Sunday, August 11, 2019

১১ আগষ্ট ( আজিৰ দিনটোৰ বিশেষ ঘটনাৱলী )

🙏সু -প্ৰভাত🙏

আজি (ইংৰাজী: 11 August) অসমীয়া ২৫ শাওণ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৩তম (অধিবৰ্ষত ২২৪তম) দিন। বছৰ শেষ হ'বলৈ ১৪২ দিন বাকী থাকে। 
################################

✍বিশিষ্ট চিকিৎসা বিজ্ঞানী খ্ৰীষ্টিয়ান আইজেকমেনৰ নেদাৰলেণ্ডত জন্ম হয় এই দিনটোতে। ১৯২৯ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

✍১৯৯৯ চনৰ এই দিনটোতেই সাহিত্যচাৰ্য সত্যেন্দ্ৰনাথ শৰ্মাই মৃত্যুক আঁকোৱালি লৈছিল।
✍১৯৪৫ চনৰ এই দিনটোতে হেম বৰুৱা (ত্যাগবীৰ)ৰ গুৱাহাটীত মৃত্যু হয়৷
✍সংগীত পৰিচালক পাৰ্থপ্ৰতীম চৌধুৰীৰ মৃত্যু হয় ২০০৫ চনৰ এই দিনটোতে।
✍প্ৰাক্তন টেষ্ট খেলুৱৈ ৰমানাথ পাৰ্কাৰৰ মৃত্যু হয় ১৯৯৯ চনৰ এই দিনটোতে।
ক্ষুধিৰাম বসুৰ বিনা বিচাৰে ফাঁচী হৈছিল ১৯০৮ চনৰ এই দিনটোতে।

✍১৯৯৮ চনৰ এই দিনটোতে নগাঁৱৰ থেকেৰাগুৰিৰ তৈলভাণ্ডাৰত বিস্ফোৰণ ঘটি বিস্তৰ ক্ষতিসাধন হয়।
ভাৰতৰ ত্ৰয়োদশ উপ-ৰাষ্ট্ৰপতি ৰূপে মহম্মদ হামিদ আনছাৰীয়ে শপত গ্ৰহণ কৰে ✍২০০৭ চনৰ এই দিনটোতে।
✍১৮৬০ চনত এই দিনটোতে আলাউদ্দিনৰ বাহমণি সাম্ৰাজ্য প্ৰতিষ্ঠ হয়।
✍১৯৬১ চনৰ এই দিনটোতে দাদৰ আৰু নগৰ হাভেলীৰ ভাৰতৰত কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ কৰে।
✍১৯৯৯ চনৰ এই
দিনটোতেই ঘটিছিল পূৰ্ণাগ্ৰাহ সূৰ্য গ্ৰহণ।

ধন‍্যবাদ🙏🙏🙏🙏

Share:

0 comments:

Post a Comment

Popular Posts