শিশুৰ বিকাশ আৰু শিক্ষণশৈলী
১/ শিশুৰ শিক্ষা ৰ প্ৰথম স্থান কি?
উত্তৰ=পৰিয়াল।
২/ শিশুৰ জ্ঞান আহৰণ ৰ প্ৰাথমিক স্তৰ কি?
উত্তৰ= বাহ্যিক পৰিৱেশ ।
৩/কোনটো বয়স ক শিশুৰ বিকাশৰ প্ৰধান স্তৰ বুলি কোৱা হয় ?
উত্তৰ= ৫/৬ বছৰৰ পৰা ১১/১২ বছৰলৈ
৪/ বিকাশ ৰ মূল উপাদান কেইটা?
উত্তৰ= ৪ টা
৫/ শিশুৰ বিকাশ আৰম্ভ হয় -
0 comments:
Post a Comment