Friday, September 13, 2019

লক্ষ্মীনাথ বেজবৰুৱা( ১৮৬৪-১৯৩৮)

লক্ষ্মীনাথ বেজবৰুৱা( ১৮৬৪-১৯৩৮) :---
জন্ম -১৮৬৪, ১৪ অক্টোবৰ
আহঁতগুৰি
মৃত্যু--১৯৩৮, ২৬ মাৰ্চ ডিব্ৰুগড়
পেচা-গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, হাস্যৰসাত্মক লেখক, সমালোচক ভাষা অসমীয়া
শিক্ষা--কলা স্নাতক
দাম্পত্যসংগী--প্ৰজ্ঞাসুন্দৰী দেৱী
বেজবৰুৱাৰ সাহিত্যৰাজিক তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি৷
আত্ম-জীৱনী আৰু জীৱনী----
মোৰ জীৱন সোঁৱৰণ (প্ৰথম খণ্ড, ১৯৪৫)
মোৰ জীৱন সোঁৱৰণ (দ্বিতীয় খণ্ড, ১৯৬১)
ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত।
শ্ৰীশ্ৰী শংকৰদেৱ।
শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ।
চিন্তাশীল ৰচনা----
তত্ত্বকথা
শ্ৰীকৃষ্ণকথা
ভগৱৎ কথা

উপন্যাস----
পদুমকুঁৱৰী
গল্প পুথি----
সুৰভি
সাধুকথাৰ কুঁকি
জোনবিৰি
কেহোঁকলি
সাধুকথা আৰু শিশু সাহিত্য-----
প্ৰধান প্ৰবন্ধ: বুঢ়ী আইৰ সাধু
ইয়াত থকা সাধুকেইটা হ'ল:
মেকুৰীৰ জীয়েকৰ সাধু
বান্দৰ আৰু শিয়াল
ঔ-কুঁৱৰী
ঢোঁৰাকাউৰী আৰু টিপচীচৰাই
এজনী মালিনী আৰু এজোপাৰ ফুল
বুধিয়ক শিয়াল
বাঘ আৰু কেঁকোৰা
তেজীমলা
বুঢ়া-বুঢ়ী আৰু শিয়াল
দীঘল ঠেঙীয়া
গঙ্গাটোপ
নুমলীয়া পো
সৰবজান
এটা শিঙৰা মাছৰ কথা
এটা বলী মানুহ
চিলনী জীয়েকৰ সাধু
তুলা আৰু তেজা
কটা যোৱা নাক,খাৰণী দি ঢাক
তীখৰ আৰু চুটিবাই
চম্পাৱতী
জৰদগৱ ৰজাৰ উপাখ্যান
পানেশৈ
জোঁৱাইৰ সাধু
কুকুৰীকণা
ভেকুলীৰ সাধু
তাৱৈয়েকৰ সাধু
লটকন
লখিমী তিৰোতা
দুই বুধিয়ক
ককাদেউতা আৰু নাতিল’ৰা
জুনুকা
বৈষয়িক গদ্য----
বাখৰ
কামত কৃতিত্ব লভিবৰ সংকেত
নাটক----
ধেমেলীয়া নাটক (প্ৰহসন)
লিতিকাই
নোমল
পাচনি
চিকৰপতি নিকৰপতি
নাটৰ কুকি
গদাধৰ ৰজা
বাৰেমতৰা
হ-য-ব-ৰ-ল
হেমলেত
মঙলা
বুৰঞ্জীমূলক নাটক----
চক্ৰধ্বজ সিংহ
জয়মতী কুঁৱৰী
বেলিমাৰ
ৰস ৰচনা বা হাস্যৰসাত্মক ৰচনা---
কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা
কৃপাবৰ বৰুৱাৰ ওভতনি
বৰবৰুৱাৰ বুলনি
বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড)
বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)
বৰবৰুৱাৰ চিন্তাৰ শিলগুটি
বৰবৰুৱাৰ সাহিত্যিক ৰহস্য
কৃপাবৰ বৰুৱাৰ সামৰণি
অনুবাদ----
ভাৰতবৰ্ষৰ বুৰঞ্জী
অন্যান্য----
অসমীয়া ভাষা আৰু সাহিত্য
পত্ৰলেখা
কাঁহুদী আৰু খাৰলি
সম্পাদকৰ চ'ৰা




অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষা MCQ  Click Here 
Assam TET 2019 Important Links

Assam TET 2019 Online Apply: Click here

Assam TET 2019 Official Syllabus: Click Here

Assam TET 2019 Assamese Syllabus Click Here

Assam TET 2019 Previous Paper: Click Here

Assam TET 2019 Guide Book: Click Here


উৎস: Internet, Assam TET Books,


Share:

4 comments:

Popular Posts