Tuesday, February 19, 2019

দৈনিক জীৱনৰ কিছুমান সামগ্ৰীৰ আবিস্কাৰক

দৈনিক জীৱনৰ কিছুমান সামগ্ৰীৰ আবিস্কাৰক

প্ৰশ্ন : ১) Internet কোনে আবিষ্কাৰ কৰিছিল?
উত্তৰ ➜ Vint Cerf.

প্ৰশ্ন : ২) Safety pin কোনে আবিষ্কাৰ কৰিছিল?
উত্তৰ ➜  Walter Hunt।

প্ৰশ্ন : ৩) ডিনামাইট কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ আলফ্ৰেড ন’বেল (চুইডেন)।

প্ৰশ্ন : ৪) গ্ৰামোফোন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ টমাচ আলভা এডিচন (আমেৰিকা)।

প্ৰশ্ন : ৫) ডিজেল ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ ৰুডলফ্‌ ডিজেল (জাৰ্মানী)।

প্ৰশ্ন : ৬) ফাউণ্টেন পেন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ লিউৱিচ ই ওৱাটোৰমেন (আমেৰিকা)।

প্ৰশ্ন : ৭) ছপাশাল কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ জন গুটেনবাৰ্গ (জাৰ্মানী)।

প্ৰশ্ন : ৮) ৰেলইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ জৰ্জ ষ্টিফেনচ্‌ন (ইংলেণ্ড)।

প্ৰশ্ন : ৯) জীৱ বিৱৰ্তন তত্ত্ব ৰ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ চাৰ্লচ ডাৰউইন (ইংলেণ্ড)।

প্ৰশ্ন : ১০) টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ আলেকজেণ্ডাৰ গ্ৰাহামবেল (স্কটলেণ্ড)।

প্ৰশ্ন : ১১) ডাইনামো কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ মাইকেল ফেৰাডে (ইংলেণ্ড)।

প্ৰশ্ন : ১২) আপেক্ষিকতাবাদ তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ এলবাৰ্ট আইনষ্টাইন (জাৰ্মানী)।

প্ৰশ্ন : ১৩) ৰেডিয়াম কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ মেডাম কুৰী আৰু পিয়েৰ কুৰী (ফ্ৰান্স)।

প্ৰশ্ন : ১৪) টেলিভিচন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ জন লগি বেয়াৰ্ড (ব্ৰিটেইন)।

প্ৰশ্ন : ১৫) ইলেকক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ চাৰ যোছেফ টমছন (গ্ৰেট ব্ৰিটেইন)।

Share:

0 comments:

Post a Comment

Popular Posts