Saturday, August 31, 2019

২০১৯ টেটত অৱতীৰ্ণ হ’বলৈ প্ৰয়োজনীয় অৰ্হতা সম্পৰ্কে স্পষ্ট ধাৰণা

২০১৯  টেটত অৱতীৰ্ণ হ’বলৈ প্ৰয়োজনীয় অৰ্হতা সম্পৰ্কে স্পষ্ট ধাৰণা


১) আপুনি যদি  D.EL.ED  অথৱা b.ed কৰি থৈছে তেন্তে আপুনি টেট দিব পাৰিব৷ (NIOS, NCTE, Regular, ODL বুলি কোনো কথা নাই৷ মুঠতে সকলোৱেই পাৰিব৷) কিন্তু ইয়াৰ পাছতো কেইটামান চৰ্ত আছে৷

২)LP টেটৰ বাবে D.EL.ED থাকিলেও হায়াৰ ছেকেণ্ডাৰীত যদি ৪৫- ৫০% নাম্বাৰ নাই তেন্তে GRADUATE হ’বই লাগিব৷

৩) কেৱল যদি B.ed আছে কিন্তু Gradution ত ৫০% নাই তেন্তে LP/UP টেটত অৱতীৰ্ণ হ’ব নোৱাৰিব আনহাতে HSত  ৫০% থাকিলেও LP টেটৰ বাবে D.El.Ed আৰু UP টেটৰ বাবে চাৰিবছৰীয়া B.EL.ED লাগিবই৷

৪) HS ৰ ৫০% নাম্বাৰ দুবছৰীয়া D.EL.ED বা চাৰিবছৰীয়া B.EL.ED কৰাসকলৰ বাবেহে প্ৰযোজ্য হ’ব৷

5) যিসকলে NCTE অথবা RCE ৰ অধীনত D.EL.ED অথবা B.ED কৰি আছে (মানে যিসকলে বৰ্তমান ডিপ্লমা কৰি আছে) তেওঁলোক সকলোৱে টেটত অৱতীৰ্ণ হ’ব পাৰিব কিন্তু চাকৰি নিজৰ D.EL.EF বা B.ED কমপ্লিট্ কৰাৰ পাছতহে কৰিব পাৰিব৷ APPEARING ৰ কথাখিনি স্পষ্টকৈ ADVERtisement খনৰ Qualification ত 'b' point টোত দিয়া আছে৷

(যিসকলৰ D.El.ed অথবা B.ed নাই বা বৰ্তমান কৰিও থকা নাই তেওঁলোকে টেটত অৱতীৰ্ণ হ’ব নোৱাৰিব৷ কাৰণ টেটত apply কৰিবলৈ registration number প্ৰযোজ্য হ’ব৷ )





অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষা MCQ  Click Here 
Assam TET 2019 Important Links

Assam TET 2019 Online Apply: Click here

Assam TET 2019 Official Syllabus: Click Here

Assam TET 2019 Assamese Syllabus Click Here

Assam TET 2019 Previous Paper: Click Here

Assam TET 2019 Guide Book: Click Here


উৎস: Internet, Assam TET Books,


Share:

3 comments:

  1. Sir muje 50% nahi hai or mai 50% k liey batterman dey rahi hu or nios se deled complete hai ,tho kiya mai Assam Tet dey sakthi hu kiya.or mai general cast ki hu

    ReplyDelete
  2. Keibadin agot dekhu disile dled na lage atiya abar lage

    ReplyDelete
  3. Sir moi BA pass D el ed nai moi parim ne ....pls reply sir

    ReplyDelete

Popular Posts