দৈনিক জীৱনৰ কিছুমান সামগ্ৰীৰ আবিস্কাৰক
প্ৰশ্ন : ১) Internet কোনে আবিষ্কাৰ কৰিছিল?
উত্তৰ ➜ Vint Cerf.
প্ৰশ্ন : ২) Safety pin কোনে আবিষ্কাৰ কৰিছিল?
উত্তৰ ➜ Walter Hunt।
প্ৰশ্ন : ৩) ডিনামাইট কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ আলফ্ৰেড ন’বেল (চুইডেন)।
প্ৰশ্ন : ৪) গ্ৰামোফোন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ টমাচ আলভা এডিচন (আমেৰিকা)।
প্ৰশ্ন : ৫) ডিজেল ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ ৰুডলফ্ ডিজেল (জাৰ্মানী)।
প্ৰশ্ন : ৬) ফাউণ্টেন পেন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ লিউৱিচ ই ওৱাটোৰমেন (আমেৰিকা)।
প্ৰশ্ন : ৭) ছপাশাল কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ জন গুটেনবাৰ্গ (জাৰ্মানী)।
প্ৰশ্ন : ৮) ৰেলইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ জৰ্জ ষ্টিফেনচ্ন (ইংলেণ্ড)।
প্ৰশ্ন : ৯) জীৱ বিৱৰ্তন তত্ত্ব ৰ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ চাৰ্লচ ডাৰউইন (ইংলেণ্ড)।
প্ৰশ্ন : ১০) টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ আলেকজেণ্ডাৰ গ্ৰাহামবেল (স্কটলেণ্ড)।
প্ৰশ্ন : ১১) ডাইনামো কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ মাইকেল ফেৰাডে (ইংলেণ্ড)।
প্ৰশ্ন : ১২) আপেক্ষিকতাবাদ তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ এলবাৰ্ট আইনষ্টাইন (জাৰ্মানী)।
প্ৰশ্ন : ১৩) ৰেডিয়াম কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ মেডাম কুৰী আৰু পিয়েৰ কুৰী (ফ্ৰান্স)।
প্ৰশ্ন : ১৪) টেলিভিচন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ জন লগি বেয়াৰ্ড (ব্ৰিটেইন)।
প্ৰশ্ন : ১৫) ইলেকক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ চাৰ যোছেফ টমছন (গ্ৰেট ব্ৰিটেইন)।
0 comments:
Post a Comment