Friday, June 7, 2024

**SOME IMPORTANT MCQ FOR ALL COMPETITIVE EXAM**

**SOME IMPORTANT MCQ FOR ALL COMPETITIVE EXAM** #ADRE #Assampolice #Apsc 



১/ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত আৰু কোন ঠাইত হৈছিল ?
উত্তৰ:- ১৯১৭ চনত ২৬ ডিচেম্বৰত, শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল।





২/ কোন তিনিজন সাহিত্যিকক জোনাকী যুগৰ ত্ৰিমুৰ্তি বুলি কোৱা হয় ?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী।





৩/ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা মিচিং সকলৰ উৎসৱৰ নাম কি ?
উত্তৰ:- আলি আয়ে লৃগাং।






৪/ প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালকজনৰ নাম কি ?
উত্তৰ:- প্ৰমথেশ বৰুৱা।







৫/ প্ৰথম অসমীয়া গল্প পুথিখনৰ নাম কি ?
উত্তৰ:- সুৰভি।







৬/ প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি ?
উত্তৰ:-  লৰাবন্ধু।






৭/ অসমৰ প্ৰথম বিশ্ববিদ্যালয়ৰ নাম কি ?
উত্তৰ:- কটন কলেজ।







৮/ সাহিত্য অকাডেমি বঁটা পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি ?
উত্তৰ:- ঈয়াৰুইংগম (১৯৬০) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।






৯/ অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ পুথিখনৰ নাম কি ?
উত্তৰ:- গ্ৰামাৰ অৱ আছামিজ লেংগুৱেজ।







১০/ ‘অসমৰ মানচেষ্টাৰ’ বুলি কোনখন ঠাইক কোৱা হয় ?
উত্তৰ:- শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়।







১১/ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ:- ৰাধানাথ ফুকন।






১২/ ওমৰ খয়ামৰ ‘ৰুৱায়ত’খন ‘ওমৰতীৰ্থ’ নামেৰে কোনজন সাহিত্যিকে অসমীয়ালৈ অনুবাদ কৰিছিল ?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।






১৩/ অসমৰ দ্বিতীয়খন বিশ্ববিদ্যালয়ৰ নাম কি ?
উত্তৰ:- ডিব্ৰুগড় বিশ্ববিদ্যালয়।







১৪/ আন্তজাৰ্তিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি ?
উত্তৰ:- পূবেৰুণ।







১৫/ অসম সাহিত্য সভাৰ উদ্ধোধনী গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰ ৰচনা কোনে কৰিছিল ?
উত্তৰ:- মিত্ৰদেৱ মহন্ত।








১৬/ ‘অসীমত যাৰ হেৰাল সীমা’ গ্ৰন্থৰ ৰচয়িতাগৰাকীৰ নাম কি ?
উত্তৰ:- কাঞ্চন বৰুৱা। তেওঁৰ প্ৰকৃত নাম আছিল ভুবন মোহন বৰুৱা।







১৭/ অসমৰ একমাত্ৰ সৈনিক স্কুল ক’ত অৱস্থিত ?
উত্তৰ:- গোৱালপাৰা জিলাত অৱস্থিত।







১৮/ অসমৰ জাতীয় উৎসৱ কি ?
উত্তৰ:- বিহু






১৯/ অসমৰ প্ৰথম আই. চি. এছ. বিষয়া কোন ?
উত্তৰ:- আনন্দৰাম বৰুৱা।






২০/ অসম প্ৰকাশন পৰিষদৰ প্ৰতিষ্ঠা কিমান চনত হৈছিল ?
উত্তৰ:- ১৯৫৮ চনত অসম প্ৰকাশন পৰিষদৰ প্ৰতিষ্ঠা হৈছিল। 

     


এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇

Share:

0 comments:

Post a Comment

Popular Posts