ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা
জন্ম----- ২৫ এপ্ৰিল, ১৮৯৩ তেজপুৰ, শোণিতপুৰ , অসম
মৃত্যু------ ১১ আগষ্ট, ১৯৪৫ গুৱাহাটী, অসম
পেচা------ সাহিত্যিক, সমাজসেৱক, স্বাধীনতা সংগ্ৰামী
ভাষা----- অসমীয়া
ৰাষ্ট্ৰীয়তা----- ভাৰতীয়
নাগৰিকত্ব---- ভাৰত
শিক্ষা----- বি.এ. (১৯১৯) বি.এল. (১৯২৫)
সাহিত্যিক বিপ্লৱ----- ভাৰতৰ স্বাধীনতা আন্দোলন, ১৯৪২ৰ গণ আন্দোলন
আত্মীয়-স্বজন---- পোৱাল চন্দ্ৰ বৰুৱা (পিতৃ)
পদ্মাৱতী বৰুৱা (মাতৃ)
পদ্মাৱতী বৰুৱা (মাতৃ)
সাহিত্য কৰ্ম----- বাঁহী আলোচনীত বিভিন্ন প্ৰবন্ধ আদি লিখাৰ উপৰি ’কংগ্ৰেছ বুৰঞ্জী’, ’বিলাতত মহাত্মা’ আদি গ্ৰন্থ ৰচনা কৰিছিল |
Assam TET 2019 Online Apply: Click here
Assam TET 2019 Previous Paper: Click Here
Assam TET 2019 Guide Book: Click Here
উৎস: Internet, Assam TET Books,
0 comments:
Post a Comment