Ans : ভাৰত।
14. শেহতীয়াকৈ অসম চৰকাৰে উদ্বোধন কৰা অসমৰ আটাইতকৈ দীঘল উৰণীয়া সেঁতুখনৰ নাম কি?
Ans : নীলাচল উৰণ সেঁতু।
15. G20 ৰ 21 সংখ্যক স্থায়ী সদস্য হিচাপে কাক চামিল কৰা হৈছে?
Ans : আফ্ৰিকান ইউনিয়ন।
16. শেহতীয়াকৈ কোনটো দলে 132 সংখ্যক দুৰাণ্ড কাপৰ ট্ৰফী জয় কৰে?
Ans : মোহন বাগান।
17. শেহতীয়াকৈ কোনখন দেশে 'Moon sniper ' নামৰ চন্দ্ৰ মিছন মুকলি কৰে?
Ans : জাপান।
18. কোনখন ঠাই ভাৰতৰ প্ৰথম solar City হিচাপে মুকলি কৰা হৈছে?
Ans : মধ্যপ্ৰদেশৰ সাঁচি।
19. কোনখন দেশত ASEAN summit 2023 আয়োজন কৰা হৈছে?
Ans : ইন্দোনেছিয়া।
20. কাৰ অধ্যক্ষতাত One nation, one election ব্যৱস্থাৰ কাৰণে এখন কমিটি গঠন কৰা হৈছে?
Ans : প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।
21. 2023 চনৰ G20 সন্মিলনৰ মূল বিষয়বস্তু (theme) কি আছিল?
Ans : One Earth, one family, one future.
22. অলপতে মুকলি কৰা ভাৰতৰ প্ৰথমটো AI সঞ্চালিত anti drone system টোৰ কি নাম ৰখা হৈছে?
Ans : ইন্দ্ৰজাল।
23. 2023 চনৰ G20 বৈঠক ভাৰতৰ ক'ত আয়োজন কৰা হৈছে?
Ans : নতুন দিল্লীৰ প্ৰগতি মৈদানত।
24. 2024 চনত কোনখন দেশে 19 সংখ্যক G20 সন্মিলন আয়োজন কৰিব?
Ans : ব্ৰাজিল।
25. 2025 চনত কোনখন দেশে 20 সংখ্যক G20 সন্মিলন আয়োজন কৰিব?
Ans : দক্ষিণ আফ্ৰিকা।
26.আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়?
Ans : 8 ছেপ্টেম্বৰ।
27. অসমত অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়?
Ans : 3 ছেপ্টেম্বৰ।
28. অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিন উপলক্ষ্যে পালন কৰা হয়?
Ans : ভোগেশ্বৰ বৰুৱা
29. শেহতীয়াকৈ Statue of Oneness কোনখন ৰাজ্যত নিৰ্মাণ কৰা হৈছে?
Ans : মধ্যপ্ৰদেশ।
30. এছিয়ান গেমছ 2022 ত ভাৰতৰ ধ্বজাবাহক কোন?
Ans : হৰমনপ্ৰীত সিং আৰু লভলিনা বৰগোহাঁই।
31. ভাৰতৰ 41 সংখ্যক UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কিহে স্বীকৃতি পাইছে?
Ans : পশ্চিমবঙ্গৰ শান্তিনিকেতনে।
32. ভাৰতৰ 42 সংখ্যক UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কিহে স্বীকৃতি পায়?
Ans : কৰ্ণাটকৰ হয়চলা মন্দিৰ।
33. ভাৰতীয় সংবিধানৰ 128 নং সংশোধনী বিধেয়ক কোনটো ক্ষেত্ৰৰ লগত জড়িত?
Ans : মহিলা সংৰক্ষণ বিল (Women's Reservation Bill)
34. অলপতে কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰা নাৰী সংৰক্ষণ বিলখনৰ আনুষ্ঠানিক নাম কি?
Ans : নাৰী শক্তি বন্দন অধিনিয়ম।
35. শেহতীয়াকৈ অনুষ্ঠিত হোৱা Diamond League ত নীৰজ চোপ্ৰাই কি পদক লাভ কৰে?
Ans : ৰূপৰ পদক
36. শেহতীয়াকৈ প্ৰতিষ্ঠিত নৰ্মান ই বৰলাউগ বঁটা 2023 কোনে লাভ কৰে?
Ans : Dr. Swati Nayak
37. শেহতীয়াকৈ চৰ্চাত থকা WESTERN LANE নামৰ উপন্যাসখন কোনে লিখিছে?
Ans : Chetna Maroo
38. Simbex 23 যুদ্ধ অভ্যাস কোন দুখন দেশৰ মাজত আয়োজন কৰা হয়?
Ans : ভাৰত আৰু ছিংগাপুৰ।
39. কোনখন ঠাই ভাৰতৰ প্ৰথম ট্ৰেফিক লাইট মুক্ত চহৰ হৈছে?
Ans : Kota, Rajasthan
40. 2026 চনত কোনখন দেশত এছিয়ান গেমছ আয়োজন কৰা হ'ব?
Ans : জাপান
এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇
Assam Digital Info YouTube channel link
👇👇👇👇
0 comments:
Post a Comment