Friday, September 10, 2021

অসম টেট ২০২১ ৰ বাবে পৰিৱশ ৰ কেইটামান প্ৰয়োজনীয় প্ৰশ্নোত্তৰ ।

অসম টেট ২০২১ ৰ বাবে পৰিৱশ ৰ কেইটামান প্ৰয়োজনীয় প্ৰশ্নোত্তৰ ।
প্ৰশ্ন:- বায়ু ( প্ৰদূষণ প্রতিৰােধ আৰু নিয়ন্ত্রণ ) আইন ’ কেতিয়া প্রণয়ন কৰা হৈছিল ?
উত্তৰ : ১৯৮১ চনত ।

প্ৰশ্নঃ- “ বিশ্ব পৰিবেশ দিৱস ’ কেতিয়া পালন কৰা হয় ?
উত্তৰ  ঃ ৫ জুন ।

প্ৰশ্নঃ-  চিপকো আন্দোলন কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ  ঃ ১৯৭৩ চনত (কিছুমানত ১৯৭২ আছে)
 
প্ৰশ্নঃ- প্রথম ধৰিত্ৰী দিৱস কোন চনত পালন কৰা হৈছিল ?
উত্তৰ  ঃ  ১৯৭০ চনত

প্ৰশ্নঃ-  সেউজীয়া উদ্ভিদত থকা পদার্থবিধৰ নাম কি ?
উত্তৰ  ঃ ক্ল ’ৰফিল

প্ৰশ্নঃ-  উদ্ভিদে সালােকসংশ্লেষণ প্রক্রিয়াত কি গেছ ব্যৱহাৰ কৰে ? 
উত্তৰ  ঃকার্বন - ডাই - অক্সাইড

প্ৰশ্নঃ-  অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ ফলত কি মাত্মক ৰােগ হ ' ব পাৰে ?
উত্তৰ  ঃ  ছালৰ কৰ্কট ৰােগ

প্ৰশ্নঃ-  শিলৰ পৰা মাটিৰ সৃষ্টি হােৱা প্রক্রিয়াটোক কি বােলা হয় ?
উত্তৰ  ঃ বিচূর্ণীভবন

প্ৰশ্নঃ- কোনপ্রকাৰৰ অৰণ্যত আটাইতকৈ বেছি জৈৱ - বৈচিত্র্য দেখা যায় ?
উত্তৰ  ঃ বৰ্ষাৰণ্য

প্ৰশ্নঃ- এজন সুস্থ মানুহক দৈনিক গড়ে কিমান কেলৰি শক্তিৰ প্রয়ােজন ?
 উত্তৰ :-২৫০০ কেলৰি (পুৰুষ) 
              ২০০০ কেলৰি (মহিলা)

প্ৰশ্নঃ- পৃথিৱীৰ কোনখন মহাদেশত বনাঞ্চল ধ্বংস পৰিণাম আটাইতকৈ বেছি ?
উত্তৰ  ঃ এছিয়া

প্ৰশ্নঃ- পৃথিৱীৰ কিমান এলেকা পানীৰে আৱৰি আছে ?
উত্তৰ :৯৭ % ( প্রায় )

প্ৰশ্নঃ- পৃথিৱীৰ কিমান প্ৰকাৰৰ খনিজ ধাতু পােৱা যায় ?
উত্তৰ  ঃ  ৮৮ প্ৰকাৰৰ

প্ৰশ্নঃ-  এনথ্রাচাইট কয়লা ভাৰতৰ কোন ৰাজ্যত পােৱা যায় ?
উত্তৰ  ঃ জম্মু কাশ্মীৰত

প্ৰশ্নঃ- বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি খনিজ তেল পােৱা যায়? 
উত্তৰ  ঃ চৌদি আৰব ।

প্ৰশ্নঃ-  কোনবিধ খনিজ পদার্থক ক'লা হীৰা আখ্যা দিয়া হয় ?
উত্তৰ  ঃ  কয়লা ।

প্ৰশ্নঃ- পণীয়া সােণ ’ বুলিলে কোনবিধ খনিজ পদার্থক বুজা যায় ?
উত্তৰ  ঃ খাৰুৱা তেল ।

প্ৰশ্নঃ- মাইকা উৎপাদন আৰু ৰপ্তানিত ভাৰতৰ স্থান কি ?
উত্তৰ  ঃ প্রথম

প্ৰশ্নঃ-  Pollution ' ( প্ৰদূষণ ) শব্দটো কি ভাষাৰ পৰা আহিছে ?
উত্তৰ  ঃ লেটিন '

প্ৰশ্নঃ- বাঘক ‘ বিপন্ন প্রাণী ’ হিচাপে কেতিয়া ঘােষণা কৰা হয় ?
উত্তৰ  ঃ ১৯৬৮ চনত

প্ৰশ্নঃ- কোনটো চন আন্তর্জাতিক জলবর্ষ হিচাপে পালন কৰা হৈছে 
উত্তৰ  ঃ ২০০৩ চন

প্ৰশ্নঃ- ভাৰতত ব্যাঘ্র প্রকল্প কেতিয়া আৰম্ভ কৰা হয় ?
উত্তৰ  ঃ  ১৯৭৩ চনত

প্ৰশ্নঃ- মেলেৰিয়াৰ মহৌষধ ‘ কুইনাইন ’ কিহৰ পৰা প্রস্তুত কৰা হয় ?
উত্তৰ  ঃ  চিনকোণাৰ পৰা
Share:

0 comments:

Post a Comment

Popular Posts