TET পৰীক্ষাৰ বাবে বিজ্ঞান বিষয়ৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ
প্রশ্ন: ভয়ত গাৰ নোম শিয়ৰি উঠে কোন হৰমোনৰ
অভাবত ?
উ: এড্রনালিন
প্রশ্ন: কোন হৰমনৰ বাবে দাঢ়ি গোফ গজিবলৈ সহায় কৰে ?
উঃ টেস্টোস্টেৰন
প্রশ্ন: জীবন ৰক্ষাকাৰী হৰমোন কোনটো ?
উঃ এলডোস্টেৰন
প্রশ্ন: ফছফৰাছ বেছি থাকে কোন অঙ্গত ?
উ: অস্থিত।
প্রশ্ন: পোস্টিক
নলীৰ কোন অংশত খাদ্য দ্রব্য আটাইতকৈ বেছি শোষিত হয়?
উ: ক্ষুদ্রান্তত।
প্রশ্ন: প্রতি মিনিটত হৃদপিণ্ডৰ স্বাভাবিক গড় স্পন্দন কিমান ?
উঃ ৭২
প্রশ্ন: চকু পানী নিঃসৃত হয় কৰ পৰা ?
উ: লেকৰিমাল গ্রন্থিৰ পৰা
প্রশ্ন: নার্ভৰ মাধ্যমত প্রবাহিত আবেগ গতি প্রতি
ছেকেণ্ডত কিমান মিটাৰ ?
উ: ১২৫ মিটাৰ
প্রশ্ন: এজন সুস্থ মানুহৰ এটি হৃদ কম্পন সম্পূর্ণ হবলৈ কিমান সময় লাগে ?
উঃ ০.৪ ছেকেণ্ড।
প্রশ্ন: শৰীৰৰ পৰা বর্জ পদার্থ ইউৰিয়া উলিয়াই দিয়ে কোন অঙ্গ ?
উঃ কিডনি
প্রশ্ন: মুত্র প্রস্তুত ক'ত হয় ?
উ: কিডনীত
প্রশ্ন: থাইৰয়ড গ্রন্থিৰ পৰা নিঃসৃত ৰসৰ নাম
কি ?
উ: থাইৰক্সিন
প্রশ্ন: চকুৰ আটাইতকৈ সংবেদনশীল অংশৰ নাম
কি ?
উ: ৰেটিনা।
প্রশ্ন: বহিঃকর্ণ আৰু মধ্যকর্ণৰ সংযোকস্থলৰ নাম কি ?
উ: টিস্প্যানিক পর্দা
প্রশ্ন: জীৱ দেহৰ ওজনৰ প্রায় ২৪ ভাগ কোন পদার্থ ?
উ: কার্বন
প্রশ্ন: যকৃত বা পেশী কোষত অতিৰিক্ত গ্লুকোজ জমা থাকে কোন ৰূপত ?
উ: গ্লাইকোজেন ৰূপত।
প্রশ্ন: কোন হৰমোনৰ অভাবত স্নায়ু আৰু পেশীৰ অস্থিৰতা বৃদ্ধি হয়?
উ: পেৰা থৰমন
0 comments:
Post a Comment