Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)
1) প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ?
উত্তৰ- ১৯৫২ চনত
2) ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি ?
উত্তৰ- জন গণ মন
3) গৌতম বুদ্ধই কিমান বছৰ ধৰ্ম প্ৰচাৰ কৰিছিল ?
উত্তৰ- ৪৫ বছৰ
4) অসমৰ ডিগবৈত কোনবিধ খনিজ সম্পদ পোৱা যায় ?
উত্তৰ- তেল
5)কর্ণাটকৰ কোলাৰ খনিবোৰ কিহৰ কাৰণে বিখ্যাত ?
উত্তৰ- সোণ ( gold )
6)বাচন - বৰ্তন প্ৰস্তুতকৰণ ত ব্যৱহৃত খনিজ ধাতুবিধৰ নাম কব পাৰিবানে ?
উত্তৰ- কপাৰ
7) ` পদ্মশ্ৰী 'বঁটাৰে সন্মানিত হোৱা প্ৰথম খেলুৱৈ জন কোন ?
উত্তৰ- গোষ্ট পাল
8) মহিলাৰ বিশ্বকাপ ক্ৰিকেট কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰ- ১৯৭৩
9) অৰ্জুন বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ কোন ?
উত্তৰ- ছালিম ডুৰাণী
10) হকী বল এটাৰ ওজন কিমান ?
উত্তৰ- ৫৩/৪ আউন্স
11) কোন চনত ভাৰতে হকীত প্ৰথমবাৰ অলিম্পিক স্বৰ্ণপদক লাভ কৰিছিল ?
উত্তৰ- ১৯২৮ চনত
12) এটা হকী দলত সৰ্বমুঠ কিমানজন খেলুৱৈ থাকে ?
উত্তৰ- ১১ জন
13) বুকাৰ বঁটা প্ৰাপ্ত প্ৰথম ভাৰতীয় সাহিত্য গৰাকী কোন ?
উত্তৰ- অৰুন্ধতী ৰয়
14) ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰৰ নাম কি ?
উত্তৰ- লতা মঙ্গেশকাৰ
এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇
Assam Digital Info YouTube channel link
👇👇👇👇
0 comments:
Post a Comment