Thursday, February 7, 2019

অসম চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই ২০১৯-২০ বৰ্ষৰ বাবে লোৱা বাজেটৰ কিছু গুৰুত্বপূৰ্ণ অংশ

★ ৫৩ লাখ লোকলৈ ৩ টকাৰ পৰিবৰ্তে ১ টকাকৈ চাউল

★ বছৰি ৫ লাখ টকাৰ কম আয় কৰা পৰিয়ালৰ কন্যালৈ বিয়াৰ সময়ত ১ তোলা সোন অসম চৰকাৰে দিব

★ অৰুন্ধতী আঁচনিৰ জৰিয়তে বিবাহ প্ৰাৰ্থী কন্যাৰ বাবে এক টোলাকৈ সোণ
•বিশেষ বিবাহ (অসম) বিধি, ১৯৫৪ ৰ অধীনত পঞ্জীয়নকৃত বিবাহৰ ক্ষেত্ৰত প্ৰযোজ্য
•বাৰ্ষিক ৫ লাখ টকাতকৈ কম আয়ৰ পৰিয়ালৰ ক্ষেত্ৰত প্ৰযোজ্য
•আইনসঙ্গত বয়সত হোৱা বিবাহৰ ক্ষেত্ৰত আঁচনিখনৰ সুফল

★ অষ্টম মান শ্ৰেণী লৈকে অসমৰ যিকোনো বিদ্যালয়ে বাধ্যতামূলক ভাবে অসমীয়া পঢ়াব লাগিব..

★ 1000 জন অসমৰ শিল্পী লৈ 50,000 টকা এককালীন সাহাৰ্য্য দিয়া হব...

★ দুৰ্ঘটনা হোৱা প্ৰতিজন ব্যক্তিক অটল অমৃত আঁচনিত ধৰা হব...

★ অসমৰ প্ৰতিজন কৃষক লৈ 25 হাজাৰ টকা ৰাজ সাহাৰ্য্য দিয়া হব..

★ বটদ্ৰৱা থানৰ উন্নয়ন বাবে 155 কোটি টকা অসম চৰকাৰে প্ৰদান কৰিব..

★ মাজুলী উন্নয়ন বাবে 150 কোটি টকা অসম চৰকাৰে প্ৰদান কৰিব...

★ স্বামী মৃত্যু হোৱা প্ৰতি গৰাকী মহিলা লৈ তৎকালীন ভাবে অসম চৰকাৰে 25,000 টকা দিয়া হব...

★ সংখ্যালঘু কন্যা সন্তানৰ উচ্চ শিক্ষা বাবে 200 কোটি টকা চৰকাৰে প্ৰদান কৰিব....

★ চাহ জনজাতি 4 লাখ পৰিয়াল লৈ বিনামূলীয়া চাউল দিয়া হব...

★ দুখীয়া লৰা ছোৱালী কলেজত পঢ়ি থকা সময়ত অসমৰ চৰকাৰে 700 টকা কৈ প্ৰতিমাহত দিয়া হব...

★ ৪৫ বছৰ পূৰ্বে বিধৱা হোৱা সকলৰ বাবে ২৫ হাজাৰ টকা সাহায্য লগতে ৬০ বছৰ বয়সলৈকে মাহিলি ভাট্টা

★উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত অথবা তাৰ ওপৰৰ স্থান লাভ কৰা ছাত্ৰী সকললৈ বেটেৰী চালিত #E-Bike প্ৰদান কৰিব।

Share:

0 comments:

Post a Comment

Popular Posts