Friday, February 23, 2024

𝐓𝐈𝐌𝐄𝐋𝐈𝐍𝐄 𝐎𝐅 𝐇𝐈𝐒𝐓𝐎𝐑𝐘 𝐎𝐅 𝐀𝐒𝐒𝐀𝐌

🖊🖊𝐓𝐈𝐌𝐄𝐋𝐈𝐍𝐄 𝐎𝐅 𝐇𝐈𝐒𝐓𝐎𝐑𝐘 𝐎𝐅 𝐀𝐒𝐒𝐀𝐌 🖊🖊





🖊প্ৰাচীন অসম (৩৫০ - ১২০৬)🖊


1️⃣ ৩৫০ : পুষ্যবৰ্মনে কামৰূপত বৰ্মন বংশ প্ৰতিষ্ঠা কৰে।





2️⃣ ৬৩৬ : জুয়ানজাঙে কামৰূপৰ ৰজা ভাস্কৰবৰ্মনৰ দৰবাৰলৈ আহে ।






3️⃣ ৬৫০ : ভাস্কৰবৰ্মনৰ মৃত্যু । বৰ্মন বংশৰ অন্ত ।







4️⃣ ৬৫৫ : শালস্তম্ভই কামৰূপত ম্লেছ বা শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰে ।








5️⃣ ৯০০ ব্ৰহ্মপালে কামৰূপত পাল বংশ প্ৰতিষ্ঠা কৰে ।







6️⃣ ১১০০ : জয়পাল শেষ পাল ৰজা, পাল সাম্ৰাজ্য ৰামপালৰ দ্বাৰা অপসাৰণ কৰা হয় ।






7️⃣ ১১৮৭ : বীৰপালে স্বৰ্ণগিৰিত চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰে ।








🖊মধ্যযুগীয় অসম (১২০৬-১৮২৬)🖊

8️⃣ ১২০৬ : মুছলমানৰ প্ৰথম আক্ৰমণ , বখতিয়াৰ খিলজী বিফল হয় আৰু তেওঁৰ সৈন্যবাহিনী ধ্বংস হয়। (অসমত মধ্যযুগীয় যুগৰ আৰম্ভণি)








9️⃣ ১২২৮ : চুকাফাৰ অসমত প্ৰৱেশ ।









1️⃣0️⃣ ১২২৮ : কমতাপুৰৰ বিৰুদ্ধে চুতীয়া ৰাজ্যৰ অভিযান ।







1️⃣1️⃣ ১২৪৮ : ৰত্নধ্বজপালে শদিয়াত ৰাজধানী প্ৰতিষ্ঠা কৰে ।







1️⃣2️⃣ ১২৫৩ : চৰাইদেউত চুকাফাই ৰাজধানী প্ৰতিষ্ঠা কৰে ।








1️⃣3️⃣ ১২৫৭ : কামৰূপৰ শাসক সন্ধ্যাই নিজৰ ৰাজধানী পশ্চিমলৈ স্থানান্তৰিত কৰে আৰু এইদৰে কমতা ৰাজ্য প্ৰতিষ্ঠা কৰে ।









1️⃣4️⃣ ১৩৬২ ছিকন্দৰ শ্বাহে কমতা ৰাজ্য আক্ৰমণ কৰি শাসক ইন্দ্ৰনাৰায়ণক দুৰ্বল কৰে ।









1️⃣5️⃣ ১৩৯২ : চুতীয়া ৰজা সত্যনাৰায়ণৰ হাবুঙত প্ৰথম ভূমি অনুদানৰ অভিলেখ ।  উজনি অসমৰ ব্ৰাহ্মণক দিয়া এইটোৱেই হৈছে আজিলৈকে পোৱা প্ৰথমটো ভূমি অনুদান।









1️⃣6️⃣ ১৪৪৯ : শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ।








1️⃣7️⃣ ১৪৯০: প্ৰথম আহোম-ডিমাছা যুদ্ধ । 








1️⃣8️⃣ ১৪৯৮ : আলাউদ্দিন হুছেইন শ্বাহে কমতা ৰাজ্য ধ্বংস কৰে ।








1️⃣9️⃣ ১৫১৫ : বিশ্ব সিংহই কোচ বংশ প্ৰতিষ্ঠা কৰে










2️⃣0️⃣ ১৫২৪ : চনত চুহুংমুঙৰ অধীনত আহোম ৰাজ্যৰ লগত আংশিকভাৱে চুতীয়া ৰাজ্য সংযুক্ত হয়, আৰু সদিয়াখোৱা গোহাঁইৰ শাসনৰ অধীনত ৰখা হয়।








2️⃣1️⃣ ১৫২৭ : নুছৰত শ্বাহৰ আক্তমণ, আহোম ৰাজ্যত প্ৰথম মুছলমান আক্ৰমণ, বিফলতাৰে শেষ হয়।







2️⃣2️⃣ ১৫৩২ : আহোম ৰাজ্যত তুৰ্বকৰ আক্ৰমণ ।










2️⃣3️⃣ ১৫৩৬ : আহোমসকলে কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ ধ্বংস কৰে ।









2️⃣4️⃣ ১৫৪০ :  নৰনাৰায়ণে পিতৃ বিশ্বসিংহৰ মৃত্যুৰ পিছত কোঁচ ৰাজ্যৰ সিংহাসনত বহে ।









2️⃣5️⃣ ১৫৬৩ : কোচ আৰু আহোমৰ মাজত মাজুলী সন্ধি হয়।









2️⃣6️⃣ ১৫৬৮ : শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু ।








2️⃣7️⃣ ১৫৮১ : নৰনাৰায়ণে কোচ ৰাজ্যক  বিভাজন কৰে : কোচ বিহাৰ আৰু কোচ হাজোলৈ ।








2️⃣8️⃣ ১৫৮৭ :কোচ ৰজা নৰনাৰায়ণৰ মৃত্যু ।








2️⃣9️⃣ ১৫৮৮ :  চিলাৰায়ৰ পুত্ৰ আৰু কোচ হাজোৰ শাসক ৰঘুদেৱে স্বাধীনতা ঘোষণা কৰে ।






3️⃣0️⃣ ১৬০৯ : মোমাই তামুলী বৰবৰুৱাই আহোম ৰাজ্যত পাইক ব্যৱস্থাৰ পুনৰ্গঠন কৰে ।








3️⃣1️⃣ ১৬০৯ : কোচ বিহাৰ মোগলৰ অধীনস্থ হয় ।







3️⃣2️⃣ ১৬১৩ : কোচ হাজো মোগলৰ অধীনস্থ হয় ।








3️⃣3️⃣ ১৬১৫ : আহোম-মোগলৰ সংঘাত আৰম্ভ হয় ।









3️⃣4️⃣ ১৬৩৯ : আহোম আৰু মোগলৰ মাজত "অসুৰ আলিৰ চুক্তি" স্বাক্ষৰিত হয় ।








3️⃣5️⃣ ১৬৫৯ :  আহোমসকলে কোচ হাজো (সোণকোষ নদীলৈকে) দখল কৰে।  ইয়াৰ পূৰ্বে কোচ হাজোত কোচ বিহাৰৰ শাসকে দখল কৰিছিল, যিয়ে মোগল ফৌজদাৰক গুৱাহাটীৰ পৰা খেদি পঠিয়াইছিল ।










3️⃣6️⃣ ১৬৬২ : মিৰজুমলাই আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে ।







3️⃣7️⃣ ১৬৬৩ : মিৰজুমলা আৰু জয়ধ্বজ সিংহৰ মাজত  ঘিলাঝাৰীঘাটৰ সন্ধি হয়।









3️⃣8️⃣ ১৬৭১ : "শৰাইঘাটৰ যুদ্ধ" ।  আহোম জয়ী হয় আৰু ৰামসিংহই ৰঙামাটিলৈ পিছুৱাই যায় ।









3️⃣9️⃣ ১৬৮১ : গদাধৰ সিংহ আহোম স্বৰ্গদেউ হয় ।











4️⃣0️⃣ ১৬৮২ :  "ইটাখুলিৰ ৰণ" ।  আহোম-মোগলৰ সংঘাতৰ অন্ত পৰে ।  আহোমৰ জয়  








4️⃣1️⃣ ১৭১৪ : ৰুদ্ৰ সিংহৰ মৃত্যু হয় ।











4️⃣2️⃣ ১৭৬৯ : মোৱামৰীয়া বিদ্ৰোহৰ প্রথম পর্যায় ।










4️⃣3️⃣ ১৭৮২ : দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ ।  আহোমৰ ৰাজধানী ৰংপুৰ দ্বিতীয়বাৰৰ বাবে মোৱামৰীয়া বিদ্ৰোহৰ বলি হয়। 









4️⃣4️⃣ ১৭৮৬ : তৃতীয় মোৱামৰীয়া বিদ্ৰোহ । 








4️⃣5️⃣ ১৭৯৪ : কেপ্তেইন থমাছ ৱেলছে ৰংপূৰ খন মোৱামৰীয়া সকলৰ পৰা পুনৰ ঘূৰাই আনি আহোম ৰজাৰ হাতত গোটাই থিয়ে ।







4️⃣6️⃣ ১৮০৫ : বেংমৰাৰ (তিনচুকীয়া)  মোৱামৰীয়াৰ শেষৰজন বিদ্ৰোহী নেতা সৰ্বানন্দৰ লগত আহোমসকলে সহমতত উপনীত হয়।  আহোমসকলে সৰ্বানন্দক মটক ৰাজ্যৰ বৰসেনাপতি ঘোষণা কৰে  








4️⃣7️⃣ ১৮১৭ : অসমত প্ৰথম মানৰ আক্ৰমণ ।







4️⃣8️⃣ ১৮১৯ : মানৰ দ্বিতীয় আক্ৰমণ









4️⃣9️⃣ ১৮২১ : মানৰ তৃতীয় আক্ৰমণ ।









🖊ঔপনিৱেশিক অসম      (১৮২৬-১৯৪৭)🖊









5️⃣0️⃣ ১৮২৬ :  ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ ৰজাৰ মাজত  "ইয়াণ্ডাবু সন্ধি" স্বাক্ষৰিত । বাৰ্মিজৰ অন্ত আৰু ব্ৰিটিছে অসম দখল কৰাৰ আৰম্ভণি । 










5️⃣1️⃣ ১৮৬১ :  "ফুলগুৰি ধাঁৱা" ।  ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথমটো কৃষক বিদ্ৰোহ । 










5️⃣2️⃣ ১৮৯৪ : "পথৰুঘাটৰ ৰণ" ।পথৰুঘাটৰ ৰাইজমেলৰ ওপৰত গুলীচালনা, গাঁৱৰ লোকক নিৰ্যাতন আৰু সম্পত্তি জব্দ ।









5️⃣3️⃣ ১৯৭৯ : অসম আন্দোলন আৰম্ভ । 









5️⃣4️⃣ ১৯৮৫ : চনত অসম চুক্তি স্বাক্ষৰ।  অসম আন্দোলনৰ অন্ত ।




এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇




                
Share:

Related Posts:

0 comments:

Post a Comment

If you have any doubt, please let me know

Popular Posts