Friday, February 23, 2024

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)



1)ভাৰতৰ প্ৰথম দুখলপীয়া নদী দলং হিচাপে কোনখনক জনা যায়?

উত্তৰ: শৰাইঘাট দলং












2)অসমৰ মাজেদি পাৰ হৈ যোৱা এছিয়ান হাইৱে' কেইটা আৰু কি কি?

উত্তৰ: দুটা। এছিয়ান হাইৱে' ১ আৰু এছিয়ান হাইৱে' ২











3)বৰ্তমান অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা কেইটা?

উত্তৰ: ২০টা ।









4) কোনখন ঠাইক চাহ ৰাজধানী বুলি জনাজাত?

উত্তৰ: যোৰহাট










5)কোন চনত অসমত বনৰীয়া  চাহ  গছ আৱিষ্কৃত হৈছিল?

উত্তৰ: ১৮২৩ চনত












6)বৰ্তমান অসমৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী কোন?

উত্তৰ: অজন্তা নেওগ










7)প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম ?

উত্তৰ: প্ৰহ্লাদ চৰিত্ৰ










8)‘কানাই বৰশী বোৱা' শিলালিপিখন কিমান শতিকাত খোদিত কৰা হৈছিল?

উত্তৰ: ত্ৰয়োদশ শতিকাত










9)অসমীয়া ভাষাৰ মুঠ বৰ্ণ বা আখৰ কেইটা?

উত্তৰ: ৫২টা বৰ্ণ আছে; ইয়াৰে ১১ টা স্বৰবৰ্ণ আৰু ৪১টা ব্যঞ্জনবৰ্ণ।










10)প্ৰথম অসমীয়া যাক ব্ৰিটিছে ‘ছাৰ’ উপাধিৰে সন্মানিত কৰিছিল?

উত্তৰ: ছৈয়দ ছাদুল্লা











11)প্ৰথম অসমীয়া যিয়ে অলিম্পিক খেলত প্ৰতিনিধিত্ব কৰিছিল?

উত্তৰ: ডা: টালিৰাম আও।



         ডা: টালিৰাম আও ১৯৪৮ চনত লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ ফুটবল দলটোৰ অধিনায়ক আছিল। অবিভক্ত অসমৰ নাগা পাহাৰত তেখেতৰ জন্ম হৈছিল।












12)অসমীয়া বোলছবিখনৰ নাম কি?

উত্তৰ: জয়মতী – ১৯৩৫











13)‘অসমৰ সৰোজিনী' বুলি গান্ধীজীয়ে কোনজনী অসমীয়া মহিলাক অভিহিত কৰিছিল?

উত্তৰ: ভানুমতী তালুকদাৰ













14)গৰখীয়া মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ: শিৱ সিংহ







15)অসমত প্ৰায় কেইখন সত্ৰ আছে?

উত্তৰ: ৯০০খন (প্ৰায়)












16)অসমীয়া ভাষাত প্ৰথম সাধুকথাৰ পুথি কোনে ৰচনা কৰিছিল?

উত্তৰ: এলিজা ব্ৰাউনে











17)বৰ্তমান অসমত কেইখন হস্তী সংৰক্ষিত বা হাতীৰ বাবে সংৰক্ষিত অঞ্চল আছে? 

উত্তৰ: ৫খন ।







এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇



Share:

0 comments:

Post a Comment

Popular Posts