অসম টেট 2021 ৰ বাবে Environmental science ৰ 25 টা অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ ।
১) ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কি?
উত্তৰ: হেমিছ ৰাষ্ট্ৰীয় উদ্যান, জম্মু কাশ্মীৰ l
২) ECOLOGY শব্দ টো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?
উত্তৰ: জাৰ্মান বিজ্ঞানী আৰ্নেষ্ট হেকেলে, ১৮৬৯ চনত |
৩) ECOSYSTEM শব্দটো কি ভাষাৰ পৰা আহিছে?
উত্তৰ: গ্ৰীক l
৪) পৰিস্থিতিক পিৰামিড ধাৰণা কোনে আগবঢ়াইছিল?
উত্তৰ: চাৰ্লচ এলটন l
৫) কাজিৰঙা হস্তী মহোৎসৱ প্ৰথম কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ: ২০০৩ চনত l
৬) সেউজীয়া গ্ৰহ?
উত্তৰ: ইউৰেনাচ l
৭) কোন চনত প্লুটোক গ্ৰহ বুলি অস্বীকাৰ কৰা হৈছিল?
উত্তৰ: ২০০৬ চনত l
৭) ইউনেস্কোৱে কাজিৰঙাক "বিশ্ব ঐতিহ্য অঞ্চল" হিচাপে ঘোষণা কৰিছিল?
উত্তৰ: ১৯৮৫
৮) যাদৱ পায়েঙে একক ভাবে নিৰ্মাণ কৰা অৰণ্য খনৰ নাম কি?
উত্তৰ: মোলাই l
৯) অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ কি?
উত্তৰ: চনবিল, কৰিমগঞ্জ l
১০) জাতিংগা ক'ত অৱস্থিত?
উত্তৰ: ডিমা হাচাও l
১১) অসম আৰক্ষী দিৱস কেতিয়া অনুষ্ঠিত কৰা হয়?
উত্তৰ: ১ অক্টোবৰ l
১২) বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ: ১৯৫২ l
১৩) আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি?
উত্তৰ: প্লুটোনিয়াম l
১৪) প্ৰকৃতিৰ বৃক্ক বুলি কাক কোৱা হয়?
উত্তৰ: জলাহভূমি l
১৫) উত্তৰ-পূব অঞ্চলৰ নামদফা কি প্ৰকল্পৰ লগত জড়িত?
উত্তৰ: হাতী l
১৬) "Bird men of India" কাক কোৱা হয়?
উত্তৰ: চেলিম আলী l
১৭) সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য খন কি?
উত্তৰ: চক্ৰশীলা l
১৮) ভাৰতে শব্দ প্ৰদূষণ অধিনিয়ম কেতিয়া গ্ৰহণ কৰিছিল?
উত্তৰ: ২০০০ চনত l
১৯) "লাফিং গেছ" বুলি কাক কোৱা হয়?
উত্তৰ: নাইট্ৰাছ অক্সাইড l
২০) world wildlife Fund কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ: ১৯৬১ চনত l
২১) ভাৰতত "শিক্ষাৰ অধিকাৰ আইন" কেতিয়া গৃহীত হৈছিল?
উত্তৰ: ২০০৯ চনত l
২২) ভাৰত আৰু কোন দেশৰ সীমাক "মেকমোহন ৰেখা" বুলি কোৱা হয়?
উত্তৰ: চীন l
২৩) ভাৰত আৰু কোন দেশৰ সীমাক "ৰেডক্লিফ লাইন" বুলি কোৱা হয়?
উত্তৰ: পাকিস্তান l
২৪) ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (NDA) কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ: ১৯৫৪ চনত, ৭ ডিচেম্বৰ।
২৫) ভাৰতীয় পৰিবেশ বিজ্ঞানৰ জনক কোন?
উত্তৰ: ৰামদেও মিশ্ৰা l
0 comments:
Post a Comment