Saturday, June 7, 2025

Most Important Questions of Social studies for D.EL.Ed Entrance exam

Most Important Questions of Social studies for D.EL.Ed Entrance exam 






1. ‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি ?

উত্তৰঃ  নজনা কথাৰ ভঁৰাল।



2. কুৰুক্ষেত্র  যুদ্ধত অংশ গ্ৰহণ কৰা প্রাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ?

উত্তৰঃ  ভগদত্ত ।



3.  কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ প্রতিষ্ঠাতা  কোন ?

উত্তৰঃ পুষ্য বৰ্মণ।




4. পুৰণি কামৰূপৰ চাৰিভাগ –

উত্তৰঃ – (১) ৰত্নপীঠ , (২) কামপীঠ ,
(৩) স্বৰ্ণপীঠ আৰু (৪) সৌমাৰপীঠ ।



5. আহোমসকলৰ ভাষাত অসমৰ নাম –


উত্তৰঃ – মুঙদুনদুন খাম ।




6. আহোমসকল অসমলৈ আহিছিল –

উত্তৰঃ –  ১২২৮  খ্ৰীষ্টাব্দত ।



6. আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল –

উত্তৰঃ – স্বৰ্গদেউ চাওলুং চুকাফাই ।




7. আহোমৰ প্ৰথম ৰাজধানী –

উত্তৰঃ চৰাইদেউ ।



8. আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল –

উত্তৰঃ – স্বৰ্গদেউ ৰুদ্ৰসিংহ ।



9. আহোমৰ শেষ ৰজাজন –

উত্তৰঃ – চন্দ্ৰকান্ত সিংহ ।



10. পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন –

উত্তৰঃ – চুক্লেনমুং  ।



11. আহোম প্ৰথমতে হোৱা বিবাহ –

উত্তৰঃ – চকলং ।


12. ল’ৰাৰজাৰ প্ৰকৃত নাম –

উত্তৰঃ – চুলিকফা ।




13. সতী জয়মতী –

উত্তৰঃ – আহোম ৰজা গদাধৰ সিংহৰ পত্নী । এওঁ স্বামীৰ মংগলৰ বাবে জীৱন উৎসৰ্গা কৰি সতীত্বৰ খ্যাতি অৰ্জন কৰিছিল ।



14.  বৰ্মণ বংশৰ শ্রেষ্ঠ ৰজাজন কোন আছিল ?

উত্তৰঃ ভাস্কৰ বৰ্মণ।



15. যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল ?

উত্তৰঃ  ৪ ভাগত।




16. কিমান চনত ভাস্কৰ বৰ্মণ প্রাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ?

উত্তৰঃ ৫৯৪ খ্ৰীষ্টাব্দত।




17. ‘নাগশংকৰ দেৱালয়’ কোনে সজাইছিল·

উত্তৰঃ কামৰূপৰ ৰজা নৰশঙ্কৰে।



18. ‘শালস্তম্ভ বংশ’ৰ প্ৰথম ৰজাজন কোন আছিল ?

উত্তৰঃ শালস্তম্ভ।



19.  শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান খ্রীষ্টাব্দত ?

উত্তৰঃ  ৬৫০ খ্ৰীষ্টাব্দত।




20. ‘শালস্তম্ভ  বংশ’ৰ অন্তিম  ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ ত্যাগ সিংহ।



21. শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতিক কোন দেশৰ ৰজালৈ বিয়া দিছিল ?

উত্তৰঃ নেপালৰ।



22. পালবংশৰ অন্ত পৰে কিমান চনত ?

উত্তৰঃ ১১১২ চনত।



23. পাল বংশৰ প্রথম ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ ব্রহ্মপাল।




24. পাল বংশৰ আৰম্ভণি হয় কিমান চনত ?

উত্তৰঃ ৯৯০ চনত।




25. মালিক উজবেকে  কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল ?

উত্তৰঃ ১২৫৭ চনত।




26. অসমত আহোম ৰাজ্যৰ প্রতিষ্ঠাতা কোন ?

উত্তৰঃ   চুকাফা




27.  চুকাফা ব্রহ্মদেশৰ কোনখন প্রদেশৰ পৰা অসমলৈ আহিছিল ?

উত্তৰঃ মাওলুং


28. ‘মুনডুং চুনখাম’ মানে কি ?

উত্তৰঃ  সোণৰ বাগিছাৰে ভৰা দেশ।




29. জয়ন্তীয়া ৰজা যশোবৰ্মণ কোনজন আহোম ৰজাৰ সমসাময়িক আছিল ?

উত্তৰঃ নৰিয়া ৰজা



30.  আহোম ৰাজ্যত পোন প্রথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ ?

উত্তৰঃ ১৩৭৬ চনৰ পৰা ১৩৮০ চনলৈ।




31. কোনজন আহোম ৰজাক ‘বামুণী কোঁৱৰ’ বুলি কোৱা হয় ?

উত্তৰঃ  চুডাংফা



32.  অসমৰ কোনজন ৰজাই ‘চাৰগুৱা’লৈ অসমৰ ৰাজধানী তুলি নিয়ে ?

উত্তৰঃ চুডাংফা।



33. কোনজন আহোম ৰজাই ‘স্বৰ্গনাৰায়ণ’ নাম লৈছিল ?

উত্তৰঃ চুকামফা।




34. ‘দিহিঙিয়া ৰজা’ বুলি কাক কোৱা হয় ?
উত্তৰঃ  চুহুংমুং।



35. কোনজন আহোম ৰজাই অসমত প্রথম লোকপিয়ল কৰে ?

উত্তৰঃ  চুহুংমুং।



36. কোনজন আহোম ৰজাক ‘গড়গয়া ৰজা’ বুলি কোৱা হয় ?

উত্তৰঃ  চুক্লেংমুং।




38. অসমৰ ‘মৰিয়া’ সকল কি ব্যৱসায়ৰ লগত জড়িত ?

উত্তৰঃ কাঁহৰ বাচন।


39. প্রথম আহোম ‘বৰবৰুৱা’ কোন আছিল ?

উত্তৰঃ মোমাই তামুলী বৰবৰুৱা




40.  অসম বুৰঞ্জীত ‘বৰফুকন’ পদৰ সৃষ্টি কোনে কৰে ?

উত্তৰঃ  চুচেনফা।


Whatsapp Group link- Click here 

Whatsapp channel Link - Click here 


Share:

Related Posts:

0 comments:

Post a Comment

If you have any doubt, please let me know

Popular Posts