Monday, February 4, 2019

স্ট্রোক সাধাৰণতে বাথৰুমতেই বেছিকৈ হয় কিয় ?

      স্ট্রোক সাধাৰণতে বাথৰুমতেই বেছিকৈ হৈ থাকে কাৰন,আমি গা ধোৱাৰ সময়ত  প্রথমেই আমি মূৰ আৰু চুলিত পানী দিও যিটো একেবাৰে উচিত নহয়।
এইটো গা ধোৱাৰ ভুল পদ্ধতি।

এইভাবে প্রথমে মূৰত পানী দিলে ৰক্ত প্ৰবাহ দ্রুতগতিত মূৰত উঠি যায় আৰু লগতে কেশিকা আৰু ধমনী একলগে ছিঙি যাব পাৰে।
ফলস্বৰুপ ঘটে স্ট্রোক আৰু মাটিত পৰি যোৱা ঘটনা।

কাৰণ, মানুহৰ শৰীৰত ৰক্ত সঞ্চালন এটা নির্দিষ্ট তাপমাত্রাত হৈ থাকে।
শৰীৰৰ তাপমাত্রা বাহিৰৰ তাপমাত্রাৰ লগত মিলাবলৈ কিছু সময় লাগে। লগতে আমাৰ শৰীৰৰ তাপমাত্ৰা তলৰপৰা ওপৰলৈ বাঢ়ি গৈ থাকে আৰু মূৰত তাপমাত্ৰা সৰ্ব্বোচ্চ থাকে ৷

চিকিৎসকৰ মতে, মূৰত প্রথমেই পানী দিলে লগে লগে মূৰত ৰক্ত সঞ্চালনৰ গতি বহু গুণে বাঢ়ি যায়।
সেইসময়ত বাঢ়ি যাব পাৰে স্ট্রোক হোৱাৰ সুযোগ।
অতিমাত্রা ৰক্তচাপৰ ফলত মস্তিষ্কৰ ধমনী ছিঙি যাব পাৰে।

চিকিৎসক সকলৰ মতে, গা ধোৱাৰ সময়ত কিছু নিয়ম মানি চলি গা ধোৱা উচিত।

সঠিক নিয়ম মানি গা নুধুলে হব পাৰে মৃত্যুও।

#গো_ধোৱাৰ_সঠিক_নিয়মঃ-
+++++++++++++++++
প্রথমে ভৰিৰ তলোৱা তিয়াই লব লাগে।
তাৰপিছত লাহে লাহে ওপৰৰ পিনে কাঁন্ধ পর্যন্ত তিয়াব লাগে।
তাৰপিছত মুখত পানী দিব লাগে।
শেষত মূৰত পানী দিয়া উচিত।

এই পদ্ধতি যাৰ উচ্চ ৰক্তচাপ, উচ্চ কোলেস্টেৰল আৰু মাইগ্রেন  আছে তেওঁলোকে নিশ্চয় পালন কৰা উচিত।

এই তথ্যখিনি বয়সীয়ালসকলক আৰু আত্মীয় স্বজনক অবশ্যই জনাই ৰাখক।

Share:

0 comments:

Post a Comment

Popular Posts