Friday, February 8, 2019

কুইজ

প্ৰশ্ন: ১) মেক্সিম গৰ্কীৰ প্ৰকৃত নাম কি ?
উত্তৰ ➜ আনেক্সি মেক্সি মোভিছ পেস্কভ ।

প্ৰশ্ন: ২) ' মই এই কথা ভালদৰে জানো যে মই একো নাজানো' -- এই উক্তিশাৰী কাৰ ?
উত্তৰ ➜ চত্ৰেটিছ ।

প্ৰশ্ন: ৩) ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি ?
উত্তৰ ➜ কবি কাহিনী ।

প্ৰশ্ন: ৪) কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ ন'বেল বঁটা লাভ কৰিছিল ?
উত্তৰ ➜ গীতাঞ্জলি ।

প্ৰশ্ন: ৫) ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়া ভাৰতীয় জাতীয় সংগীত 'জন গণ মন অধি নায়ক' ৰচনা কৰিছিল ?
উত্তৰ ➜  ১৯১১ চনত ।

প্ৰশ্ন: ৬) সাহিত্যৰ ন'বেল বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন ?
উত্তৰ ➜  ৰেনে এফ. এ. চ্যুল্লী পুড হোম ।

প্ৰশ্ন: ৭) সাহিত্যৰ ন'বেল বঁটা লাভ কৰা প্ৰথম মহিলাগৰকী কোন ?
উত্তৰ ➜ চেলমা লাগেৰলফ  ।

প্ৰশ্ন: ৮) কোন গৰাকী ভাৰতীয়ই প্ৰথম সাহিত্যৰ ন'বেল বঁটা লাভ কৰে ?
উত্তৰ ➜ ৰবীন্দ্ৰনাথ ঠাকুৰে ।

প্ৰশ্ন: ৯) অসমীয়া ভাষাৰ প্ৰধান উপভাষা কি ?
উত্তৰ ➜ কামৰূপী ।

প্ৰশ্ন: ১০) শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ ➜ ১৪৪৯ খ্ৰীস্টাব্দত ।

প্ৰশ্ন: ১১) বিশ্বত সৰ্বপ্ৰথম কোনে কিণ্ডাৰগাৰ্টেন স্কুল আৰম্ভ কৰে ?
উত্তৰ ➜ ফেডৰিক ফ্ৰবেলে ।

প্ৰশ্ন: ১২) ইংৰাজী ভাষাৰ প্ৰাচীনতম মহাকাব্যখনৰ নাম কি ?
উত্তৰ ➜ বেউলফ ।

প্ৰশ্ন: ১৩) সংগীতৰ প্ৰথম স্বৰলিপি কেতিয়া ছপা হয় ?
উত্তৰ ➜ ১৪৬৫ চনত ।

প্ৰশ্ন: ১৪) বিশ্বৰ প্ৰথম সান্ধ্য সংবাদপত্ৰখনৰ নাম কি ?
উত্তৰ ➜  দ্য ইভিনিং পোস্ট ।

প্ৰশ্ন: ১৫) বিশ্বৰ কোন ঠাইত প্ৰথম কপিৰাইট আইন প্ৰৱৰ্তন কৰা হয় ?
উত্তৰ ➜  ব্ৰিটেইনত ।

প্ৰশ্ন: ১৬) ড. ভবেন্দ্ৰনাথ শইকীয়াৰ ছদ্মনাম কি ?
উত্তৰ ➜  সঞ্জয় ।

প্ৰশ্ন: ১৭) অসমীয়া ভাষাৰ স্বৰবৰ্ণ কেইটা ?
উত্তৰ ➜ এঘাৰটা   ।

প্ৰশ্ন: ১৮) অসমীয়া ভাষাৰ বৰ্ণ কেইবিধ ?
উত্তৰ ➜ দুবিধ ।

প্ৰশ্ন: ১৯) বিশ্বৰ প্ৰাচীনতম প্ৰকাশন সন্থাটোৰ নাম কি ?
উত্তৰ ➜ লংমেনছ ।

প্ৰশ্ন: ২০) পোস্টকাৰ্ডৰ প্ৰচলন প্ৰথম ক'ত আৰম্ভ হৈছিল ?
উত্তৰ ➜ অস্ট্ৰিয়াত ।

প্ৰশ্ন: ২১) ভাৰতীয় ইংৰাজী সাহিত্যৰ প্ৰথম উপন্যাস খনৰ নাম কি ?
উত্তৰ ➜ জাৰ্নেল অৱ ফৰ্টি এইট আৱাৰ্চ ইন দ্য ইয়েৰ নাইন্টিন ফৰ্টিফাইভ ।

প্ৰশ্ন: ২২) 'অসমৰ বৈঞ্চৱ ধৰ্মৰ স্বৰ্ণৰেখা' গ্ৰন্থখনৰ লেখক কোন ?
উত্তৰ ➜ সোণাৰাম চুতীয়া ।

Share:

0 comments:

Post a Comment

Popular Posts