◆আমি সকলোৱে জ্ঞাত যে কিতাপ শব্দটো ইংৰাজীত বুক বুলি কোৱা হয়। এই বুক শব্দটো প্রথমবাৰৰ বাবে কোনে ব্যৱহাৰ কৰিছিল বাৰু? বুক শব্দটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল ৱেছেক্সৰ ৰজা আলফ্রেড দ্য গ্রেটে (খ্রীষ্টপূর্ব ৮৪৯-৮৯৯)।
◆ৰজা আলফ্রেড এগৰাকী ভাল যােদ্ধা আছিল। কেবল যুদ্ধক্ষেত্ৰতেই নহয় আধুনিক ইংৰাজী ভাষাৰ উত্তৰণৰ ক্ষেত্ৰতাে ৰজা আলফ্রেডে যথেষ্ট চেষ্টা কৰিছিল।
◆ভাইকিংসকলৰ বিৰুদ্ধে যুদ্ধ কৰি ৰজা আলফ্রেডে ভাইকিংসকলক পৰাস্ত কৰিছিল আৰু ইংলেণ্ডৰ শাসনভাৱ হস্তগত কৰিছিল। সেই সময়ত ইংলেণ্ডত কথিত ইংৰাজীৰ ব্যাপক প্রচলন আছিল।
◆ৰজা আলফ্রেডে লিখিত ইংৰাজীৰ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছিল। তেৱেই প্ৰথমবাৰৰ বাবে লিখিত ৰূপত থকা পাণ্ডুলিপিক বুক আখ্যা দিছিল। তেতিয়াৰে পৰা বুক শব্দটোৰে কিতাপক বুজাবলৈ আৰম্ভ কৰা হয়। সেই শব্দটো আজিও ইংৰাজী ভাষাত প্ৰচলন হৈ আছে। এই শব্দটো বিভিন্ন ভাষাত, বিভিন্ন ৰূপত ব্যৱহাৰ হৈ আছে।
Monday, August 12, 2019
Popular Posts
-
ক্ৰিয়া পদ (Verb) সংজ্ঞা: যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়া পদ বোলে । ক্ৰিয়া পদৰ ভাগ: ১) বাক্য সম্পূৰ্ণকৈ শেষ হোৱা নো...
-
কিছুমান বৈজ্ঞানিক যন্ত্ৰৰ নাম আৰু কামসমূহ ১) বেৰোস্কোপ - বায়ুৰ প্লাবিতা নিৰ্ণয় কৰা যন্ত্ৰ। ২) বেৰোমিটাৰ - বায়ু...
-
TET Result 2025 – Check Assam TET cum Recruitment Test Merit List TET Result 2025 Directorate of Secondary Education (DSE), Assam recently ...
0 comments:
Post a Comment
If you have any doubt, please let me know