Assam TET 2021 Important 30 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ :
1) প্ৰশ্ন : বুদ্ধৰ পূৰ্বজন্মৰ কাহিনী সমূহক কি বুলি কোৱা?
উত্তৰ : জাতকৰ কাহিনী।
2) প্ৰশ্ন : বোমা বস্ফোৰণ ঘটি প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কোন ঠাইত মৃত্যু হৈছিল?
উত্তৰ : শ্ৰীপেৰামবুদুৰ (তামিলনাডু)।
3) প্ৰশ্ন : ভাৰত আৰু শ্ৰীলংকাৰ মাজত থকা প্ৰণালীটোৰ নাম কি?
উত্তৰ : পক্ প্ৰণালী।
0 comments:
Post a Comment