Sunday, September 5, 2021

অসম টেট 2021 ৰ বাবে Environmental science ৰ 25 টা অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

অসম টেট 2021 ৰ বাবে  Environmental science ৰ 25 টা অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


১) ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কি? 
উত্তৰ: হেমিছ ৰাষ্ট্ৰীয় উদ্যান, জম্মু কাশ্মীৰ l

২) ECOLOGY শব্দ টো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? 
উত্তৰ: জাৰ্মান বিজ্ঞানী আৰ্নেষ্ট হেকেলে, ১৮৬৯ চনত |

৩) ECOSYSTEM শব্দটো কি ভাষাৰ পৰা আহিছে? 
উত্তৰ: গ্ৰীক l

৪) পৰিস্থিতিক পিৰামিড ধাৰণা কোনে আগবঢ়াইছিল? 
উত্তৰ: চাৰ্লচ এলটন l

৫) কাজিৰঙা হস্তী মহোৎসৱ প্ৰথম কেতিয়া অনুষ্ঠিত হৈছিল? 
উত্তৰ: ২০০৩ চনত l

৬) সেউজীয়া গ্ৰহ? 
উত্তৰ: ইউৰেনাচ l

৭) কোন চনত প্লুটোক গ্ৰহ বুলি অস্বীকাৰ কৰা হৈছিল? 
উত্তৰ: ২০০৬ চনত l

৭) ইউনেস্কোৱে কাজিৰঙাক "বিশ্ব ঐতিহ্য অঞ্চল" হিচাপে ঘোষণা কৰিছিল? 
উত্তৰ: ১৯৮৫

৮) যাদৱ পায়েঙে একক ভাবে নিৰ্মাণ কৰা অৰণ্য খনৰ নাম কি? 
উত্তৰ: মোলাই l

৯) অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ কি? 
উত্তৰ: চনবিল, কৰিমগঞ্জ l

১০) জাতিংগা ক'ত অৱস্থিত? 
উত্তৰ: ডিমা হাচাও l

১১) অসম আৰক্ষী দিৱস কেতিয়া অনুষ্ঠিত কৰা হয়? 
উত্তৰ: ১ অক্টোবৰ l

১২) বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 
উত্তৰ: ১৯৫২ l

১৩) আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি? 
উত্তৰ: প্লুটোনিয়াম l

১৪) প্ৰকৃতিৰ বৃক্ক বুলি কাক কোৱা হয়? 
উত্তৰ: জলাহভূমি l

১৫) উত্তৰ-পূব অঞ্চলৰ নামদফা কি প্ৰকল্পৰ লগত জড়িত? 
উত্তৰ: হাতী l

১৬) "Bird men of India" কাক কোৱা হয়? 
উত্তৰ: চেলিম আলী l

১৭) সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য খন কি? 
উত্তৰ: চক্ৰশীলা l

১৮) ভাৰতে শব্দ প্ৰদূষণ অধিনিয়ম কেতিয়া গ্ৰহণ কৰিছিল? 
উত্তৰ: ২০০০ চনত l

১৯) "লাফিং গেছ" বুলি কাক কোৱা হয়? 
উত্তৰ: নাইট্ৰাছ অক্সাইড l

২০) world wildlife Fund কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? 
উত্তৰ: ১৯৬১ চনত l

২১) ভাৰতত "শিক্ষাৰ অধিকাৰ আইন" কেতিয়া গৃহীত হৈছিল? 
উত্তৰ: ২০০৯ চনত l

২২) ভাৰত আৰু কোন দেশৰ সীমাক "মেকমোহন ৰেখা" বুলি কোৱা হয়? 
উত্তৰ: চীন l

২৩) ভাৰত আৰু কোন দেশৰ সীমাক "ৰেডক্লিফ লাইন" বুলি কোৱা হয়? 
উত্তৰ: পাকিস্তান l

২৪) ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা  একাডেমী (NDA) কেতিয়া স্থাপন কৰা হৈছিল? 
উত্তৰ: ১৯৫৪ চনত, ৭ ডিচেম্বৰ। 

২৫) ভাৰতীয় পৰিবেশ বিজ্ঞানৰ জনক কোন? 
উত্তৰ: ৰামদেও মিশ্ৰা l
Share:

0 comments:

Post a Comment

Popular Posts