১) অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী
২) উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ
৩) গীতি কবি পাৰ্বতি প্ৰসাদ বৰুৱা
৪) অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য
৫) জ্ঞান মালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা
৬) দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা
৭) নটসূৰ্য ফণী শৰ্মা
৮) ধ্বনিকবি বিনন্দ চন্দ্ৰ বৰুৱা
৯) বনকোঁৱৰ আনন্দিৰাম দাস
১০) বনফুলৰ কবি যতীন্দ্ৰ নাথ দুৱৰা
১১) বাগ্মীবৰ নীলমণি ফুকন
১২) ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা
১৩) ৰসৰাজ / সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
১৪) বিহগী কবি ৰঘুনাথ চৌধুৰী
১৫) সাহিত্য ৰত্ন চন্দ্ৰধৰ বৰুৱা
১৬) লোকনায়ক অমিয় কুমাৰ দাস
১৭) লোকপ্ৰিয় গোপীনাথ বৰদলৈ
১৮) সংগীতাচাৰ্য লাক্ষ্মীৰাম বৰুৱা
১৯) দেশভক্ত তৰুনৰাম ফুকন
২০) লোকপ্ৰিয় গোপীনাথ বৰদলৈ
২১) সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য
২২) সৰস্বতী নিৰ্মল প্ৰভা বৰদলৈ
২৩) সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱা
২৪) বাদশ্বাহখান খান আব্দুল গফৰখান
২৫) পণ্ডিতজী / চাচা জৱাহৰলাল নেহৰু
২৬) লোকমান্য বাল গংগাধৰ তিলক
২৭) বাপু/মহাত্মা/জাতিৰ পিতা মোহন দাস কৰম চাঁদ গান্ধী
২৮) গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰ
২৯) নেতাজী সুভাস চন্দ্ৰ বসু
৩০) ভাৰতৰ নাইটিংগেল সৰোজিনী নাইডু
৩১) কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ
0 comments:
Post a Comment
If you have any doubt, please let me know