Most Important MCQ with Answers for D.EL.ED PET Exam
1.আইন-ই-আকবৰীৰ ৰচক কোন?
Ans: আবুল ফজল
2.ভাৰতৰ শেষ মোগল সম্ৰাট কোন আছিল?
Ans: বাহাদুৰ শ্বাহ জাফৰ
3.কোটিল্য কাৰ মন্ত্ৰী আছিল?
Ans: সম্ৰাট চন্দ্ৰগুপ্ত
4.হলদিঘাটৰ যুদ্ধত আকবৰে কাক পৰাস্ত কৰিছিল?
Ans: ৰাণা প্ৰতাপ সিংহ
5.বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল?
Ans: ৰুছ দেশৰ ভেলেন্টিনা টেৰেস্কোতো
6.ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল?
Ans: ৰাকেশ শৰ্মা
7.পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ নাম কি?
Ans: ভাৰ্খৱানস্ক
8.এছিয়াৰ সৰ্ববৃহৎ মৰুভূমিখনৰ নাম কি?
Ans: গোবি মৰুভূমি
9.বিশ্বৰ সৰ্ববৃহৎ উপসাগৰ খনৰ নাম কি?
Ans: মেক্সিকো
10.বিশ্বৰ সৰ্ববৃহৎ দ্বীপটোৰ নাম কি?
Ans: গ্ৰীণলেণ্ড
11.পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল?
Ans: আলেকজেণ্ডাৰ ফ্লেমিং
12.কোনখন উপন্যাসৰ বাবে কিমান চনত নৱকান্ত বৰুৱাই সাহিত্যি অকাডেমী বটা লাভ কৰিছিল?
Ans: ককাদেউতাৰ হাড়,1975 চনত
13.ৰঘুনাথ চৌধাৰীৰ একমাত্ৰ কথা-কবিতা পুথিখনৰ নাম কি?
Ans: নৱমল্লিকা
14.ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়?
Ans: 29 আগষ্ট
15.মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষ কোনটো?
Ans:স্নায়ু কোষ
16.তেজত পোৱা ধাতুবিধৰ নাম কি?
Ans: লো
17.আটাইতকৈ পাতল গেছবিধৰ নাম কি?
Ans: হাইড্ৰ'জেন
18.অসমীয়া ভাষাত ৰচিত প্ৰথম পুথিখনৰ নাম কি?
Ans: প্ৰহ্লাদ চৰিত(হেম সৰস্বতী)
19.হেমকোষ কেতিয়া প্ৰকাশ হৈছিল?
Ans: 1900 চনত
20.শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়?
Ans: জন পেষ্টালজিক
0 comments:
Post a Comment
If you have any doubt, please let me know