✍ অসমীয়া সাধাৰণ জ্ঞান ✍
প্ৰশ্ন: ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত কোন আছিল?
উত্তৰ:- বিজয়লক্ষ্মী পণ্ডিত
প্ৰশ্ন: ভাৰতৰ প্ৰথম পাৰমাণৱিক চুল্লিৰ নাম কি?
উত্তৰ:- নিম্ফ
প্ৰশ্ন: ভাৰতৰ প্ৰথম মহিলা পাইলট কোন আছিল?
উত্তৰ: প্ৰেমা মাথুৰ।
প্ৰশ্ন: ভাৰতৰ প্ৰথম মহিলা লোকসভা অধ্যক্ষ?
উত্তৰ:- মীৰা কুমাৰ
প্ৰশ্ন: ভাৰতৰ প্ৰথম কমিউনিষ্ট লোকসভা অধ্যক্ষ কোন আছিল?
উত্তৰ:- সোমনাথ চেটাৰ্জী
প্ৰশ্ন: ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল?
উত্তৰ:- সুকুমাৰ সেন
প্ৰশ্ন: ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?
উত্তৰ:- চৰ্দাৰ বল্লভভাই পেটেল
প্ৰশ্ন: ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল?
উত্তৰ: - চৰ্দাৰ বলদেৱ সিং।
প্ৰশ্ন: ভাৰতৰ প্ৰথম বিত্ত মন্ত্ৰী কোন আছিল?
উত্তৰ:- আৰ.কে. শান্তমুখম চেট্টি।
প্ৰশ্ন: ভাৰতত নিৰ্মাণ কৰা প্ৰথম কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী কোন আছিল?
উত্তৰঃ মৌলানা আবুল কালাম
#GK #ADRE_2.0 #Target_32K
0 comments:
Post a Comment