Friday, February 15, 2019

অসম কুইজ

প্রশ্নঃ  ১) অসমৰ চাহৰ ৰাজধানী কি ?
উত্তৰ ➜ শিৱসাগৰ ।

প্রশ্নঃ  ২) কোনখন ঠাইক 'মানচেস্টাৰ অৱ ইস্ট' জনা যায় ?
উত্তৰ ➜ মাজুলি ।

প্রশ্নঃ  ৩) অসমৰ বৰপেটা কিহৰ বাবে বিখ্যাত ?
উত্তৰ ➜ বাঁহ - বেতৰ শিল্প তথা  কাঁহ শিল্পৰ বাবে ।

প্রশ্নঃ  ৪) কোনখন একমাত্ৰ অসমৰ পাহাৰীয়া চহৰ ?
উত্তৰ ➜ হাফলং ।

প্রশ্নঃ  ৫) শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ ➜ ১৭৬৫ চনত ।

প্রশ্নঃ  ৬) অসমৰ ৰাজ্যিক সংগ্ৰাহলয় ক'ত অৱস্তি ?
উত্তৰ ➜ গুৱাহাটীত ।

প্রশ্নঃ  ৭) অসমৰ কোনখন ঠাইক তৈলনগৰী নামেৰে জনা যায় ?
উত্তৰ ➜ ডিগবৈ ।

প্রশ্নঃ  ৮) সুমেৰু মহাদেশত উপস্তিত হোৱা প্ৰথন অসমীয়া বিজ্ঞানী জন কোন ?
উত্তৰ ➜ ৰাঘৱ চন্দ্ৰ ডেকা ।

প্রশ্নঃ  ৯) কামাখ্যা মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্তিত ?
উত্তৰ ➜ নীলাচল পাহাৰত  ।

প্রশ্নঃ  ১০) নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ ➜ ১৭৫২ চনত ।

প্রশ্নঃ  ১১) প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্তাপিত হৈছিল ?
উত্তৰ ➜ ১৬৯৪ চনত

Share:

3 comments:

  1. মানচেষ্টাৰ অব

    ReplyDelete
  2. মানচেষ্টাৰ অৱ ইস্ট : শুৱালকুছি হব লাগে
    উত্তৰ: মাজুলী কেনেকেই হয়?

    ReplyDelete

Popular Posts