পৃথিৱীৰ উচ্চতম, দীৰ্ঘতম, বৃহত্তম, গভীৰতম, ক্ষুদ্ৰতম
উচ্চতম বিমান বন্দৰ
বাংডা বিমান মন্দৰ (তিব্বত, চীন)
উচ্চতম বান্ধ
ৰগুনস্কাই বান্ধ (তাজাকিস্তান, পূৰ্বৰ ছোভিয়েট ৰাছিয়া)
বৃহত্তম পৰ্ব্বতমালা
হিমালয়-কাৰাকোৰম পৰ্বতমালা (এছিয়া, বিস্তৃতি ২,৫০০ কিলোমিটাৰ)
উচ্চতম শৃংগ
মাউণ্ট এভাৰেষ্ট (৮,৮৭২ মিটাৰ)
উচ্চতম জলপ্ৰপাত
এন্জেল, ভেনিজুৱেলা (৯৭৯ মিটাৰ)
উচ্চতম হ্ৰদ
টিটিকাকা, বলিভিয়া (৩,৮১১ মিটাৰ)
উচ্চতম মালভূমি
তিব্বত (৪,৮৭৫ মিটাৰ)
উচ্চতম গীৰ্জা
উল্ম্ কেথেড্ৰিল, জাৰ্মানী
উচ্চতম বিমান ক্ষেত্ৰ (air field)
লাডাখ
উচ্চতম আগ্নেয়গিৰি
কটোপাক্সি, এণ্ডিজ
উচ্চতম অফিচ ভৱন
পেট্ৰনছ টাৱাৰ, মালয়েছিয়া (৪৫১.৯ মিটাৰ)
উচ্চতম স্তম্ভ
চি এন টাৱাৰ, টৰেণ্ট’, কানাডা
উচ্চতম অট্টালিকা
টাইপে ১০১, টাইৱান (৫০৮ মিটাৰ)
উচ্চতম মিনাৰ (মুক্ত ভাৱে থিয় হৈ থকা)
কুটুব মিনাৰ, নতুন দিল্লী (উচ্চতা : ৭১.২৪ মিটাৰ)
উচ্চতম প্ৰাণী
জিৰাফ (গড় উচ্চতা ৫.৩ মিটাৰ)
উচ্চতম পানীৰ ফোৱাৰা
আৰিজোনা, আমেৰিকা যুক্তৰাষ্ট্ৰ (৫৬২ ফুট)
উচ্চতম ৰে’ল ষ্টেচন
কনডন ষ্টেচন, বলিভিয়া (৪,৭৮৬ মিটাৰ)
উচ্চতম মূৰ্তি
টকিঅ’ৰ ব্ৰঞ্জৰ বুদ্ধ মূৰ্তি, জাপান
দীৰ্ঘতম পৰ্বত শ্ৰেণী
এণ্ডিজ, দক্ষিণ আমেৰিকা (দৈৰ্ঘ্য ৮,৯০০ কিলোমিটাৰ)
দীৰ্ঘতম ৰে’লৱে প্লেটফৰ্ম
খৰগপুৰ, ভাৰত (৮৩৩ মিটাৰ)
দীৰ্ঘতম বাৰাণ্ডা
ৰামেশ্বৰম মন্দিৰৰ বাৰাণ্ডা, ভাৰত (দৈৰ্ঘ্য ১২২০ মিটাৰ)
দীৰ্ঘতম বান্ধ
হীৰাকুঁদ বান্ধ, মহানদী
দীৰ্ঘতম প্ৰাচীৰ
চিনৰ প্ৰাচীৰ (দৈৰ্ঘ্য প্ৰায় ২,৪০০ কিলোমিটাৰ)
0 comments:
Post a Comment