Thursday, February 22, 2024

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)

Important General Knowledge for Upcoming New Examination 2024(লাগতিয়াল প্ৰশ্নসমূহ adre 2.0 & Assam police)





1) প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ?

উত্তৰ- ১৯৫২ চনত 






2) ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি ?

উত্তৰ- জন গণ মন 






3) গৌতম বুদ্ধই কিমান বছৰ ধৰ্ম প্ৰচাৰ কৰিছিল ?

উত্তৰ- ৪৫ বছৰ 






4) অসমৰ ডিগবৈত কোনবিধ খনিজ সম্পদ পোৱা যায় ?

উত্তৰ- তেল 







5)কর্ণাটকৰ কোলাৰ খনিবোৰ কিহৰ কাৰণে বিখ্যাত ?

উত্তৰ-  সোণ ( gold )








6)বাচন - বৰ্তন প্ৰস্তুতকৰণ ত ব্যৱহৃত খনিজ ধাতুবিধৰ নাম কব পাৰিবানে ?

উত্তৰ-  কপাৰ 








7) ` পদ্মশ্ৰী 'বঁটাৰে সন্মানিত হোৱা প্ৰথম খেলুৱৈ জন কোন ?

উত্তৰ-  গোষ্ট পাল 







8) মহিলাৰ বিশ্বকাপ ক্ৰিকেট কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ- ১৯৭৩ 







9) অৰ্জুন বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ কোন ?

উত্তৰ- ছালিম ডুৰাণী 








10) হকী বল এটাৰ ওজন কিমান ?

উত্তৰ-  ৫৩/৪ আউন্স 







11) কোন চনত ভাৰতে হকীত প্ৰথমবাৰ অলিম্পিক স্বৰ্ণপদক লাভ কৰিছিল ?

উত্তৰ- ১৯২৮ চনত 








12) এটা হকী দলত সৰ্বমুঠ কিমানজন খেলুৱৈ থাকে ?

উত্তৰ- ১১ জন 







13) বুকাৰ বঁটা প্ৰাপ্ত প্ৰথম ভাৰতীয় সাহিত্য গৰাকী কোন ?

উত্তৰ-  অৰুন্ধতী ৰয় 








14) ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰৰ নাম কি ?

উত্তৰ- লতা মঙ্গেশকাৰ





এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇


Share:

0 comments:

Post a Comment

Popular Posts