Most Important MCQ of Mathematics for SCERT PET EXAM
1) কোনো সংখ্যাক শূণ্যৰে পূৰণ কৰিলে তাৰ উত্তৰ কি হ'ব ?
a) শূণ্য
b) এক
c) দুই
d) তিনি
Answer: a) শূণ্য
2) 0.009×0.009÷ 0.009 ৰ মান কিমান ?
a) 0.009
b) 0.008
c) 0.007
d) 0.006
Answer: a) 0.009
3) 1মিটাৰ = _ কিলোমিটাৰ
a) 0.165 কিলোমিটাৰ
b) 0.01 কিলোমিটাৰ
c) 0.001 কিলোমিটাৰ
d) 0.0001 কিলোমিটাৰ
Answer: c) 0.001 কিলোমিটাৰ
4) কোনো বৃত্তৰ ব্যাসৰ শেষ বিন্দুয়ে পৰিধিত যি কোণৰ সৃষ্টি কৰে তাৰ মান কিমান
a) 120
b) 90
c) 60
d) 180
Answer: b) 90
5) এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল 196 বৰ্গমিটাৰ ,বৰ্গক্ষেত্ৰটোৰ প্ৰত্যেক বাহুৰ দৈৰ্ঘ্য কিমান?
a) 18 মিটাৰ
b) 14 মিটাৰ
c) 16 মিটাৰ
d) 15 মিটাৰ
Answer: b) 14 মিটাৰ
6) 943 সংখ্যাটো মৌলিক নে যৌগিক?
a) মৌলিক
b) যৌগিক
c) পৰিমেয়
d) ওপৰৰ এটাও নহয়
Answer: a) মৌলিক
7) 0.08 টকাত কিমান পইচা ?
a) 7 পইচা
b) 8 পইচা
c) 9 পইচা
d) 10 পইচা
Answer: b) 8 পইচা
8) এখন চাইকেলৰ গতিবেগ প্ৰতিঘন্টাত 18 কিলোমিটাৰ হ'লে প্ৰতি ছেকেণ্ডত তাৰ গতিবেগ কিমান হ'ব?
a) 3 মিটাৰ
b) 9 মিটাৰ
c) 5 মিটাৰ
d) 7 মিটাৰ
Answer: c) 5 মিটাৰ
9) 100 মিটাৰ দীঘল এটা আলিবাটৰ প্ৰতি 5 মিটাৰৰ অন্তৰে অন্তৰে এজোপাকৈ নাৰিকল গছ ৰুবলৈ হ'লে কিমান জোপা গছ লাগিব?
a) 21
b) 12
c) 22
d) 19
Answer: 21
10) দুটা সংখ্যাৰ লঃসাঃগু 84, গঃসাঃউ 8, তাৰে এটা সংখ্যা 16 হ'লে আনটো কিমান ?
a) 23
b) 27
c) 24
d) 25
Answer: c) 24
11) 0.5625 ৰ বৰ্গমূল কিমান?
a) 0.75
b) 0.65
c) 0.85
d) 0.95
Answer: a) 0.75
12) 10 জন শ্ৰমিকে এটা কাম 20 দিনত কৰে ,20 জন শ্ৰমিকে সেই কামটো কেই দিনত কৰিব?
a) 5 দিনত
b) 20 দিনত
c) 10 দিনত
d) 1 দিনত
Answer: c) 10 দিনত
13) ককায়েকৰ বয়স ভায়েকৰ বয়সৰ দুগুণ , ককায়েকৰ বয়স 30 বছৰ হ'লে ভায়েকৰ বয়স কিমান হ'ব
a) 60 বছৰ
b) 19 বছৰ
c) 13 বছৰ
d) 15 বছৰ
Answer: d) 15 বছৰ
14) বছৰি 10% চক্ৰবৃদ্ধি সুতৰ হাৰে 100 টকা মূলধনৰ 2 বছৰৰ মূৰত সমূল চক্ৰবৃদ্ধি কিমান হ'ব ?
a) 111 টকা
b) 121 টকা
c) 131 টকা
d) 101 টকা
Answer: b) 121 টকা
15) এজন খুচুৰা দোকানীয়ে 200 টকা মূল্য লিখা বস্তু এটা 10% লোকচানত বেচিলে বস্তুটোৰ বেচাদাম কিমান হ'ব?
a) 190 টকা
b) 170 টকা
c) 180 টকা
d) 200 টকা
Answer: c) 180 টকা
16) আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যি মৌলিক সংখ্যা নহয়
a) 4
b) 2
c) 6
d) 1
Answer: d) 1
17) 7 আৰু 11 ৰ গঃসাঃউ হ'ব
a) 77
b) 1
c) 0
d) 11
Answer: b) 1
18) আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো
a) 2
b) 6
c) 4
d) 1
Answer: d) 1
19) 10 আৰু 20 মাজৰ অযুগ্ম সংখ্যা কেইটাৰ গড় নিৰ্ণয় কৰা
a) 15
b) 16
c) 10
d) 20
Answer: a) 15
20) 7 জন লʼৰাৰ বয়স ক্ৰমে 15 বছৰ, 12 বছৰ, 17 বছৰ, 18 বছৰ, 20 বছৰ । সিহঁতৰ গড় বয়স হ'ব
a) 16.5
b) 16.4
c) 16.6
d) 16.7
Answer: b) 16.4
0 comments:
Post a Comment
If you have any doubt, please let me know