১) প্ৰশ্ন : অসমৰ গৌৰৱময় সূতা কি?
উত্তৰ : মুগা।
২) প্ৰশ্ন : শুৱালকুছি কিহৰ বাবে বিখ্যাত?
উত্তৰ : পাট আৰ মুগাৰ বাবে বিখ্যাত।
৩) প্ৰশ্ন : গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ?
উত্তৰ : মৃৎ শিল্প।
৪) প্ৰশ্ন : হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত?
উত্তৰ : কুমাৰশালৰ।
৫) প্ৰশ্ন : পাট-মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো ক’ত?
উত্তৰ : শিৱসাগৰ।
৬) প্ৰশ্ন : ‘অ’ক টাচাৰ’ অসমত কোন চনত প্ৰচলিত হয়?
উত্তৰ : ১৯৭২ চনত।
৭) প্ৰশ্ন : পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰা অসমৰ দুবিধ মুখ্য বাঢ়ৈ সঁজুলিৰ নাম কি কি?
উত্তৰ : এশিঙীয়া গঁড় আৰু কামাখ্যা মন্দিৰৰ প্ৰতিৰুপ।
৮) প্ৰশ্ন : কাঁহী, শৰাই, বাটি, লোটা ইত্যাদি কি ধাতুৰ দ্বাৰা তৈয়াৰী?
উত্তৰ : পিতল।
Saturday, February 23, 2019
Popular Posts
-
ক্ৰিয়া পদ (Verb) সংজ্ঞা: যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়া পদ বোলে । ক্ৰিয়া পদৰ ভাগ: ১) বাক্য সম্পূৰ্ণকৈ শেষ হোৱা নো...
-
Check Class 12th Exam Results Online Assam HS Result 2025 Assam State School Education Board (ASSEB), Division - II (formerly known as the...
-
কিছুমান বৈজ্ঞানিক যন্ত্ৰৰ নাম আৰু কামসমূহ ১) বেৰোস্কোপ - বায়ুৰ প্লাবিতা নিৰ্ণয় কৰা যন্ত্ৰ। ২) বেৰোমিটাৰ - বায়ু...
0 comments:
Post a Comment
If you have any doubt, please let me know