প্রশ্নঃ ১) অসমৰ চাহৰ ৰাজধানী কি ?
উত্তৰ ➜ শিৱসাগৰ ।
প্রশ্নঃ ২) কোনখন ঠাইক 'মানচেস্টাৰ অৱ ইস্ট' জনা যায় ?
উত্তৰ ➜ মাজুলি ।
প্রশ্নঃ ৩) অসমৰ বৰপেটা কিহৰ বাবে বিখ্যাত ?
উত্তৰ ➜ বাঁহ - বেতৰ শিল্প তথা কাঁহ শিল্পৰ বাবে ।
প্রশ্নঃ ৪) কোনখন একমাত্ৰ অসমৰ পাহাৰীয়া চহৰ ?
উত্তৰ ➜ হাফলং ।
প্রশ্নঃ ৫) শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ ➜ ১৭৬৫ চনত ।
প্রশ্নঃ ৬) অসমৰ ৰাজ্যিক সংগ্ৰাহলয় ক'ত অৱস্তি ?
উত্তৰ ➜ গুৱাহাটীত ।
প্রশ্নঃ ৭) অসমৰ কোনখন ঠাইক তৈলনগৰী নামেৰে জনা যায় ?
উত্তৰ ➜ ডিগবৈ ।
প্রশ্নঃ ৮) সুমেৰু মহাদেশত উপস্তিত হোৱা প্ৰথন অসমীয়া বিজ্ঞানী জন কোন ?
উত্তৰ ➜ ৰাঘৱ চন্দ্ৰ ডেকা ।
প্রশ্নঃ ৯) কামাখ্যা মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্তিত ?
উত্তৰ ➜ নীলাচল পাহাৰত ।
প্রশ্নঃ ১০) নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ ➜ ১৭৫২ চনত ।
প্রশ্নঃ ১১) প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্তাপিত হৈছিল ?
উত্তৰ ➜ ১৬৯৪ চনত
মানচেষ্টাৰ অব
ReplyDeleteমানচেষ্টাৰ অৱ ইস্ট : শুৱালকুছি হব লাগে
ReplyDeleteউত্তৰ: মাজুলী কেনেকেই হয়?
Dibrughar hoi Sahor Rajdhani
ReplyDelete