Assam TET 2019 apply কৰোঁতে মনত ৰাখিব লগীয়া কিছু কথা :
For B.Ed/D.el.ed Appearing Candidates
(1) যাৰ আধাৰ আছে তেওঁলোকে দিব, যাৰ নাই আধাৰৰ "box" টো খালি ৰাখিব!
(2) Appearing সকলে "Qualification 6" অৰ্থাৎ "Persuing any Teachers Education Course" দিব, তেতিয়া "marks" আৰু "passing year" ৰ ঘৰ বোৰত একো ভৰাব নালাগে অৰ্থাৎ "blank" ৰাখিব!
(3) Zone বাচনি কৰোঁতে ভালদৰে চাই চিন্তি ল'ব কাৰণ ATET উত্তীৰ্ণ হোৱাৰ পাছত আপুনি বাচনি কৰা zone অনুসৰি আপোনাৰ "posting" হ'ব!
(4) Photograph & Signature "scan" কৰি উল্লেখিত "pixel resolution" মিলাই ল'ব!
0 comments:
Post a Comment
If you have any doubt, please let me know