Saturday, May 9, 2020

ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত ব্যাপক সাল-সলনি

ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত ব্যাপক সাল-সলনি
ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত সাল-সলনি।
কামৰূপ জিলাত নতুন উপায়ুক্ত কৈলাশ কাৰ্তিক এন।
কামৰূপ জিলাৰ পূৰ্বৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যক শিক্ষা বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব।
দৰং জিলাৰ নতুন উপায়ুক্ত দিলীপ কুমাৰ বৰা।
পূৰ্বৰ উপায়ুক্ত ঘনশ্যাম দাসক শ্ৰম বিভাগৰ আয়ুক্তৰ দায়িত্ব।
কোকৰাঝাৰৰ নতুন উপায়ুক্ত ভাস্কৰ ফুকন।
পূৰ্বৰ উপায়ুক্ত পাৰ্থপ্ৰতিম মজুমদাৰক বন বিভাগৰ অতিৰিক্ত সচিব নিযু্ক্তি।
দেৱ কুমাৰ মিশ্ৰক পৰ্যটন উন্নয়ন নিগমৰ অতিৰিক্ত দায়িত্ব।
কাছাৰৰ উপায়ুক্ত বৰ্ণালী শৰ্মাকো বদলি।
শৰ্মাক ৰাজহ বিভাগৰ যুটীয়া সচিব নিযুক্ত।
Share:

0 comments:

Post a Comment

If you have any doubt, please let me know

Popular Posts