Wednesday, October 23, 2019

অসমত থকা ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ

""""অসমত থকা ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ"""
--------------------------------------------------
  ১/কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, 
মাটিকালি ৪৩০ বৰ্গ কিঃমিঃ
গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত।

২/ মানাহ ৰাষ্ট্ৰীয় উদ্যান, 
মাটিকালি ৫০০ বৰ্গ কিঃমিঃ
চিৰাং আৰু বাক্সা জিলাত অৱস্থিত।

৩ / ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, 
মাটিকালি ৩৪০ বৰ্গ কিঃমিঃ
ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত।

৪/ নামেৰী ৰাষ্ট্ৰীয় উদ্যান,
মাটিকালি ২০০ বৰ্গ কিঃমিঃ
শোণিতপুৰ জিলাত অৱস্থিত।

৫/ ওৰাং ৰাষ্ট্ৰীয় উদ্যান,
 মাটিকালি ৭৫.৮১ বৰ্গ কিঃমিঃ
দৰং জিলাত অৱস্থিত।

"""""""অভয়াৰণ্য""""""
-------------------------------
১/ পবিতৰা অভয়াৰণ্য,
মাটিকালি ৩৮.৮০ বৰ্গ কিঃমিঃ
মৰিগাঁও জিলাত অৱস্থিত।

২/ দিহিং পাটকাই অভয়াৰণ্য
মাটিকালি ১১১.১৯ বৰ্গ কিঃমিঃ
তিনিচুকীয়া জিলাত অৱস্থিত।

৩/ভেঁৰজান- বৰজান পদুমনী অভয়াৰণ্য,
মাটিকালি ৭.২২ বৰ্গ কিঃমিঃ
তিনিচুকীয়া জিলাত অৱস্থিত।

৪/ পানীদিহিং অভয়াৰণ্য
মাটিকালি  ৩৩.৯৩ বৰ্গ কিঃমিঃ
শিৱসাগৰ জিলাত অৱস্থিত।

৫/ হোলোঙাপাৰ গিবন অভয়াৰণ্য
মাটিকালি ২০.৯৮ বৰ্গ কিঃমিঃ
যোৰহাট জিলাত অৱস্থিত।

৬/ নামবৰ অভয়াৰণ্য
মাটিকালি ৩৭ বৰ্গ কিঃমিঃ
গোলাঘাট জিলা আৰুকাৰ্বি আংলং জিলাত অৱস্থিত।

৭/গৰমপানী অভয়াৰণ্য
মাটিকালি ৬.৩৫ বৰ্গ কিঃমিঃ
গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাত অৱস্থিত।

৮/ নামবৰ দৈগ্ৰুং অভয়াৰণ্য
মাটিকালি ৯৭.১৫ বৰ্গ কিঃমিঃ
গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাত অৱস্থিত।

৯/পূব কাৰ্বি আংলং অভয়াৰণ্য
মাটিকালি ২২২ বৰ্গ কিঃমিঃ
কাৰ্বি আংলং জিলাত অৱস্থিত।

১০/সোণাই ৰূপাই অভয়াৰণ্য
মাটিকালি  ২৩০ বৰ্গ কিঃমিঃ
শোণিতপুৰ জিলাত অৱস্থিত।

১১/ বৰনদী অভয়াৰণ্য
মাটিকালি ২৬.২২ বৰ্গ কিঃমিঃ
বাক্সা জিলা আৰু ওদালগুৰি জিলাত অৱস্থিত।

১২/চক্ৰশিলা অভয়াৰণ্য
মাটিকালি ৪৫.৫০ বৰ্গ কিঃমিঃ
ধুবুৰী জিলাত অৱস্থিত।

১৩/ আমচেং অভয়াৰণ্য
মাটিকালি ৭৮.৬৪ বৰ্গ কিঃমিঃ
কামৰূপ মহানগৰ জিলাত অৱস্থিত।

১৪/লাওখোৱা অভয়াৰণ্য
মাটিকালি ৭০.১৩ বৰ্গ কিঃমিঃ
নগাঁও জিলাত অৱস্থিত।

১৫/ বুঢ়া চাপৰি অভয়াৰণ্য
মাটিকালি  ৪৪.০৬ বৰ্গ কিঃমিঃ
শোণিতপুৰ জিলাত অৱস্থিত।

১৬/মাৰাট লাংৰি অভয়াৰণ্য
মাটিকালি ৪৫১.০০ বৰ্গ কিঃমিঃ
কাৰ্বি আংলং জিলাত অৱস্থিত।

১৭/বৰাইল অভয়াৰণ্য
মাটিকালি ৩২৬.২৫ বৰ্গ কিঃমিঃ
ডিমা হাছাও জিলাত অৱস্থিত।

"""প্ৰস্তাবিত অভয়াৰণ্য কেইখন"""
---------------------------------------------
১/ বৰদৈবাম বিলমুখ
মাটিকালি ১১.২৫ বৰ্গ কিঃমিঃ
উত্তৰ লক্ষীমপুৰ জিলাত অৱস্থিত।

২/ দিপৰ বিল
মাটিকালি ৪.১৪ বৰ্গ কিঃমিঃ
কামৰূপ মহানগৰ জিলাত অৱস্থিত।

৩/উত্তৰ কাৰ্বি আংলং
মাটিকালি ৯৬.০০ বৰ্গ কিঃমিঃ
উত্তৰ কাৰ্বি আংলং জিলাত অৱস্থিত l
Share:

0 comments:

Post a Comment

Popular Posts