Friday, October 4, 2019

Assam TET 2019 Important 23 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


Assam TET 2019 Important 23 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ




1/ প্ৰশ্ন: 'ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান' কিমান চনৰ পৰা মুকলি কৰা হয়?

A-1992   
B-2002
C-2009
D- 2013

Ans- C



   2/ গীতাত কেইটা অধ্যায় আছে?

A- সাতটা
B- পাঁচটা
C- তেৰটা
D- ১৮টা

Ans- D

   3/ আটাইতকৈ অপকাৰী অজৈৱ আৱৰ্জনা কি ?

A-গোবৰ 
B-প্লাষ্টিক 
C-দূষিত পানী 
D-তেজষ্ক্ৰিয় আৱৰ্জনা

Ans- D

   4/ শ্ৰেণী কোঠাৰ শিক্ষা ফলপ্ৰসূ কৰিবলৈ তলৰ কোনটো আটাইতকৈ প্ৰয়োজনীয়?

A- পাঠ পৰিকল্পনা প্ৰস্তুতকৰণ
B- শিক্ষকৰ ব্যক্তিত্ব 
C- উপযুক্ত শিক্ষণ প্ৰণালী প্ৰয়োগ 
D- ছাত্র ছাত্ৰী অধ্যয়ন সামগ্ৰী যোগান

Ans- C

   5/ তলত দিয়া কোনবিধ ৰোগ বংশানুক্ৰমে আহে?

A- কলেৰা
B-  কুষ্ট
C- যক্ষ্মা
D- বৰ্নান্ধতা

Ans- D

   6/ হৰপ্পা সংস্কৃতি কি কাৰণে বিখ্যাত?

A- ভাস্কৰ্য্য
B- নলা- নৰ্দমা পদ্ধতি
C- নগৰ পৰিকল্পনা
D- বাগিচা

Ans- C

  7) মেঘদূত লিখিছিল –

A- কৌটিল্যই
B- কালিদাসে
C- বৰাহমিহিৰে
D- কলহণে

Ans - B

  8/ হৰপ্পাসকলৰ বাণিজ্যক সম্পৰ্ক আছিল –

A-  ইৰাণ আৰু আফগানিস্থানৰ লগত
B- চীন আৰু ইৰাকৰ লগত
C- ইজিপ্ত আৰু জাপানৰ লগত
D- জাপান আৰু চীনৰ লগত

Ans- A

   9/ লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল –

A- জমিদাৰী প্ৰথা
B- মনছবদাৰী প্ৰথা
C- মহলদাৰী প্ৰথা
D- ওপৰৰ এটাও নহয়

Ans- A

   10/ আধ্যাত্মিকসকলক ইছলাম ধৰ্মত কোৱা হয় –

A- উলেমা
B- চুফি
C- মৌলবী
D- হাদিছ

Ans- B

   11/ আমিৰ খুশ্রুৱে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবিধ আছিল –

A- চেতাৰ
B- সৰোদ
C- টেৱেল
D- বাঁহী

Ans- A

12/ পৌৰাণিক ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদ আছিল –

A- মনু
B- বৃহস্পতি
C- আৰ্যভট্ট
D- চড়ক

Ans- C

   13/ অজন্তাৰ চিত্ৰ ভাস্কৰ্য্যই বৰ্ণনা কৰিছে –

A- হিন্দুধৰ্মৰ কথা
B- বৌদ্ধ ধৰ্মৰ কথা
C- জৈনধৰ্মৰ কথা
D- মুছলিমৰ কথা

Ans- B

13/ অৰ্থশাস্ত্ৰ কাৰ শাসন কালত ৰচনা কৰা হৈছিল ?

A- মগধ
B- মৌৰ্য
C- নন্দক
D- চাকিয়ান

Ans- B

   14/ জাতিভেদ প্ৰথাৰ ভিত্তি আছিল –

A- জন্ম
B- ধৰ্ম
C- বিশ্বাস
D- কৰ্ম

Ans- D

   15/ জয়দেৱৰ গীতা গোবিন্দ লিখা হৈছিল?

A- পোন্ধৰ শতিকাত
B- দশম শতিকাত
C- চতুৰ্থ শতিকাত
D- দ্বাদশ শতিকাত

Ans- D

   16/ ইংৰাজী 'Interest' শব্দটো আহিছিল-

A- গ্রীক ভাষাৰ পৰা। 
B- জাৰ্মান ভাষাৰ পৰা। 
C- লেটিন ভাষাৰ পৰা। 
D- ইংৰাজী ভাষাৰ পৰা।

Ans- C

   17/প্ৰশ্ন:- শিশুকালত শিশুৰ কোনটো অভ্যাস বেছিকৈ দেখা পোৱা যায়-
A- অধ্যায়ন
B- অনুকৰণ
C- যুজঁ-বাগৰ
D- ওপৰৰ এটাও নহয়।

Ans- B

   18/ গায়ত্ৰী মন্ত্ৰৰ ৰচক কোন ?

A- অত্ৰি ঋষি,
B- ভৰদ্বাজ ঋষি,
C- বিশ্বমিত্ৰ ঋষি,
D- বাল্মীকি,

Ans- C

   19/গৰুৰ প্ৰিয় খাদ্য কি

A-  তুহ
B- ঘাহ
C- শুকান খেৰ
D- কলৰ পচলা

Ans- C

   20/"চাৰি বছৰীয়া ৰামক ব্যাকৰণ শিকোৱা নহয় "-- ইয়াত শিক্ষণৰ কোনটো নীতি জৰিত আছে?

A- ফলাফল নীতি
B- অনুশীলন নীতি
C- প্ৰস্তুতিৰ নীতি
D- ব্যৱহাৰ নীতি

Ans- C

   21/অসমত প্ৰথম চাহ খেতিয়কজন কোন

A- মণিৰাম দেৱান
B- জগন্নাথ বৰুৱা
C- আন্না হাজাৰে
D- মেধা পাটেকাৰ

Ans- A

   22/ শিক্ষক এগৰাকীয়ে শিক্ষাৰ পূৰ্বৱতী স্তুৰত কি কৰে?

A- অভ্যাস 
B- পাঠ পৰিকল্পনা
C- শেণীকোঠা পৰিদৰ্শন।

Ans- B

   23/ভাৰতৰ প্ৰথম প্ৰকাশিত বাতৰি কাকতখনৰ নাম হল-

A- অৰুনোদয়  
B- বেংগল গেজট
C- দ্য টাইমচ অফ ইন্ডিয়া 
D- অগ্ৰদূত।

Ans- B



Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ Important Links-


Assam TET History(1) 30 Important Question- Assam TET ইতিহাস বিষয়ৰ 30 প্ৰশ্নোত্তৰ



Assam TET 2019 Important 32 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ




Assam TET 2019 Important 32 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ



Assam TET 2019 শিশুৰ বিকাশ আৰু শিক্ষণশৈলীৰ Important 30 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


Assam TET 2019 পৰিৱেশ অধ্যয়নৰ Important 30 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ




Assam TET Online Mock Test Link TET Online Preparation 2019


Assam Tet Online Mock Test-1  Link - Click Here

Assam Tet Online Mock Test-2 Link- Click Here


Assam Tet Online Mock Test-3 Link- Click Here


Assam Tet Online Mock Test-4 Link- Click Here


Assam Tet Online Mock Test-5 Link- Click Here
Share:

0 comments:

Post a Comment

Popular Posts