**SOME IMPORTANT MCQ FOR ALL COMPETITIVE EXAM** #ADRE #Assampolice #Apsc
1.ৰাওলাট আইন কেতিয়া গৃহীত কৰা হৈছিল?
উত্তৰ:-১৯১৯।
2.সংবিধান খচৰা সমিতিৰ মুঠ সদস্য সংখ্যা কিমান আছিল?
উত্তৰ:-৭ জন।
3.শেহতীয়াকৈ ১০০ ড্ৰামৰ উৎসৱ কোনখন ৰাজ্যই পালন কৰিছিল?
উত্তৰ:-মেঘালয়।
4.অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ:-ৰাজীৱ গান্ধী।
5.ভাৰত শক্তি সপ্তাহ 2024 কোনখন ৰাজ্যত আয়োজিত কৰা হৈছে?
উত্তৰ:-গোৱা।
6.অসমৰ আটাইতকৈ উচ্চতম শৃংগটোৰ নাম কি?
উত্তৰ:- লাইকে।
7.প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি?
উত্তৰ:-অবুজ বেদনা।
8.অসমৰ প্ৰথম গৰাকী স্নাতক কোন আছিল?
উত্তৰ:-আনন্দৰাম বৰুৱা।
9.জোঙাল বলহু কোন সম্প্ৰদায়ৰ ৰজা আছিল?
উত্তৰ:-তিৱা ।
10.ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মহিলা চুবেদাৰ গৰাকীৰ নাম কি?
উত্তৰ:-প্ৰীতি ৰজক।
এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇
Assam Digital Info YouTube channel link
👇👇👇👇
0 comments:
Post a Comment