আজিকালি চেলফি তোলাতো এক স্বাভাৱিক আৰু আনন্দৰ মূহুৰ্ত হৈ পৰিছে৷ ৰেষ্টুৰেন্টেই হওক বা পাবলিক প্লেচেই হওক বা ক'ৰবাত ভ্ৰমনেই হওক, চেলফি একপি নল'লে ভালেই নালাগে মনটো ৷ কিন্তু চেলফি আহিল ক'ৰ পৰা?
বিশ্বৰ প্ৰথমখন চেলফি লোৱা হৈছিল 1839 চনত ৷ তেতিয়া তাক চেলফি বুলি কোৱা হোৱা নাচিল , তাক কোৱা হৈছিল চেলফ - প'ৰট্ৰেইত (Self portrait) ৷ ৰবাৰ্ট কৰনেলিয়াচ ( Robert Cornelius) নামৰ ফিলাদেলফিয়াৰ (philadelphia) ৰসায়নবিদ তথা ফটোগ্ৰাফ ভাল পোৱা মানুহজনে উঠাইছিল বিশ্বৰ প্ৰথমখন চেলফি ৷ তেওঁ নিজৰ কেমেৰাটো এটুকুৰা ঠাইত ৰাখি লৈ কেমেৰাটোৰ সন্মুখলৈ দৌৰ মাৰি বিশ্বৰ প্ৰথম চেলফিখন উঠাইছিল ৷
ইয়াৰ পিছত 1966 চনত বাজ এলড্ৰিন ( Buzz Aldrin) নামৰ জাৰ্মানীৰ মহাকাশচাৰীজনে জেমিনাই - 12 (Gemini -12) মিছনত প্ৰথমখন মহাকাশত চেলফি লৈছিল৷
Saturday, February 16, 2019
Popular Posts
-
ক্ৰিয়া পদ (Verb) সংজ্ঞা: যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়া পদ বোলে । ক্ৰিয়া পদৰ ভাগ: ১) বাক্য সম্পূৰ্ণকৈ শেষ হোৱা নো...
-
Check Class 12th Exam Results Online Assam HS Result 2025 Assam State School Education Board (ASSEB), Division - II (formerly known as the...
-
কিছুমান বৈজ্ঞানিক যন্ত্ৰৰ নাম আৰু কামসমূহ ১) বেৰোস্কোপ - বায়ুৰ প্লাবিতা নিৰ্ণয় কৰা যন্ত্ৰ। ২) বেৰোমিটাৰ - বায়ু...
0 comments:
Post a Comment
If you have any doubt, please let me know