Saturday, September 14, 2019

ড° ভবেন্দ্ৰ নাথ শইকীয়া (১৯৩২-২০০৩)

ড° ভবেন্দ্ৰ নাথ শইকীয়া (১৯৩২-২০০৩)
জন্ম----২০ ফেব্ৰুৱাৰী, ১৯৩২ নগাঁও, অসম
মৃত্যু----১৩ আগষ্ট, ২০০৩ গুৱাহাটী, অসম
ছদ্মনাম-----প্ৰহৰী, সত্যপ্ৰিয় পাঠক,সঞ্জয় আদি
পেচা----ঔপন্যাসিক, গল্পকাৰ,সম্পাদক, নাট্যকাৰ, চিত্ৰ-নিৰ্মাতা, ৰিডাৰ
উল্লেখনীয় কৰ্মৰাজী------'অগ্নিস্নান', 'সন্ধ্যাৰাগ' নামৰ কথাছবি, 'অন্তৰীপ' নামৰ উপন্যাস 'প্ৰান্তিক' নামৰ পষেকীয়া আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক, ভ্ৰাম্যমাণৰ বাবে লিখা স্বৰ্ণজয়ন্তী,
শতাব্দী আদি নাটক |
উল্লেখযোগ্য বঁটা----অসম প্ৰকাশন পৰিষদ বঁটা, সাহিত্য অকাডেমি বঁটা, অসম উপত্যকা সাহিত্য বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা |
দাম্পত্যসংগী-----প্ৰীতি শ‍ইকীয়া
সন্তান----সংগীতা আৰু ৰশ্মি (জীয়েক)
সাহিত্যকৰ্ম----
নাটক--
ৰম্যভূমি
নীলকণ্ঠ
মহাঅৰণ্য
দীনবন্ধু
পাণ্ডুলিপি
আম্ৰপালি
অৰণ্যত গধূলি
মণিকূট
গহ্বৰ
অমৃত
বৰ্ণমালা
বন্দীশাল
পৰমানন্দ
শুভ-সংবাদ
বিষকুম্ভ
অন্ধকূপ
দিগম্বৰ
স্বৰ্ণজয়ন্তী
স্বৰ্গৰ দুৱাৰ
ৰামধেনু
শতাব্দী
সমুদ্ৰ-মন্থন
জোনাক ৰাতি (অসম্পূৰ্ণ)
বৃন্দাবন
জন্মভূমি
প্ৰতিবিম্ব
এজাক জোনাকীৰ জিলমিল (একাংক)
চুটি গল্প----
তেখেতৰ চুটি গল্প সংকলন কেইখন হ'ল-
প্ৰহৰী (১৯৬৩),
সেন্দুৰ (১৯৭১),
গহ্বৰ (১৯৬৯),
শৃংখল (১৯৭৫),
উপকণ্ঠ (১৯৯১),
এই বন্দৰৰ আবেলি (১৯৮৮),
বৃন্দাবন (১৯৬৫),
তৰংগ (১৯৭৯),
সান্ধ্য ভ্ৰমণ (১৯৯৮),
গল্প আৰু শিল্প,
আকাশ৷
উপন্যাস----
অন্তৰীপ (১৯৮৬)
ৰম্যভূমি (১৯৯১)
আতংকৰ শেষত ( ১৯৫২, দশম শ্ৰেণীত থাকোঁতে ৰচনা কৰা; ভ.না. শইকীয়াৰ একমাত্ৰ ডিটেক্টিভ উপন্যাস)
আত্মজীৱনী---
জীৱন বৃত্ত
জীৱন ৰেখা
মোৰ শৈশৱ, মোৰ কৈশোৰ
শিশুসাহিত্য----
মৰমৰ দেউতা (১৯৯১)
তোমালোক ভালে থাকা (তোমালোকৰ ভাল হওঁক) (১৯৯৮)
শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট (১৯৯৭)
মহাদুষ্টৰ দুষ্টবুদ্ধি
মৰম



অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষা MCQ  Click Here 
Assam TET 2019 Important Links

Assam TET 2019 Online Apply: Click here

Assam TET 2019 Official Syllabus: Click Here

Assam TET 2019 Assamese Syllabus Click Here

Assam TET 2019 Previous Paper: Click Here

Assam TET 2019 Guide Book: Click Here


উৎস: Internet, Assam TET Books,


Share:

0 comments:

Post a Comment

Popular Posts