অসম টেট ২০২১ ৰ বাবে পৰিৱশ ৰ কেইটামান প্ৰয়োজনীয় প্ৰশ্নোত্তৰ ।
প্ৰশ্ন:- বায়ু ( প্ৰদূষণ প্রতিৰােধ আৰু নিয়ন্ত্রণ ) আইন ’ কেতিয়া প্রণয়ন কৰা হৈছিল ?
উত্তৰ : ১৯৮১ চনত ।
প্ৰশ্নঃ- “ বিশ্ব পৰিবেশ দিৱস ’ কেতিয়া পালন কৰা হয় ?
উত্তৰ ঃ ৫ জুন ।
প্ৰশ্নঃ- চিপকো আন্দোলন কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ ঃ ১৯৭৩ চনত (কিছুমানত ১৯৭২ আছে)
প্ৰশ্নঃ- প্রথম ধৰিত্ৰী দিৱস কোন চনত পালন কৰা হৈছিল ?
উত্তৰ ঃ ১৯৭০ চনত
প্ৰশ্নঃ- সেউজীয়া উদ্ভিদত থকা পদার্থবিধৰ নাম কি ?
উত্তৰ ঃ ক্ল ’ৰফিল
প্ৰশ্নঃ- উদ্ভিদে সালােকসংশ্লেষণ প্রক্রিয়াত কি গেছ ব্যৱহাৰ কৰে ?
উত্তৰ ঃকার্বন - ডাই - অক্সাইড
প্ৰশ্নঃ- অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ ফলত কি মাত্মক ৰােগ হ ' ব পাৰে ?
উত্তৰ ঃ ছালৰ কৰ্কট ৰােগ
প্ৰশ্নঃ- শিলৰ পৰা মাটিৰ সৃষ্টি হােৱা প্রক্রিয়াটোক কি বােলা হয় ?
উত্তৰ ঃ বিচূর্ণীভবন
প্ৰশ্নঃ- কোনপ্রকাৰৰ অৰণ্যত আটাইতকৈ বেছি জৈৱ - বৈচিত্র্য দেখা যায় ?
উত্তৰ ঃ বৰ্ষাৰণ্য
প্ৰশ্নঃ- এজন সুস্থ মানুহক দৈনিক গড়ে কিমান কেলৰি শক্তিৰ প্রয়ােজন ?
উত্তৰ :-২৫০০ কেলৰি (পুৰুষ)
২০০০ কেলৰি (মহিলা)
প্ৰশ্নঃ- পৃথিৱীৰ কোনখন মহাদেশত বনাঞ্চল ধ্বংস পৰিণাম আটাইতকৈ বেছি ?
উত্তৰ ঃ এছিয়া
প্ৰশ্নঃ- পৃথিৱীৰ কিমান এলেকা পানীৰে আৱৰি আছে ?
উত্তৰ :৯৭ % ( প্রায় )
প্ৰশ্নঃ- পৃথিৱীৰ কিমান প্ৰকাৰৰ খনিজ ধাতু পােৱা যায় ?
উত্তৰ ঃ ৮৮ প্ৰকাৰৰ
প্ৰশ্নঃ- এনথ্রাচাইট কয়লা ভাৰতৰ কোন ৰাজ্যত পােৱা যায় ?
উত্তৰ ঃ জম্মু কাশ্মীৰত
প্ৰশ্নঃ- বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি খনিজ তেল পােৱা যায়?
উত্তৰ ঃ চৌদি আৰব ।
প্ৰশ্নঃ- কোনবিধ খনিজ পদার্থক ক'লা হীৰা আখ্যা দিয়া হয় ?
উত্তৰ ঃ কয়লা ।
প্ৰশ্নঃ- পণীয়া সােণ ’ বুলিলে কোনবিধ খনিজ পদার্থক বুজা যায় ?
উত্তৰ ঃ খাৰুৱা তেল ।
প্ৰশ্নঃ- মাইকা উৎপাদন আৰু ৰপ্তানিত ভাৰতৰ স্থান কি ?
উত্তৰ ঃ প্রথম
প্ৰশ্নঃ- Pollution ' ( প্ৰদূষণ ) শব্দটো কি ভাষাৰ পৰা আহিছে ?
উত্তৰ ঃ লেটিন '
প্ৰশ্নঃ- বাঘক ‘ বিপন্ন প্রাণী ’ হিচাপে কেতিয়া ঘােষণা কৰা হয় ?
উত্তৰ ঃ ১৯৬৮ চনত
প্ৰশ্নঃ- কোনটো চন আন্তর্জাতিক জলবর্ষ হিচাপে পালন কৰা হৈছে
উত্তৰ ঃ ২০০৩ চন
প্ৰশ্নঃ- ভাৰতত ব্যাঘ্র প্রকল্প কেতিয়া আৰম্ভ কৰা হয় ?
উত্তৰ ঃ ১৯৭৩ চনত
প্ৰশ্নঃ- মেলেৰিয়াৰ মহৌষধ ‘ কুইনাইন ’ কিহৰ পৰা প্রস্তুত কৰা হয় ?
উত্তৰ ঃ চিনকোণাৰ পৰা
0 comments:
Post a Comment