Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)
1)ভাৰতৰ প্ৰথম দুখলপীয়া নদী দলং হিচাপে কোনখনক জনা যায়?
উত্তৰ: শৰাইঘাট দলং
2)অসমৰ মাজেদি পাৰ হৈ যোৱা এছিয়ান হাইৱে' কেইটা আৰু কি কি?
উত্তৰ: দুটা। এছিয়ান হাইৱে' ১ আৰু এছিয়ান হাইৱে' ২
3)বৰ্তমান অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা কেইটা?
উত্তৰ: ২০টা ।
4) কোনখন ঠাইক চাহ ৰাজধানী বুলি জনাজাত?
উত্তৰ: যোৰহাট
5)কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল?
উত্তৰ: ১৮২৩ চনত
6)বৰ্তমান অসমৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী কোন?
উত্তৰ: অজন্তা নেওগ
7)প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম ?
উত্তৰ: প্ৰহ্লাদ চৰিত্ৰ
8)‘কানাই বৰশী বোৱা' শিলালিপিখন কিমান শতিকাত খোদিত কৰা হৈছিল?
উত্তৰ: ত্ৰয়োদশ শতিকাত
9)অসমীয়া ভাষাৰ মুঠ বৰ্ণ বা আখৰ কেইটা?
উত্তৰ: ৫২টা বৰ্ণ আছে; ইয়াৰে ১১ টা স্বৰবৰ্ণ আৰু ৪১টা ব্যঞ্জনবৰ্ণ।
10)প্ৰথম অসমীয়া যাক ব্ৰিটিছে ‘ছাৰ’ উপাধিৰে সন্মানিত কৰিছিল?
উত্তৰ: ছৈয়দ ছাদুল্লা
11)প্ৰথম অসমীয়া যিয়ে অলিম্পিক খেলত প্ৰতিনিধিত্ব কৰিছিল?
উত্তৰ: ডা: টালিৰাম আও।
ডা: টালিৰাম আও ১৯৪৮ চনত লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ ফুটবল দলটোৰ অধিনায়ক আছিল। অবিভক্ত অসমৰ নাগা পাহাৰত তেখেতৰ জন্ম হৈছিল।
12)অসমীয়া বোলছবিখনৰ নাম কি?
উত্তৰ: জয়মতী – ১৯৩৫
13)‘অসমৰ সৰোজিনী' বুলি গান্ধীজীয়ে কোনজনী অসমীয়া মহিলাক অভিহিত কৰিছিল?
উত্তৰ: ভানুমতী তালুকদাৰ
14)গৰখীয়া মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ: শিৱ সিংহ
15)অসমত প্ৰায় কেইখন সত্ৰ আছে?
উত্তৰ: ৯০০খন (প্ৰায়)
16)অসমীয়া ভাষাত প্ৰথম সাধুকথাৰ পুথি কোনে ৰচনা কৰিছিল?
উত্তৰ: এলিজা ব্ৰাউনে
17)বৰ্তমান অসমত কেইখন হস্তী সংৰক্ষিত বা হাতীৰ বাবে সংৰক্ষিত অঞ্চল আছে?
উত্তৰ: ৫খন ।
এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇
Assam Digital Info YouTube channel link
👇👇👇👇
0 comments:
Post a Comment