Wednesday, September 18, 2019

ATET বিভ্ৰান্তি আৰু স্পটীকৰণ"

"ATET বিভ্ৰান্তি আৰু স্পটীকৰণ"
----------------------------------------------
১) বিজ্ঞাপনটোত ধুনীয়াকৈ লিখাই আছে যে আবেদনৰ নিম্নতম যোগ্যতা D.el.ed নাইবা B.Ed
"PURSUING".

২) "PURSUING" বুলি দি আবেদন কৰোতে "শিক্ষানুষ্ঠানৰ নাম আৰু নামভৰ্ত্তিৰ তাৰিখ" দিব লগা হৈছিল!

৩) ভুল তথ্যৰে আবেদন কৰিলে অপৰাধ হিচাপে দোষাৰোপ কৰা হ'ব বুলিও বিজ্ঞাপনটোত স্পট!

৪) পৰীক্ষাৰ আগত টেট ৰ যোগ্যতা পৰীক্ষণ কৰা নহয় বুলি লিখা আছে!

৫) B.Ed/D.el.ed নথকা সকলে ভুল তথ্য দি আবেদন কৰা শিক্ষা বিভাগৰ দৃষ্টিগোচৰ হৈছে বাবেই "PURSUING" ৰ পৰীক্ষণ কৰা হ'ব!

৬) শেহতীয়া জাননি অনুসৰি "PURSUING" বুলি দি আবেদন কৰা সকলৰ অহা ১৯ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্তেম্বৰ লৈ তলত দিয়া তথ্যৰ "যোগ্যতা" পৰীক্ষণ কৰা হ'ব-
   
     (ক) D.el.ed/B.Ed ত নামভৰ্ত্তিৰ তাৰিখ
     (খ) D.el.ed/B.Ed শিক্ষানুষ্ঠানৰ নাম
     (গ) প্ৰশিক্ষণৰ ধৰণ:
           দৈনিক(Regular)
                        নে
           ODL(Open Distance Learning)
     (ঘ) নিজ হস্তাক্ষৰ সৈতে নামভৰ্তিৰ ৰছিদ (Admission Receipt)

৭) পৰীক্ষাৰ তাৰিখ ২০ অক্টোবৰৰ পৰিৱৰ্তে ১০ নৱেম্বৰ ঘোষণা কৰিছে!

৮) ভুল তথ্যৰে আবেদন কৰা সকলৰ পৰীক্ষণৰ পিছত আবেদন মাচুল ওভতাই দিম বুলি জনাইছে!

ইমান খিনি স্পটীকৰণ চত্তেও চৰকাৰক দোষাৰোপ কৰা হৈছে!

#এডমিন!

Share:

3 comments:

Popular Posts